• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, May 6, 2026
26 °c
Guwahati
26 ° Fri
26 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home BIG BREAKING

নাম অসম বিশ্ববিদ্যালয়, নাই বাপতি-সাহোন ব’হাগ বিহুৰ বন্ধ; ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া

শ্বহীদৰ তেজৰ বিনিময়ত হোৱা অসম চুক্তিৰ ফলশ্ৰুতিত স্থাপন হৈছিল অসম বিশ্ববিদ্যালয়

Nation NE by Nation NE
April 9, 2025
in BIG BREAKING, Top News, অসম
0 0
নাম অসম বিশ্ববিদ্যালয়, নাই বাপতি-সাহোন ব’হাগ বিহুৰ বন্ধ; ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া
Share on FacebookShare on TwitterWhatsApp

অসমৰ বাপতি সাহোন ব’হাগ বিহুৰ বাবে ৰাজ্যবাসীয়ে প্ৰস্তুতি আৰম্ভ কৰাৰ সময়তে ইয়াক লৈ আহিছে এক উদ্বেগজনক খবৰ। বৰাক উপত্যকাস্থিত অসম বিশ্ববিদ্যালয় কৰ্তৃপক্ষই লোৱা এটা সিদ্ধান্তৰ বাবে এতিয়া ৰাজ্যজুৰি তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে।

ইয়াৰ কাৰণ হৈছে বিশ্ববিদ্যালয়খনে ৱেবছাইটযোগে প্ৰকাশ কৰা বন্ধৰ তালিকাত নাই ব’হাগ বিহুৰ বন্ধ। এই তালিকা প্ৰকাশ পোৱাৰ পিছতে হোৱা প্ৰতিক্ৰিয়াৰ প্ৰতি লক্ষ্য ৰাখি ১৫ এপ্ৰিলত ব’হাগ বিহুৰ দিনটোত নন টীচিং ষ্টাফৰ বাবে Restricted Holiday ঘোষণা কৰে।

উল্লেখ্য যে, অসম চুক্তিৰ ফলশ্ৰুতিত স্থাপন হোৱা অসম বিশ্ববিদ্যালয়খনৰ এই হঠকাৰী সিদ্ধান্তৰ পিছতে সচেতন মহলৰ মাজত হোৱা তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। আৰু ইয়াৰ পিছতে আজি অসম বিশ্ববিদ্যালয় কৰ্তৃপক্ষই এই জাননীযোগে ১৪ এপ্ৰিলৰ দিনটো বন্ধ ঘোষণা কৰে।

১৪ এপ্ৰিলৰ দিনটো বন্ধ ঘোষণা কৰিলেও অৱশ্যে সেয়া বিহুৰ বন্ধ নহয়। ৱেবছাইটত প্ৰকাশ পোৱা তালিকাখনত এই দিনটোত বি আৰ আম্বেদকাৰৰ জন্মজয়ন্তী উপলক্ষ্যে বিশ্ববিদ্যালয়খন বন্ধ থাকিব বুলিহে উল্লেখ কৰা হৈছে।

উল্লেখ্য যে, শিলচৰস্থিত অসম বিশ্ববিদ্যালয়ত অধ্যয়নৰত বহু শিক্ষাৰ্থী আৰু বিষয়া-কৰ্মচাৰী ব্ৰহ্মপুত্ৰ উপত্যকাৰ। সেয়ে অসমৰ বাপতি সাহোন বিহুত বন্ধ নিদিয়াক কেন্দ্ৰ কৰি এইসকল শিক্ষাৰ্থী আৰু বিষয়া-কৰ্মচাৰীৰ মাজত অসন্তুষ্টিয়ে দেখা দিয়া পৰিলক্ষিত হৈছে।

Tags: #AssamAssam UniversityBihuBohag Bihu

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

May 6, 2026
INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”
Top News

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

May 5, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 5, 2026
নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ
Top News

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

May 5, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 5, 2026
পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি
Top News

পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি

May 5, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025