• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, March 13, 2026
23 °c
Guwahati
23 ° Sat
23 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ৰখাই থকা ট্ৰাকত প্ৰচণ্ড খুন্দা মিনি বাছৰ; কিশোৰীসহ ৫জনৰ মৃত্যু, ১১ জন আহত

Nation NE by Nation NE
April 5, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
ৰখাই থকা ট্ৰাকত প্ৰচণ্ড খুন্দা মিনি বাছৰ; কিশোৰীসহ ৫জনৰ মৃত্যু, ১১ জন আহত

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

কৰ্ণাটকৰ কলবুৰ্গী জিলাৰ জেৱৰ্গী অঞ্চলৰ নেলোগী ক্ৰছৰ সমীপত শনিবাৰে পুৱতি নিশা এখন মিনিবাছে ৰখাই থোৱা এখন ট্ৰাকক খুন্দা মৰাৰ ফলত ১৩ বছৰীয়া কিশোৰীসহ ৫জন লোক নিহত হোৱাৰ লগতে ১১জন লোক আহত হয়। আৰক্ষীয়ে প্ৰদান কৰে এই তথ্য।

আৰক্ষীয়ে জনোৱা মতে, আটাইকেইজন যাত্ৰী বাগালকোটৰ বাসিন্দা আৰু কলবুৰ্গী জিলাৰ এটা দৰগাহলৈ গৈ থকা অৱস্থাত পুৱা প্ৰায় ৩.৩০ বজাত সংঘটিত হয় এই দুৰ্ঘটনা।

কলবুৰ্গীৰ আৰক্ষী অধীক্ষক এ শ্ৰীনিবাসুলুৱে কয় যে দুৰ্ঘটনাটো ইমানেই ভয়াৱহ আছিল যে থিতাতে ৫জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে আন কেইবাজনো যাত্ৰী আহত হয়।

প্ৰাথমিক তদন্তৰ উদ্ধৃতি দি আন এজন আৰক্ষী বিষয়াই কয় যে তীব্ৰ বেগত থকা মিনিবাছখনৰ চালকজনৰ টোপনি অহাৰ ফলত গাড়ীখনৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই আৰু লগে লগে বাছখনে পথৰ কাষত ৰা থকা ট্ৰাকৰ সৈতে সংঘৰ্ষত লিপ্ত হৈছিল।

তেওঁ কয় যে আহতসকলক চিকিৎসালয়লৈ লৈ যোৱা হৈছে, য’ত তেওঁলোকৰ চিকিৎসা চলি আছে।

Tags: #AccidentKarnatakaTruck

Related Posts

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

March 13, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 13, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 13, 2026
‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

March 12, 2026
ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

শীৰ্ষ সংবাদ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025