• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, December 8, 2025
18 °c
Guwahati
18 ° Wed
18 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

আমেৰিকাত বিলুপ্ত হ’ব নেকি আয়কৰ? আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে দিলে ডাঙৰ ইংগিত

Nation NE by Nation NE
April 18, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
আমেৰিকাত বিলুপ্ত হ’ব নেকি আয়কৰ? আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে দিলে ডাঙৰ ইংগিত
Share on FacebookShare on TwitterWhatsApp

শেহতীয়াকৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এক সাক্ষাৎকাৰত এক বিবৃতি দিছে যিয়ে দেশখনৰ কৰ ব্যৱস্থাত এক বৃহৎ পৰিৱৰ্তন আনিব পাৰে। তেওঁ কৈছে যে যদি চৰকাৰে শুল্কৰ পৰা পৰ্যাপ্ত ধন লাভ কৰিব পাৰে, তেন্তে দেশৰ সকলো আয়কৰ আঁতৰোৱা হ’ব পাৰে।

তেওঁ কয় যে, ১৮০০ চনত আমেৰিকাই শুল্কৰ দ্বাৰা যথেষ্ট অৰ্থ অৰ্জন কৰিছিল আৰু যাৰ বাবে দেশখনক আটাইতকৈ ধনী দেশৰ ভিতৰত গণ্য কৰা হৈছিল।

সংবাদ মাধ্যমক দিয়া এক সাক্ষাৎকাৰত ট্ৰাম্পে কয় যে, ১৮৭০ চনৰ পৰা ১৯১৩ চনলৈকে আমেৰিকাত আয়কৰ নাছিল। সেই সময়ত চৰকাৰে সকলো ধন শুল্কৰ পৰা সংগ্ৰহ কৰিছিল, আৰু সেই সময়ত আমেৰিকা আছিল বিশ্বৰ আটাইতকৈ ধনী দেশ।

ট্ৰাম্পে লগতে কয় যে, তেওঁ আমেৰিকাত আকৌ এবাৰ শুল্ক ভিত্তিক অৰ্থনৈতিক আৰ্হি গ্ৰহণ কৰিব বিচাৰে। তেওঁ জোৰ দি কয় যে এই ধনৰাশি ইমানেই বেছি হ’ব পাৰে যে ই আয়কৰৰ স্থানো ল’ব পাৰে। অৱশ্যে এই পৰিৱৰ্তন কাৰ্যকৰী কৰিবলৈ কংগ্ৰেছৰ অনুমোদন প্ৰয়োজনীয় হ’ব বুলিও তেওঁ স্বীকাৰ কৰে। আচলতে ক’ৰোনা মহামাৰীৰ পিছত কৰ ব্যৱস্থা সলনি কৰাৰ প্ৰচেষ্টা আৰু অধিক তীব্ৰতৰ হৈ পৰিছে।

ইফালে ২ এপ্ৰিলত ট্ৰাম্পে ঘোষণা কৰা গধুৰ শুল্কই বিত্তীয় বজাৰত আতংকৰ সৃষ্টি কৰিছিল। ইয়াৰ বাবেই তেওঁলোকে ৯০ দিনৰ আংশিক ৰেহাই দিয়াৰ সিদ্ধান্ত লয় যদিও একে সময়তে চীনৰ ওপৰত শুল্ক ১৪৫% বৃদ্ধি কৰে।

১৯১৩ চনত আমেৰিকাৰ সংবিধানৰ ১৬ সংখ্যক সংশোধনীৰ ফলত কংগ্ৰেছক আয়কৰ আৰোপ কৰাৰ ক্ষমতা প্ৰদান কৰা হয়। বৰ্তমান আমেৰিকাৰ বহু ৰাজ্যইও নিজৰ পৰ্যায়ত আয়কৰ সংগ্ৰহ কৰে। কিন্তু ৮খন ৰাজ্য আছে – আলাস্কা, ফ্ল’ৰিডা, নিউ হামচায়াৰ, নেভাদা, চাউথ ডাকোটা, টেনেচি, টেক্সাছ আৰু ৱাইমিং, য’ত ব্যক্তিগত আয়কৰ আৰোপ কৰা নহয়। ৱাশ্বিংটন ৰাজ্যই মজুৰি বা দৰমহাৰ ওপৰত কৰ নিদিয়াৰ বিপৰীতে ২ লাখ ৭০ হাজাৰ ডলাৰৰ ওপৰৰ মূলধনী আয়ৰ ওপৰত কৰ আৰোপ কৰে।

Tags: AmericataxTrump

Related Posts

৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…
Top News

December 8, 2025
আটাইতকৈ নিম্ন এই ক্ষুদ্ৰ মুছলমান দেশখনৰ ঋণ! সকলো বিনামূলীয়া, নাগৰিকে দিব নালাগে আয়কৰ

ভয়াৱহ ইণ্ডিগ’ৰ পৰিস্থিতি! ২০০ৰো অধিক বিমান বাতিল, দিল্লী বিমানবন্দৰৰ পৰামৰ্শ প্ৰদান…

ভাৰততকৈ অৰ্ধ ৰাছিয়াৰ GDP! বিশ্বৰ বৃহত্তম অৰ্থনীতিৰ ভিতৰত ৰাছিয়াৰ স্থান ক’ত?
Top News

পুনৰ ষড়যন্ত্ৰ ৰাছিয়াৰ বিৰুদ্ধে! পুটিনৰ ভাৰত ভ্ৰমণৰ অন্তত কিয় কৰিছে ইউৰোপৰ দেশসমূহে?

December 8, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

December 8, 2025
‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

December 7, 2025

শীৰ্ষ সংবাদ

৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…

আটাইতকৈ নিম্ন এই ক্ষুদ্ৰ মুছলমান দেশখনৰ ঋণ! সকলো বিনামূলীয়া, নাগৰিকে দিব নালাগে আয়কৰ

ভয়াৱহ ইণ্ডিগ’ৰ পৰিস্থিতি! ২০০ৰো অধিক বিমান বাতিল, দিল্লী বিমানবন্দৰৰ পৰামৰ্শ প্ৰদান…

পুনৰ ষড়যন্ত্ৰ ৰাছিয়াৰ বিৰুদ্ধে! পুটিনৰ ভাৰত ভ্ৰমণৰ অন্তত কিয় কৰিছে ইউৰোপৰ দেশসমূহে?

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025