• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, March 13, 2026
23 °c
Guwahati
23 ° Sat
23 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ট্ৰাম্পৰ ‘শুল্ক’ নীতিত হাহাকাৰ বিশ্বৰ অৰ্থনীতিত; হোৰাহোৰে ডুবিল বিভিন্ন দেশৰ শ্বেয়াৰ মাৰ্কেট

Nation NE by Nation NE
April 7, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয়
0 0
ট্ৰাম্পৰ ‘শুল্ক’ নীতিত হাহাকাৰ বিশ্বৰ অৰ্থনীতিত; হোৰাহোৰে ডুবিল বিভিন্ন দেশৰ শ্বেয়াৰ মাৰ্কেট

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে আন এটা বিতৰ্কিত সিদ্ধান্ত গ্ৰহণ কৰি বিশ্বৰ ৬০ খন দেশৰ ওফৰত ‘প্ৰত্যুত্তৰমূলক শুল্ক’ আৰোপ কৰি সমগ্ৰ বিশ্বৰে অৰ্থনীতিলৈ ভাবুকি কঢ়িয়াই আনিছে।

ট্ৰাম্পে আৰম্ভ কৰা এই শুল্ক যুদ্ধৰ ফলত আমেৰিকা, ইউৰোপৰ লগতে এছিয়াৰ অৰ্থনীতিত বেয়া প্ৰভাৱ পৰাৰ লগতে হোৰাহোৰে খহিছে বিশ্বৰ বিভিন্ন দেশৰ শ্বেয়াৰ মাৰ্কেট।

ট্ৰাম্পৰ এই ভয়ংকৰ সিদ্ধান্তৰ পিছতেই ভাৰতীয় বজাৰতো বিৰূপ প্ৰভাৱ পৰা পৰিলক্ষিত হয়। সোমবাৰে ছেনছেক্সৰ শ্বেয়াৰ ২,২২৭ পইণ্ট হ্ৰাস পাই ৭৩,১৩৭.৯০ পইণ্টত বন্ধ হোৱাৰ বিপৰীতে নিফটিৰ শ্বেয়াৰ ৭৪৩ পইণ্ট হ্ৰাস পাই ২২,১৬১.৬০ পইণ্টত উপনীত হয়।

দিনটোৰ ব্যৱসায়ৰ সময়ছোৱাত দুয়োটা ইণ্ডেক্স প্ৰায় ৫ শতাংশ হ্ৰাস পাইছিল যদিও শেষত কিছু উন্নতি ঘটিছিল।

টাটা ষ্টীল (-৭.৭৮ শতাংশ), এল এণ্ড টি (-৫.৮৮ শতাংশ), টাটা মটৰ্ছ (-৫.৫৬ শতাংশ)ৰ দৰে ডাঙৰ ডাঙৰ ষ্টক বেয়াকৈ লোকচানৰ সন্মুখীন হয়।

কেৱল এয়াই নহয় আজিৰ দিনটোত দেশৰ সবাটোকৈ ধনাঢ্য ব্যক্তি মুকেশ আম্বানী, গৌতম আদানী, জিন্দাল গ্ৰুপকে ধৰি আন বহু উদ্যোগপতি তথা ব্যৱসায়ীয়ে হাজাৰ-হাজাৰ কোটি টকাৰ লোকচানৰ সন্মুখীন হয়।

বিদেশী মাৰ্কেটটো পৰিল প্ৰভাৱ

জাপানৰ নিকেই ২২৫ ৭.১ শতাংশ হ্ৰাস। বিগত কেইবাবছৰৰ ভিতৰত এইটোৱেই সৰ্বাধিক পতন

দক্ষিণ কোৰিয়াৰ কস্পি ৫.৫ শতাংশ হ্ৰাস পোৱাৰ বাবে চাৰ্কিট ব্ৰেকাৰ প্ৰয়োগ কৰিবলগীয়া হয়

টাইৱানৰ বজাৰ ৯.৮ শতাংশ হ্ৰাস পায়, যাৰ বাবে শ্বৰ্ট চেলিং নিষিদ্ধ কৰিবলগীয়া হৈছিল।

ছিংগাপুৰত বজাৰ মুকলি হোৱাৰ লগে লগে ৮.৫ শতাংশ হ্ৰাস পায়।

অষ্ট্ৰেলিয়াৰ এ এছ এক্স ২০০ ৬.৩ শতাংশ হ্ৰাস পায়। এয়া ১৫ মাহৰ ভিতৰত সৰ্বাধিক পতন।

ছৌদি শ্বেয়াৰ বজাৰত ৬.৭৮ শতাংশ হ্ৰাস পাইছে। ক’ভিডৰ পিছত এইটোৱে সৰ্ববৃহত পতন।

ইফালে বজাৰ খোলাৰ লগে লগে পাকিস্তান মাৰ্কেটত এক হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হয়। পলকতে ৮০০০ পইণ্ট হ্ৰাস পোৱাৰ লগে লগে দেশখনে এঘণ্টাৰ বাবে শ্বেয়াৰ মাৰ্কেট বন্ধ কৰি দিবলৈ বাধ্য হয়।

Tags: Donald trumpMarket CrashShare MarketTarriff

Related Posts

পেইড পিৰিয়ড লিভৰ আবেদনৰ শুনানি গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ
Top News

March 13, 2026
আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 13, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 13, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 13, 2026
‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

March 12, 2026

শীৰ্ষ সংবাদ

পেইড পিৰিয়ড লিভৰ আবেদনৰ শুনানি গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025