• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, March 21, 2026
22 °c
Guwahati
22 ° Sun
22 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    চিলিণ্ডাৰ বুকিঙৰ বাবে নতুন নম্বৰ মুকলি, আজিয়েই SAVE কৰক এই নম্বৰ

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    পত্নী-পুত্ৰসহিতে সমদল উলিয়াই খানাপাৰা পৰা জিলা উপায়ুক্ত কাৰ্যালয়লৈ মনোনয়ন পত্ৰ দাখিল যাত্ৰা মুখ্যমন্ত্ৰীৰ

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল:কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আনুষ্ঠানিভাৱে গেৰুৱা বসন পৰিধান কৰিলে প্ৰদ্যুৎ বৰদলৈয়ে, শিৰত ধাৰণ কৰিলে বিজেপিৰ গেৰুৱা টুপী

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ছৌদি আৰৱৰ ডাঙৰ সিদ্ধান্ত, ভাৰতীয় হজ তীৰ্থযাত্ৰীৰ ভিছা নাকচ

Nation NE by Nation NE
April 14, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
আনে উদযাপন কৰাৰ এদিন আগতেই ভাৰতৰ লাখ-লাখ লোকে উদযাপন কৰিব ঈদ

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

ছৌদি আৰবে প্ৰতি বছৰে হজৰ বাবে প্ৰস্তুতি চলায় যদিও ২০২৫ চনত এই প্ৰস্তুতি বিশেষ। এইবাৰ ছৌদি আৰৱৰ গৃহ মন্ত্ৰালয়ে তীৰ্থযাত্ৰীৰ সংখ্যা, নিৰাপত্তা আৰু ভিৰ নিয়ন্ত্ৰণৰ সন্দৰ্ভত এক নতুন নিৰ্দেশনা জাৰি কৰিছে।

এই নিয়মসমূহে কেৱল তীৰ্থযাত্ৰীসকলৰ সুৰক্ষা নিশ্চিত কৰাই নহয়, মক্কাৰ স্থানীয় ব্যৱস্থাত ভাৰসাম্য ৰক্ষা কৰাতো সহায় কৰে।

চৌদি আৰৱৰ গৃহ মন্ত্ৰালয়ৰ মতে, উমৰাহৰ বাবে ছৌদি আৰৱত প্ৰৱেশৰ অন্তিম তাৰিখ ১৩ এপ্ৰিল, ২০২৫ নিৰ্ধাৰণ কৰা হৈছে আৰু সকলো উমৰা হজযাত্ৰীয়ে ২৯ এপ্ৰিলৰ ভিতৰত ঘূৰি আহিব লাগিব।এই সময়সীমা নিৰ্ধাৰণ কৰা হৈছে যাতে হজৰ সময়ত ভিৰ আৰু বিশৃংখলতাৰ পৰা হাত সাৰিব পৰা যায়।

হজ ২০২৫ৰ বাবে ছৌদি আৰব চৰকাৰে এনে এক পদক্ষেপ গ্ৰহণ কৰিছে যিয়ে হাজাৰ হাজাৰ ভাৰতীয় পৰিয়ালক প্ৰভাৱিত কৰিব পাৰে।ইয়াৰে এটা হল এতিয়া ১২ বছৰৰ তলৰ শিশুৱে নাপাব হজ ভিছা। এই তথ্য ভাৰতৰ হাজ কমিটি, মুম্বাইৰ দ্বাৰা জাৰি কৰা বিজ্ঞপ্তিযোগে দিয়া হৈছে। এই নিয়মৰ আটাইতকৈ প্ৰত্যক্ষ প্ৰভাৱ সেই পৰিয়ালসমূহৰ ওপৰত পৰিব, যিবোৰে নিজৰ সন্তানৰ সৈতে যাত্ৰা কৰাৰ পৰিকল্পনা কৰিছিল। ইতিমধ্যে উত্তৰ প্ৰদেশৰ ১৮ টা শিশুৰ নামকে ধৰি সমগ্ৰ দেশৰ পৰা অহা শিশুৰ মুঠ ২৯১ খন আৱেদন নাকচ কৰা হৈছে।

২০২৫ চনৰ ২৩ এপ্ৰিলৰ পৰা মক্কাত প্ৰৱেশ কৰাসকলৰ বাবে অতি কঠোৰ নিয়ম ৰূপায়ণ কৰা হৈছে।এতিয়া যিকোনো ব্যক্তিয়ে মক্কাত প্ৰৱেশৰ বাবে কোনো এখন নথি দেখুৱাব বাধ্যতামূলক হ’ব, য’ত হজ পাৰ্মিট, মক্কাত কাম কৰাৰ চৰকাৰী অনুমতি, মক্কা বাসিন্দাৰ বাবে অনুমোদিত পৰিচয় পত্ৰ আদি অন্তৰ্ভুক্ত। নতুন আইন অনুসৰি এই নথি-পত্ৰ অবিহনে মক্কাত প্ৰৱেশ কৰিলে আল ছুমাইছি বা অন্যান্য চেকপইণ্টৰ পৰা ঘূৰাই পঠিওৱা হ’ব। বিশেষকৈ দেশৰ অন্য প্ৰান্তৰ পৰা পৰ্যটন ভিছা বা কৰ্মসূত্ৰে মক্কালৈ অহা লোকসকলৰ ক্ষেত্ৰত এই কঠোৰ নিয়ম প্ৰযোজ্য।

ছৌদি আৰৱৰ গৃহ মন্ত্ৰালয়ে স্পষ্ট কৰি দিছে যে যিসকলৰ হজ ভিছা নাই তেওঁলোকক ২০২৫ চনৰ ২৯ এপ্ৰিলৰ পিছত মক্কাত প্ৰৱেশ বা থাকিবলৈ দিয়া নহ’ব।ইয়াৰ উপৰিও কামৰ বাবে মক্কা বা ইয়াৰ আশে-পাশে থকা অঞ্চললৈ অহা বিদেশীয়ে অনুমতিৰ বাবে অনলাইন আবেদন কৰাটো বাধ্যতামূলক হ’ব।

Related Posts

চিলিণ্ডাৰ বুকিঙৰ বাবে নতুন নম্বৰ মুকলি, আজিয়েই SAVE কৰক এই নম্বৰ
Top News

March 21, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 21, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 21, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

March 21, 2026
লেবাননত লাইভ ৰিপ’ৰ্টৰ সময়ত ইজৰাইলী মিছাইলৰ আক্ৰমণ; দুজনকৈ সাংবাদিক আহত
Top News

লেবাননত লাইভ ৰিপ’ৰ্টৰ সময়ত ইজৰাইলী মিছাইলৰ আক্ৰমণ; দুজনকৈ সাংবাদিক আহত

March 20, 2026
ইউনুছ চৰকাৰৰ শাসনৰ অন্ত পৰাৰ পিছত উন্নত হ’বলৈ আৰম্ভ ভাৰত-বাংলাদেশ সম্পৰ্ক!

শীৰ্ষ সংবাদ

চিলিণ্ডাৰ বুকিঙৰ বাবে নতুন নম্বৰ মুকলি, আজিয়েই SAVE কৰক এই নম্বৰ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

লেবাননত লাইভ ৰিপ’ৰ্টৰ সময়ত ইজৰাইলী মিছাইলৰ আক্ৰমণ; দুজনকৈ সাংবাদিক আহত

ইউনুছ চৰকাৰৰ শাসনৰ অন্ত পৰাৰ পিছত উন্নত হ’বলৈ আৰম্ভ ভাৰত-বাংলাদেশ সম্পৰ্ক!

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025