• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, October 29, 2025
25 °c
Guwahati
25 ° Thu
24 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    দেশৰ স্বাধীনতাৰ বাবে যুঁজ দিয়া বাংলাদেশৰ সমালোকৰ এপৰত বিধ্বংসী ৰূপ ধাৰণ ইউনুছ চৰকাৰৰ

    মহম্মদ ইউনুছৰ উচটনিত বাংলাদেশত পুনৰ গৃহযুদ্ধ! জামাত-ই-ইছলামীৰ প্ৰতিবাদ

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই?

    জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে SIT গঠনৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

    জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজপথত নামিব মুখ্যমন্ত্ৰী, অংশগ্ৰহণ কৰিব #JusticeForZubeenGarg আন্দোলনত

    ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…

    ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?

    জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home আন্তঃ ৰাষ্ট্ৰীয়

চাইনাইড নে আন কিবা; পৃথিৱীৰ আটাইতকৈ বিষাক্ত ৰাসায়নিক পদাৰ্থবিধ কি?

Nation NE by Nation NE
July 12, 2024
in আন্তঃ ৰাষ্ট্ৰীয়
0 0
চাইনাইড নে আন কিবা; পৃথিৱীৰ আটাইতকৈ বিষাক্ত ৰাসায়নিক পদাৰ্থবিধ কি?

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

অধিকসংখ্যক লোকে চাইনাইডক পৃথিৱীৰ আটাইতকৈ বিপদজনক বিষ বুলি গণ্য কৰে। কিন্তু সঁচাকৈয়ে জানো চাইনাইড আটাইতকৈ বিপদজনক? কিয়নো আটাইতকৈ বিষাক্ত ৰাসায়নিক পদাৰ্থ বিচাৰি উলিওৱাটো একেবাৰেই সহজ কাম নহয়।

চাইনাইড হৈছে এক অতিকৈ বিপদজনক ৰাসায়নিক পদাৰ্থ যিয়ে তাৎক্ষণিক মৃত্যুৰ ছবি অংকন কৰে। চলচ্চিত্ৰ আৰু অপৰাধৰ কাহিনীত ইয়াৰ নাম প্ৰায়েই উল্লেখ কৰা হয় আৰু বহুতে বিশ্বাস কৰে যে, ই পৃথিৱীৰ আটাইতকৈ বিষাক্ত ৰাসায়নিক পদাৰ্থ।

কিন্তু সঁচাকৈয়ে চাইনাইড পৃথিৱীৰ আটাইতকৈ বিপদজনক ৰাসায়নিক পদাৰ্থ নে আন কোনো পদাৰ্থই ইয়াক চেৰ পেলাইছে এই সম্বন্ধে আমাৰ এক বিশেষ প্ৰতিবেদন-

চাইনাইডৰ উপৰি পৃথিৱীত আৰু অধিক বিষাক্ত ৰাসায়নিক পদাৰ্থ আছে। ইয়াৰ ভিতৰত এবিধ হৈছে বোটুলিনম-টক্সিন-ক্ল’ষ্ট্ৰিডিয়াম, যি বোটুলিনম নামৰ এক বেক্টেৰিয়াৰ পৰা উৎপন্ন হয়। ইয়াৰ প্ৰভাৱত স্নায়ুৱে সংকেত দিয়া বন্ধ কৰে, পেশীয়ে কাম কৰা বন্ধ কৰে অৰ্থাৎ পক্ষাঘাত হয়, যাৰ ফলত এজন ব্যক্তি মৃত্যুমুখত পৰে।

আকৌ, ব্ৰিটিছ সেনাই ৰাসায়নিক অস্ত্ৰ হিচাপে এক শক্তিশালী স্নায়ু এজেণ্ট ভিএক্সৰ সৃষ্টি কৰিছিল। ই পেশীবোৰ পক্ষাঘাতগ্ৰস্ত কৰে আৰু ব্যক্তি এগৰাকীক শ্বাসৰুদ্ধ কৰি তোলে।

ঠিক তেনেদৰে ক্ল’ৰিন ট্ৰাইফ্ল’ৰাইডো হৈছে এক অতি ক্ষয়কাৰী ৰঙবিহীন গেছ। ই ইমানেই প্ৰতিক্ৰিয়াশীল যে পানী, বালি আৰু আনকি পূৰ্বৰ পোৰা বস্তুৰ ছাঁইৰ দৰে ক্ষতিহীন পদাৰ্থৰ সংস্পৰ্শলৈ আহিলেও ই নিজে নিজে বিস্ফোৰণ হৈ যায়।

আকৌ চুইমিংপুলত বীজাণুনাশক হিচাপে ব্যৱহাৰ কৰা ক্ল’ৰিণকো এক বিষাক্ত ৰাসায়নিক পদাৰ্থ হিচাপে গণ্য কৰা হয়। ই মানৱ শৰীৰত শ্বাস-প্ৰশ্বাস সম্বন্ধীয় সমস্যাৰ সৃষ্টি কৰে।

Tags: ChemicalCyanidePoison

Related Posts

হাতত হেণ্ডকাফ! হতাশ মনেৰে আমেৰিকাৰ দ্বাৰা বিতাড়িত ৩৫ জনকৈ লোক
Top News

October 27, 2025
ইংলেণ্ডত ভাৰতীয় মহিলা সৈতে ভয়ংকৰ কাণ্ড, অভিযুক্তৰ সন্ধান অব্যাহত

পশ্চিম তুৰস্কত বৃহৎ নাও দুৰ্ঘটনা, কমেও ১৪ জনৰ প্ৰাণহানি…

October 25, 2025
শুল্ক যুদ্ধৰ মাজতে ড’নাল্ড ট্ৰাম্পৰ বৃহৎ ঘোষণা, টিকটক সন্দৰ্ভত আমেৰিকা আৰু চীনৰ মাজত চুক্তি
Top News

শুল্ক বিবাদৰ মাজতে ট্ৰাম্প-ছি জিনপিঙৰ বৈঠক, আয়োজক দক্ষিণ কোৰিয়া

October 25, 2025
গুগলৰ ওপৰত ২৯ হাজাৰ কোটি টকাৰ জৰিমনা; ক্ষুণ্ণ ড’নাল্ড ট্ৰাম্প
Top News

ট্ৰাম্পৰ শান্তি চুক্তিক ভেঙুচালি নেতান্যায়াহুৰ! ক্ষুব্ধ আমেৰিকাই জাৰি কৰিছে সতৰ্কবাণী

October 24, 2025
ফেণ্টানিলক ৰাষ্ট্ৰীয় ভাবুকি হিচাপে ঘোষণা কৰাৰ প্ৰস্তুতি! কিন্তু কিয়? জানক সবিশেষ…

October 23, 2025

শীৰ্ষ সংবাদ

মহম্মদ ইউনুছৰ উচটনিত বাংলাদেশত পুনৰ গৃহযুদ্ধ! জামাত-ই-ইছলামীৰ প্ৰতিবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

হাতত হেণ্ডকাফ! হতাশ মনেৰে আমেৰিকাৰ দ্বাৰা বিতাড়িত ৩৫ জনকৈ লোক

ইংলেণ্ডত ভাৰতীয় মহিলা সৈতে ভয়ংকৰ কাণ্ড, অভিযুক্তৰ সন্ধান অব্যাহত

হঠাতেই তচনচ হৈ যাব সকলো! কালঘূৰ্ণী ৰূপত আহি আছে…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025