• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, March 21, 2026
22 °c
Guwahati
22 ° Sun
22 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    চিলিণ্ডাৰ বুকিঙৰ বাবে নতুন নম্বৰ মুকলি, আজিয়েই SAVE কৰক এই নম্বৰ

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    পত্নী-পুত্ৰসহিতে সমদল উলিয়াই খানাপাৰা পৰা জিলা উপায়ুক্ত কাৰ্যালয়লৈ মনোনয়ন পত্ৰ দাখিল যাত্ৰা মুখ্যমন্ত্ৰীৰ

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল:কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আনুষ্ঠানিভাৱে গেৰুৱা বসন পৰিধান কৰিলে প্ৰদ্যুৎ বৰদলৈয়ে, শিৰত ধাৰণ কৰিলে বিজেপিৰ গেৰুৱা টুপী

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ইজৰাইলৰ ওপৰত বৃহৎ আক্ৰমণ হামাছৰ, বেঞ্জামিন নেতান্যায়াহুৰ নিৰ্দেশ- ‘শেষ কৰক’

Nation NE by Nation NE
April 7, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
ইজৰাইলৰ ওপৰত বৃহৎ আক্ৰমণ হামাছৰ, বেঞ্জামিন নেতান্যায়াহুৰ নিৰ্দেশ- ‘শেষ কৰক’
Share on FacebookShare on TwitterWhatsApp

গাজাৰ সশস্ত্ৰ সংগঠন হামাছে কেইবামাহো পিছত ৬ এপ্ৰিলত নিশা ইজৰাইলৰ ওপৰত এক বৃহৎ আক্ৰমণ সংঘটিত কৰে। হামাছে দক্ষিণ ইজৰাইললৈ ১০টা ৰকেট নিক্ষেপ কৰে।

ইয়াৰে ইজৰাইলী সেনাই মাত্ৰ ৫ টা ৰকেট বন্ধ কৰিবলৈ সক্ষম হয়, বাকী ৫ টা ৰকেট ইজৰাইলত পৰি বিস্তৰ ক্ষতিসাধন কৰিছিল।

ইজৰাইলৰ আচকেলন চহৰত এটা ৰকেট পৰি আহত হয় এজন ৩০ বছৰীয়া যুৱক।এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰে হামাছে।

সংবাদ মাধ্যম আল জাজিৰাৰ মতে, নিশা ৯ বজাৰ কিছু সময়ৰ পিছতে গাজাৰ ডেইৰ আল বালাহ অঞ্চলৰ পৰা ইজৰাইলৰ উপকূলীয় চহৰ আচকেলন আৰু আছদোদত ৰকেট নিক্ষেপ কৰা হয়। এই আক্ৰমণৰ প্ৰতি হামাছে ডাঙৰ সঁহাৰি দিব লাগিব বুলি ইজৰাইল চৰকাৰে প্ৰকাশ কৰে।

ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী যোয়াভ গালাণ্টে প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যায়াহুৰ সৈতে আলোচনা কৰি ইজৰাইলৰ সেনাবাহিনীক হামাছৰ ওপৰত বৃহৎ আক্ৰমণ চলাই ধ্বংস কৰিবলৈ নিৰ্দেশ দিয়ে।

ইয়াৰ পিছত গাজাত আক্ৰমণ চলাই ইজৰাইলী সেনাই গাজাৰ ডেইৰ আল-বালাহ অঞ্চলত বাস কৰা পেলেষ্টাইনীসকলক আক্ৰমণ কৰাৰ পূৰ্বে গুচি যাবলৈ সকীয়াই দিয়ে। এই সতৰ্কবাণী ইজৰাইলী সেনাৰ আৰবী মুখপাত্ৰ কৰ্ণেল আভিচাই এড্ৰাইয়ে দিয়ে। ইয়াৰ পিছত ইজৰাইলী সেনাই ড্ৰোনেৰে আক্ৰমণ কৰে। এই আক্ৰমণত সেই ৰকেট লঞ্চাৰবোৰক লক্ষ্য কৰি লোৱা হৈছিল, যিবোৰৰ সহায়ত ইজৰাইলক আক্ৰমণ কৰা হৈছিল।

ইজৰাইলৰ এটা উচ্চ এপাৰ্টমেণ্টত হামাছৰ ৰকেট পৰি থকা এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত প্ৰকাশ পাইছে। এই আক্ৰমণ সংঘটিত হোৱাৰ সময়তেই ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যায়াহুৱে আমেৰিকা ভ্ৰমণলৈ যায়।

তেওঁ নিজৰ বিমানৰ পৰা প্ৰতিৰক্ষা মন্ত্ৰী ইজৰাইল কাৰ্টজক ফোন কৰি হামাছত আক্ৰমণৰ বাবে সঁহাৰি বিচাৰে। প্ৰধানমন্ত্ৰীৰ সৈতে আলোচনাৰ অন্তত ইজৰাইল কাৰ্টজে কয় যে ইতিমধ্যে গাজা ষ্ট্ৰিপত হামাছৰ বিৰুদ্ধে চলি থকা আক্ৰমণ আৰু অধিক তীব্ৰতৰ কৰিবলৈ ইজৰাইলী সেনাক নিৰ্দেশ দিয়া হৈছে।

Tags: GAZAHamasISREAL

Related Posts

আমেৰিকা-ইজৰাইলৰ ওপৰত ক্ষুব্ধ তেহৰাণ, ইৰাণত বৰ্তমানলৈকে ২০০০ৰো অধিক লোকৰ প্ৰাণহানি
Top News

March 21, 2026
মধ্যপ্ৰাচ্যৰ যুদ্ধৰ সম্পূৰ্ণ সুবিধা লৈছে চীনে! সমগ্ৰ বিশ্বক প্ৰতাৰণা কৰি এই বিশেষ সামগ্ৰীত নিষেধাজ্ঞা আৰোপ চীনৰ
Top News

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ সম্পূৰ্ণ সুবিধা লৈছে চীনে! সমগ্ৰ বিশ্বক প্ৰতাৰণা কৰি এই বিশেষ সামগ্ৰীত নিষেধাজ্ঞা আৰোপ চীনৰ

March 21, 2026
চিলিণ্ডাৰ বুকিঙৰ বাবে নতুন নম্বৰ মুকলি, আজিয়েই SAVE কৰক এই নম্বৰ
Top News

চিলিণ্ডাৰ বুকিঙৰ বাবে নতুন নম্বৰ মুকলি, আজিয়েই SAVE কৰক এই নম্বৰ

March 21, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 21, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 21, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

March 21, 2026

শীৰ্ষ সংবাদ

আমেৰিকা-ইজৰাইলৰ ওপৰত ক্ষুব্ধ তেহৰাণ, ইৰাণত বৰ্তমানলৈকে ২০০০ৰো অধিক লোকৰ প্ৰাণহানি

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ সম্পূৰ্ণ সুবিধা লৈছে চীনে! সমগ্ৰ বিশ্বক প্ৰতাৰণা কৰি এই বিশেষ সামগ্ৰীত নিষেধাজ্ঞা আৰোপ চীনৰ

চিলিণ্ডাৰ বুকিঙৰ বাবে নতুন নম্বৰ মুকলি, আজিয়েই SAVE কৰক এই নম্বৰ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025