• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, March 18, 2026
22 °c
Guwahati
23 ° Thu
22 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কংগ্ৰেছত গৃহকন্দল! জ্যেষ্ঠ কংগ্ৰেছ সাংসদে কৰিব নেকি দলত্যাগ? মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া…

    ASSAM ASSEMBLY ELECTION 2026: আজি ঘোষণা হ’ব অসম বিধানসভা নিৰ্বাচনৰ দিন

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

FBIৰ নজৰত অপৰাধীৰ তালিকাত এই ৫ অপৰাধী, যাৰ সন্মুখত আনকি ল’ৰেন্স বিষ্ণোইও পিছ পৰি ৰ’ৱ

Nation NE by Nation NE
April 16, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
FBIৰ নজৰত অপৰাধীৰ তালিকাত এই ৫ অপৰাধী, যাৰ সন্মুখত আনকি ল’ৰেন্স বিষ্ণোইও পিছ পৰি ৰ’ৱ
Share on FacebookShare on TwitterWhatsApp

আমেৰিকাৰ এটা এজেন্সী ফেডাৰেল ব্যুৰো অৱ ইনভেষ্টিগেচন, যাক এফ বি আই বুলি কোৱা হয়। ই সমগ্ৰ বিশ্বৰ শীৰ্ষ মষ্ট ৱাণ্টেড ব্যক্তিৰ তালিকা প্ৰকাশ কৰিছে।

উল্লেখ্য যে, এই তালিকাত কেৱল সেইসকল লোকৰ নাম আছে, যাৰ অপৰাধে সকলোকে কঁপাই তোলে। এইসকল হৈছে অপৰাধ জগতৰ মুকুট পিন্ধা একো-একোজন ৰজা।

২০১১ চনৰ মে’ মাহৰ পূৰ্বে ওছামা বিন লাডেনৰ নামো এই তালিকাত আছিল। অৱশ্যে এতিয়া ২০২৫ চনত এই ভয়ংকৰ অপৰাধীৰ তালিকাত এজন ভাৰতীয়ৰ নামো অন্তৰ্ভূক্ত হৈছে।

এই তালিকাত অন্তৰ্ভুক্ত অপৰাধীসকল কেৱল আমেৰিকাৰ বাবেই নহয়, সমগ্ৰ বিশ্বৰ নিৰাপত্তাৰ বাবেও এক ভাবুকি। তেওঁলোকৰ গ্ৰেপ্তাৰৰ ক্ষেত্ৰত সাধাৰণ জনতাক জড়িত কৰা হৈছে। যদি কোনোবাই ২০২৫ চনৰ তালিকাত থকা অপৰাধীৰ বিষয়ে তথ্য দিয়ে, তেন্তে তেওঁ কমেও ২.৫ লাখ ডলাৰ পুৰস্কাৰ পাব। অৰ্থাৎ প্ৰায় ২০ কোটি টকা। এতিয়া তালিকাত অন্তৰ্ভুক্ত শীৰ্ষ ৫ টা নাম জানো আহক-

  • ভদ্ৰেশ কুমাৰ চেতনভাই পেটেল

ভদ্ৰেশকুমাৰ চেতনভাই পেটেল ভাৰতীয় মূলৰ অপৰাধী। ২০১৫ চনৰ এপ্ৰিল মাহত মেৰিলেণ্ডৰ হানোভাৰৰ এখন ডোনাটৰ দোকানত পেটেলে নিজৰ পত্নীক ছুৰীৰে আঘাত কৰি নৃশংসভাৱে হত্যা কৰিছিল। শেষবাৰৰ বাবে তেওঁক নেৱাৰ্ক পেন ষ্টেচনলৈ যোৱা দেখা গৈছিল। কানাডা, ভাৰত আৰু আমেৰিকাৰ কেইবাখনো ৰাজ্যত তেওঁৰ যোগাযোগ আছে বুলি কোৱা হয়।

  • আলেজান্দ্ৰ’ কাষ্টিলো

২০১৬ চনত উত্তৰ কেৰ’লিনাৰ চাৰ্লটত প্ৰাক্তন প্ৰেমিকাক হত্যা কৰাৰ অভিযোগত পলাতক হৈ আছে কাষ্টিলো। দুয়োজনে একেখন ৰেষ্টুৰেণ্টতে কাম কৰিছিল, য’ৰ পৰাই তেওঁলোকৰ চিনাকি আৰম্ভ হৈছিল। ইয়াৰ পিছত দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠিল। এবাৰ দুয়োৰে মাজত কিবা কথাক লৈ কাজিয়া হৈছিল। ইয়াৰ পিছত কাষ্টিলোৱে নিজৰ উন্মাদনা আৰু নিষ্ঠুৰতাক নিয়ন্ত্ৰণ কৰিব নোৱাৰি নিজৰ প্ৰাক্তন প্ৰেমিকাক হত্যা কৰে।

