• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, March 21, 2026
20 °c
Guwahati
20 ° Sun
23 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    চিলিণ্ডাৰ বুকিঙৰ বাবে নতুন নম্বৰ মুকলি, আজিয়েই SAVE কৰক এই নম্বৰ

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    পত্নী-পুত্ৰসহিতে সমদল উলিয়াই খানাপাৰা পৰা জিলা উপায়ুক্ত কাৰ্যালয়লৈ মনোনয়ন পত্ৰ দাখিল যাত্ৰা মুখ্যমন্ত্ৰীৰ

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল:কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আনুষ্ঠানিভাৱে গেৰুৱা বসন পৰিধান কৰিলে প্ৰদ্যুৎ বৰদলৈয়ে, শিৰত ধাৰণ কৰিলে বিজেপিৰ গেৰুৱা টুপী

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

হিট ষ্ট্ৰ’ক আৰু ডিহাইড্ৰেচনৰ লক্ষণসমূহ জানো আহক, গ্ৰীষ্মকালত ই হৈ পৰিব পাৰে শৰীৰৰ বাবে ক্ষতিকাৰক…

Nation NE by Nation NE
April 13, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
গ্ৰীষ্মকালত ছালৰ খজুৱতি বা ফোঁহাৰ পৰা সকাহ পাব পৰা ঘৰুৱা উপায়
Share on FacebookShare on TwitterWhatsApp

গ্ৰীষ্মকালত উষ্ণতা বৃদ্ধি হোৱাৰ লগে লগে শৰীৰতো ইয়াৰ প্ৰভাৱ দেখা যায়। তাপ বৃদ্ধিৰ ফলত শৰীৰৰ উষ্ণতাৰ ভাৰসাম্যতা আৰু পানীৰ মাত্ৰা হ্ৰাস পোৱাৰ ফলত হিট ষ্ট্ৰ’ক আৰু ডিহাইড্ৰেচন হ’ব পাৰে।

এই দুয়োটায়েই অৱস্থাই গুৰুতৰ হ’ব পাৰে আৰু সময়মতে চিনাক্ত কৰি চিকিৎসা নকৰিলে মাৰাত্মকও হ’ব পাৰে। ইয়াৰ কিছুমান প্ৰধান লক্ষণৰ বিষয়ে জানো আহক-

হিট ষ্ট্ৰোকৰ লক্ষণসমূহ-

  • তীব্ৰ জ্বৰ
  • মূৰৰ বিষ
  • শৰীৰৰ উষ্ণতা বৃদ্ধি
  • ছালৰ ৰুক্ষতা বৃদ্ধি

গ্ৰীষ্মকালত বহুত ঘাম ওলোৱাটো সাধাৰণ কথা, কিন্তু হিট ষ্ট্ৰ’ক হ’লে শৰীৰৰ তাপ ইমানেই বাঢ়ি যায় যে ঘামো বন্ধ হৈ যায়। ইয়াৰ বাবে ছালখন শুকান, গৰম আৰু ৰঙা হৈ পৰে। ইয়াৰ ফলত শৰীৰত গুৰুতৰ ক্ষতিসাধন হয়।

ডিহাইড্ৰেচনৰ লক্ষণসমূহ-

  • প্ৰস্ৰাৱ কমি যোৱা

প্ৰস্ৰাৱৰ পৰিমাণ কমিলে বা প্ৰস্ৰাৱৰ ৰং অস্বাভাৱিক হ’লে পানীলগা হোৱাৰ লক্ষণ হ’ব পাৰে। এই লক্ষণৰ পৰা বুজিব পাৰি যে শৰীৰত পানীৰ পৰিমাণ স্বাভাৱিকতকৈ বহু পৰিমাণে হ্ৰাস পাইছে।

  • মূৰ ঘূৰোৱা আৰু ভাগৰুৱা হোৱা

ডিহাইড্ৰেচন হ’লে শৰীৰত পানীৰ অভাৱত ৰক্তচাপ কমি যায়, যাৰ ফলত মূৰ ঘূৰোৱা হ’ব পাৰে। অনবৰতে দুৰ্বল আৰু ভাগৰুৱা অনুভৱ কৰাটোও ইয়াৰ এটা অংশ। এনে পৰিস্থিতিত ব্যক্তিজনে ভাৰসাম্য হেৰুৱাব পাৰে আৰু আনকি অচেতনো হৈ পৰিব পাৰে।

