• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, March 21, 2026
22 °c
Guwahati
22 ° Sun
22 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    চিলিণ্ডাৰ বুকিঙৰ বাবে নতুন নম্বৰ মুকলি, আজিয়েই SAVE কৰক এই নম্বৰ

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    পত্নী-পুত্ৰসহিতে সমদল উলিয়াই খানাপাৰা পৰা জিলা উপায়ুক্ত কাৰ্যালয়লৈ মনোনয়ন পত্ৰ দাখিল যাত্ৰা মুখ্যমন্ত্ৰীৰ

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল:কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আনুষ্ঠানিভাৱে গেৰুৱা বসন পৰিধান কৰিলে প্ৰদ্যুৎ বৰদলৈয়ে, শিৰত ধাৰণ কৰিলে বিজেপিৰ গেৰুৱা টুপী

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ঋণত জৰ্জৰিত পাকিস্তান! ঋণগ্ৰস্ত পাকিস্তানলৈ এই চুবুৰীয়া দেশৰ বিদ্যুতৰ বিল প্ৰেৰণ

Nation NE by Nation NE
April 9, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
ঋণত জৰ্জৰিত পাকিস্তান! ঋণগ্ৰস্ত পাকিস্তানলৈ এই চুবুৰীয়া দেশৰ বিদ্যুতৰ বিল প্ৰেৰণ
Share on FacebookShare on TwitterWhatsApp

অৰ্থনৈতিক সংকটত জৰ্জৰিত হৈ পৰিছে পাকিস্তান। আফগানিস্তানৰ ৰাজধানী কাবুলত অৱস্থিত পাকিস্তানৰ দূতাবাসে কেইবামাহো ধৰি বিদ্যুতৰ বিল পৰিশোধ নকৰাৰ পিছতেই আফগানিস্তান বিদ্যুৎ ব’ৰ্ডে কঠোৰ সতৰ্কবাণী জাৰি কৰিছে।

বৰ্তমান পৰিস্থিতি এনেকুৱা যে, এতিয়া পাকিস্তানৰ দূতাবাসৰ বিদ্যুৎ যোগান বন্ধ হোৱাত চিন্তিত হৈ পৰিছে।

আফগানিস্তানৰ ইলেক্ট্ৰিচিটি ব’ৰ্ডে কাবুলত থকা পাকিস্তান দূতাবাসলৈ ১০ লাখ ৩৩ হাজাৰ ৫৩০ আফগানী টকাৰ বিদ্যুৎ বিল প্ৰেৰণ কৰিছে। এই ধনৰাশি ভাৰতীয় মুদ্ৰাত প্ৰায় ৮.৫ লাখ টকা আৰু পাকিস্তানী মুদ্ৰাত ৪০ লাখতকৈও অধিক।

কেইবাখনো জাননী প্ৰেৰণ কৰাৰ পিছতো যেতিয়া ধন পৰিশোধ কৰা নহ’ল, তেতিয়া ব’ৰ্ডে চূড়ান্ত সতৰ্কবাণী দি কয় যে বিল পৰিশোধ নকৰিলে দূতাবাসৰ বিদ্যুৎ যোগান বিচ্ছিন্ন হ’ব।

এই ঘটনাক লৈ পাকিস্তান দূতাবাসৰ কৰ্মচাৰীসকল অতিশয় ক্ষুব্ধ হৈ পৰিছে। তেওঁলোকে নিজৰ প্ৰশাসনক সকীয়াই দিছে যে যদিহে এই বিষয়টো শীঘ্ৰে সমাধান নহয়, তেন্তে কোনো ধৰণৰ সংকটৰ দায়িত্ব তেওঁলোকে নলয়। দূতাবাসে স্পষ্ট কৰি দিছে যে, যদি বিদ্যুৎ বন্ধ হৈ যায় তেন্তে কেৱল যোগাযোগ ব্যৱস্থাই স্তব্ধ হৈ পৰাই নহয়, পাকিস্তানৰ সৈতে তেওঁলোকৰ যোগাযোগো সম্পূৰ্ণৰূপে হেৰাই যাব।

এই সমগ্ৰ বিষয়টোৱে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফ চৰকাৰৰ কৰ্মশৈলী আৰু অৰ্থনৈতিক ব্যৱস্থাপনাক লৈ প্ৰশ্ন উত্থাপন কৰিছে। ছ’চিয়েল মিডিয়াত ৰাইজে কৈছে যে, প্ৰধানমন্ত্ৰী শ্বাহবাজে দেশলৈ বদনাম কঢ়িয়াই আনিছে। ঘৰুৱা ক্ষেত্ৰতো পাকিস্তানে ইতিমধ্যে মুদ্ৰাস্ফীতি, নিবনুৱা সমস্যা আৰু আই এম এফৰ কঠোৰ চৰ্তত অশান্তি দিছে। এতিয়া তেওঁ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো অপমানৰ সন্মুখীন হৈছে।

আফগানিস্তান ইলেক্ট্ৰিচিটি ব’ৰ্ডে চেক সহ এখন অনুৰোধ পত্ৰ প্ৰেৰণ কৰি পাকিস্তান প্ৰশাসনক আবেদন জনাইছে যে তৎকালীনভাৱে আফগানিস্তানৰ নেশ্যনেল বেংকক বাকী থকা বিল পৰিশোধ কৰিব লাগে। এই ধনৰাশি সময়মতে আদায় নিদিলে দূতাবাসৰ বিদ্যুৎ যোগান বন্ধ হৈ যাব।

Related Posts

আমেৰিকা-ইজৰাইলৰ ওপৰত ক্ষুব্ধ তেহৰাণ, ইৰাণত বৰ্তমানলৈকে ২০০০ৰো অধিক লোকৰ প্ৰাণহানি
Top News

March 21, 2026
মধ্যপ্ৰাচ্যৰ যুদ্ধৰ সম্পূৰ্ণ সুবিধা লৈছে চীনে! সমগ্ৰ বিশ্বক প্ৰতাৰণা কৰি এই বিশেষ সামগ্ৰীত নিষেধাজ্ঞা আৰোপ চীনৰ
Top News

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ সম্পূৰ্ণ সুবিধা লৈছে চীনে! সমগ্ৰ বিশ্বক প্ৰতাৰণা কৰি এই বিশেষ সামগ্ৰীত নিষেধাজ্ঞা আৰোপ চীনৰ

March 21, 2026
চিলিণ্ডাৰ বুকিঙৰ বাবে নতুন নম্বৰ মুকলি, আজিয়েই SAVE কৰক এই নম্বৰ
Top News

চিলিণ্ডাৰ বুকিঙৰ বাবে নতুন নম্বৰ মুকলি, আজিয়েই SAVE কৰক এই নম্বৰ

March 21, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 21, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 21, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

March 21, 2026

শীৰ্ষ সংবাদ

আমেৰিকা-ইজৰাইলৰ ওপৰত ক্ষুব্ধ তেহৰাণ, ইৰাণত বৰ্তমানলৈকে ২০০০ৰো অধিক লোকৰ প্ৰাণহানি

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ সম্পূৰ্ণ সুবিধা লৈছে চীনে! সমগ্ৰ বিশ্বক প্ৰতাৰণা কৰি এই বিশেষ সামগ্ৰীত নিষেধাজ্ঞা আৰোপ চীনৰ

চিলিণ্ডাৰ বুকিঙৰ বাবে নতুন নম্বৰ মুকলি, আজিয়েই SAVE কৰক এই নম্বৰ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025