  • ইউলান এডোনাই

ইউলান এডোনাই আৰ্চগা কেৰিয়াছ। ইউলান হৈছে এম এছ-১৩ গেঙৰ নেতা। এম এছ-১৩ গেং এটা কুখ্যাত আন্তঃৰাষ্ট্ৰীয় গেং। এই গেঙে অস্ত্ৰ-শস্ত্ৰ আৰু ড্ৰাগছৰ চোৰাং ব্যৱসায়ৰো কৰে। মানুহক হত্যা কৰিবলৈও এই গেঙে ঠিকা লয়। একে সময়তে ইউলানে অস্ত্ৰ-শস্ত্ৰ আৰু ড্ৰাগছৰ চোৰাং ব্যৱসায়ৰ লগতে হত্যাকে ধৰি কেইবাটাও গুৰুতৰ অভিযোগৰ সন্মুখীন হৈছে। এফ বি আইয়ে তেওঁৰ ওপৰত ৫০ লাখ ডলাৰৰ পুৰস্কাৰ ঘোষণা কৰিছে।

ৰুজা ইগনাটোভা

ৰুজা ইগনাটোভাৰ নামো এই তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। এই নামটো কোনো হত্যাকাণ্ড সংঘটিত কৰাৰ বাবে নহয়, কেলেংকাৰীৰ বাবেহে। ৰুজাক ‘ক্ৰিপ্ট’ কুইন’ বুলিও জনা যায়। তেওঁৰ বিৰুদ্ধে বহু চৰ্চিত OneCoin কেলেংকাৰীৰ নেতৃত্ব দিয়াৰ অভিযোগ আছে। এই ক্ৰাইম কুইনক শেষবাৰৰ বাবে ২০১৭ চনৰ অক্টোবৰ মাহত গ্ৰীচৰ এথেন্সত দেখা গৈছিল। তেওঁৰ ওপৰত জাৰ্মান আৰু বুলগেৰিয়াৰ নাগৰিকত্ব আছে। ইয়াৰ ওপৰতো ৫০ লাখ ডলাৰৰ পুৰস্কাৰ আছে।

  • ওমৰ আলেকজেণ্ডাৰ কাৰ্ডেনাছ

ওমৰ আলেকজেণ্ডাৰ কাৰ্ডেনাছ এজন আমেৰিকান নাগৰিক আৰু তেওঁ এফ বি আইৰ মষ্ট ৱাণ্টেড তালিকাত আছে। তেওঁক লছ এঞ্জেলছৰ কুখ্যাত ‘পিয়ৰ্চ ষ্ট্ৰীট গেং’ৰ সদস্য বুলি কোৱা হয়। তেওঁৰ বিৰুদ্ধে লছ এঞ্জেলছৰ হেয়াৰ আইকন নাপিতৰ দোকানৰ বাহিৰত ৪৬ বছৰীয়া জাবালি ডুমাছক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে।

আৰক্ষীৰ মতে, কাৰ্ডেনাছে প্ৰায় ৩০ ফুট দূৰৰ পৰা ডুমাছৰ ওপৰত ৯টাকৈ গুলীচালনা কৰে। ২০২০ চনৰ এপ্ৰিল মাহত তেওঁৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু হৈছিল।বৰ্তমান এফ বি আইয়ে সন্দেহ কৰিছে যে তেওঁ মেক্সিকোলৈ পলায়ন কৰিছে বা দক্ষিণ কেলিফৰ্ণিয়াৰ ক’ৰবাত লুকাই আছে। তেওঁক গ্ৰেপ্তাৰ কৰাৰ বাবে ২.৫ লাখ ডলাৰ পৰ্যন্ত পুৰস্কাৰ ঘোষণা কৰা হৈছে।

Tags: AmericaFBIInternational

Related Posts

কাবুল হাস্পতালত ৪০৮ জনৰ প্ৰাণহানি, পাকিস্তানক তীব্ৰ সমালোচনা ভাৰতৰ
Top News

March 17, 2026
শাসক পৰিৱৰ্তনৰ মাজতে ইৰাণৰ ডাঙৰ ৰহস্য ভেদ! আক্ৰমণৰ পূৰ্বে বাসগৃহ ত্যাগ মোজতাবা খামেনেইৰ

ৰমজানত মাহতেই ১৬ দিন ধৰি বন্ধ আল-আকছা মছজিদ, ইজৰাইলৰ এই সিদ্ধান্তক লৈ ক্ষুব্ধ মুছলমান দেশ

মধ্যপ্ৰাচ্যৰ যুদ্ধই জ্ব*লা*লে ডুবাই! স্থবিৰ হৈ পৰিল পৰ্যটন, গুগল আৰু মাইক্ৰ’ছফ্টৰ দৰে MNCত প্ৰভাৱ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 17, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 17, 2026

শীৰ্ষ সংবাদ

কাবুল হাস্পতালত ৪০৮ জনৰ প্ৰাণহানি, পাকিস্তানক তীব্ৰ সমালোচনা ভাৰতৰ

শাসক পৰিৱৰ্তনৰ মাজতে ইৰাণৰ ডাঙৰ ৰহস্য ভেদ! আক্ৰমণৰ পূৰ্বে বাসগৃহ ত্যাগ মোজতাবা খামেনেইৰ

ৰমজানত মাহতেই ১৬ দিন ধৰি বন্ধ আল-আকছা মছজিদ, ইজৰাইলৰ এই সিদ্ধান্তক লৈ ক্ষুব্ধ মুছলমান দেশ

মধ্যপ্ৰাচ্যৰ যুদ্ধই জ্ব*লা*লে ডুবাই! স্থবিৰ হৈ পৰিল পৰ্যটন, গুগল আৰু মাইক্ৰ’ছফ্টৰ দৰে MNCত প্ৰভাৱ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025