হিট ষ্ট্ৰ’ক আৰু ডিহাইড্ৰেচনে দুয়োটায়েই ব্যক্তি এজনৰ মানসিক অৱস্থাতো প্ৰভাৱ পেলায়। যাৰ বাবে ব্যক্তিজন বিভ্ৰান্ত, খিংখিঙীয়া বা অলস হৈ পৰিব পাৰে। কেতিয়াবা ই চিন্তাশক্তিটো প্ৰভাৱ পেলায়।

সাৱধানতা-

  • গ্ৰীষ্মকালত এই সমস্যাৰ পৰা হাত সাৰিবলৈ পানী আৰু তৰল পদাৰ্থ নিয়মিতভাৱে সেৱন কৰিব লাগে।
  • দুপৰীয়াৰ প্ৰচণ্ড ৰ’দত বাহিৰলৈ ওলাই যোৱা পৰিহাৰ কৰিব লাগে।
  • লঘু আৰু ঢিলা কাপোৰ পিন্ধি শৰীৰটো শীতল কৰি ৰাখিবলৈ চেষ্টা কৰিব লাগে।
  • যদি কোনো গুৰুতৰ লক্ষণ দেখা দিয়ে তেন্তে লগে লগে চিকিৎসকৰ সৈতে যোগাযোগ কৰিব লাগে।
  • সঠিক সময়ত সাৱধানতা অৱলম্বন কৰিলে এই বিপদসমূহ সহজে পৰিহাৰ কৰিব পৰা যায়।
Tags: Healthhealthy dayMedical

Related Posts

যুদ্ধৰ মাজত ডাঙৰ সকাহ, ইৰাণৰ পৰা ভাৰতে কিনিব তেল, আমেৰিকাই কিয় ল’লে U-turn?
Top News

March 21, 2026
পত্নীয়ে প্ৰহাৰ কৰে স্বামীক! গণগৌৰ উৎসৱৰ আশ্চৰ্যজনক পৰম্পৰা…

আমেৰিকা-ইজৰাইলৰ ওপৰত ক্ষুব্ধ তেহৰাণ, ইৰাণত বৰ্তমানলৈকে ২০০০ৰো অধিক লোকৰ প্ৰাণহানি

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ সম্পূৰ্ণ সুবিধা লৈছে চীনে! সমগ্ৰ বিশ্বক প্ৰতাৰণা কৰি এই বিশেষ সামগ্ৰীত নিষেধাজ্ঞা আৰোপ চীনৰ
Top News

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ সম্পূৰ্ণ সুবিধা লৈছে চীনে! সমগ্ৰ বিশ্বক প্ৰতাৰণা কৰি এই বিশেষ সামগ্ৰীত নিষেধাজ্ঞা আৰোপ চীনৰ

March 21, 2026
চিলিণ্ডাৰ বুকিঙৰ বাবে নতুন নম্বৰ মুকলি, আজিয়েই SAVE কৰক এই নম্বৰ
Top News

চিলিণ্ডাৰ বুকিঙৰ বাবে নতুন নম্বৰ মুকলি, আজিয়েই SAVE কৰক এই নম্বৰ

March 21, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

শীৰ্ষ সংবাদ

যুদ্ধৰ মাজত ডাঙৰ সকাহ, ইৰাণৰ পৰা ভাৰতে কিনিব তেল, আমেৰিকাই কিয় ল’লে U-turn?

পত্নীয়ে প্ৰহাৰ কৰে স্বামীক! গণগৌৰ উৎসৱৰ আশ্চৰ্যজনক পৰম্পৰা…

আমেৰিকা-ইজৰাইলৰ ওপৰত ক্ষুব্ধ তেহৰাণ, ইৰাণত বৰ্তমানলৈকে ২০০০ৰো অধিক লোকৰ প্ৰাণহানি

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ সম্পূৰ্ণ সুবিধা লৈছে চীনে! সমগ্ৰ বিশ্বক প্ৰতাৰণা কৰি এই বিশেষ সামগ্ৰীত নিষেধাজ্ঞা আৰোপ চীনৰ

চিলিণ্ডাৰ বুকিঙৰ বাবে নতুন নম্বৰ মুকলি, আজিয়েই SAVE কৰক এই নম্বৰ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025