• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, May 28, 2026
28 °c
Guwahati
27 ° Sat
29 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE by Nation NE
March 21, 2026
in Top News, অসম
0 0
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Share on FacebookShare on TwitterWhatsApp
সুপ্ৰভাত। দিনটোৰ আৰম্ভণিতেই কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আৰম্ভ কৰিছো ৰাতিপুৱাৰ এই শিতানটো।
  • আজি দেশজুৰি মুছলমান লোকসকলে উদযাপন কৰিছে ঈদ। এমাহজোৰা ৰোজাৰ অন্তত ঈদ পালন কৰিছে মছলমান সমাজে। দিল্লীৰ জামা মছজিদ, ফতেহপুৰী মছজিদত নামাজ আদায় শ শ লোকৰ। সমূহীয়া নামাজৰ বাবে সজাই তোলা হৈছে মছজিদ-ঈদগাহসমূহ। পুৱাই ফজৰৰ নামাজ আদায় শ শ লোকৰ। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে সমূহ ইছলাম ধৰ্মাৱলম্বী পবিত্ৰ ঈদ-উল-ফিটৰৰ শুভেচ্ছা জনায়।
  • পৱিত্ৰ ঈদত প্ৰাণৰ শিল্পী জুবিনক সুঁৱৰি ইছলামধৰ্মী ৰাইজৰ বিশেষ প্ৰচেষ্টা। অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গক সন্মান জনাই ঈদৰ প্ৰবেশদ্বাৰ, পথৰ কাষে কাষে শিল্পীজনৰ বিভিন্ন ফটোৰে সজাই তোলা হৈছে। গুৱাহাটীৰ গাড়ীগাঁৱৰ ঈদৰ মুখ্য তোৰণ, শিৱসাগৰৰ জেঙনীকটীয়া, ধাইআলি অঞ্চল আদি অঞ্চলত জুবিনৰ প্ৰতিচ্ছবি আঁৰি প্ৰাণৰ শিল্পী গৰাকীক শ্ৰদ্ধাঞ্জলি জনায় মুছলমানধৰ্মী লোকসকলে।
  • উত্তৰ প্ৰদেশৰ বাৰাণসীৰ প্ৰতিষ্ঠিত উদয় প্ৰতাপ মহাবিদ্যালয়ৰ চৌহদত ২০ মাৰ্চৰ পুৱা এজন ছাত্ৰক আন এজন ছাত্ৰই গুলীয়াই হত্যা কৰে। ইয়াৰ পিছতেই সমগ্ৰ কেম্পাছত আতংকৰ সৃষ্টি হয়। এই ঘটনাই কেৱল উপস্থিত থকা আন ছাত্ৰ-ছাত্ৰীকেই নহয়, তাত উপস্থিত শিক্ষক-শিক্ষয়িত্ৰী আৰু অন্যান্য কৰ্মচাৰীসকলকো আতংকিত কৰি তোলে। ততাতৈয়াকৈ ছাত্ৰজনক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ লৈ যোৱাত চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। ইতিমধ্যে অভিযুক্ত ছাত্ৰজনক গ্ৰেপ্তাৰ কৰা হৈছে।
  • ইৰাণৰ ওপৰত আমেৰিকা-ইজৰাইলৰ আক্ৰমণ আৰু তেহৰাণৰ প্ৰতিশোধমূলক কাৰ্যই মধ্যপ্ৰাচ্য কঁপাই তুলিছে। ইয়াৰ মাজতে শক্তিৰ সুবিধাসমূহৰ ওপৰত আক্ৰমণে কঁপাই তুলিছে বিশ্বক। বৰ্তমান বিশ্বজুৰি শক্তি সংকটৰ সৃষ্টি হৈছে। ইফালে চীনে সাৰ ৰপ্তানি কৰ্তন কৰাৰ খবৰ ওলাইছে। খবৰ অনুসৰি চীনে নিজৰ ঘৰুৱা বজাৰখনক সুৰক্ষিত কৰিবলৈ সাৰৰ ৰপ্তানি যথেষ্ট কৰ্তন কৰিছে, যাৰ ফলত ইতিমধ্যে ইৰাণৰ বিৰুদ্ধে আমেৰিকা-ইজৰাইলৰ যুদ্ধৰ ফলত সৃষ্টি হোৱা শক্তি সংকটৰ সৈতে যুঁজি থকা বিশ্বৰ বজাৰসমূহত অতিৰিক্ত চাপ পৰিছে।
Tags: Latest newsmorning updatenews update

Related Posts

চলন্ত ৰে’লত উদ্ধাৰ ১.২২ কোটি টকা, নোটৰ বাণ্ডিল দেখি স্তম্ভিত আৰক্ষী
Top News

চলন্ত ৰে’লত উদ্ধাৰ ১.২২ কোটি টকা, নোটৰ বাণ্ডিল দেখি স্তম্ভিত আৰক্ষী

May 28, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 28, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 28, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

May 28, 2026
নিৰ্বাচনৰ পিছতে গ্ৰাহকৰ মাজত লাগিল হাহাকাৰ, জানক কোনবিধ সামগ্ৰীত কিমান টকাকৈ বাঢ়িল বস্তুৰ দাম…
Top News

পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিৰ মাজতে ভাইৰেল ওড়িশাৰ ‘দেশী জুগাড’; ইন্ধনবিহীন বাহনে কৰিছে দৃষ্টি আকৰ্ষণ

May 27, 2026
বাংলাদেশত সুৰক্ষিত নহয় মহিলা সাংবাদিক! এক নতুন অধ্যয়নত প্ৰকাশ চাঞ্চল্যকৰ তথ্য
Top News

বাংলাদেশত সুৰক্ষিত নহয় মহিলা সাংবাদিক! এক নতুন অধ্যয়নত প্ৰকাশ চাঞ্চল্যকৰ তথ্য

May 27, 2026

শীৰ্ষ সংবাদ

চলন্ত ৰে’লত উদ্ধাৰ ১.২২ কোটি টকা, নোটৰ বাণ্ডিল দেখি স্তম্ভিত আৰক্ষী

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিৰ মাজতে ভাইৰেল ওড়িশাৰ ‘দেশী জুগাড’; ইন্ধনবিহীন বাহনে কৰিছে দৃষ্টি আকৰ্ষণ

বাংলাদেশত সুৰক্ষিত নহয় মহিলা সাংবাদিক! এক নতুন অধ্যয়নত প্ৰকাশ চাঞ্চল্যকৰ তথ্য

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025