• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

Nation NE by Nation NE
March 12, 2026
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত
Share on FacebookShare on TwitterWhatsApp

আমেৰিকাত ড’নাল্ড ট্ৰাম্প প্ৰশাসনে বিদেশী ঔদ্যোগিক উৎপাদনৰ নতুন বাণিজ্যিক তদন্ত আৰম্ভ কৰিছে। ১১ মাৰ্চৰ পৰা আৰম্ভ হয় এই তদন্ত। খবৰ অনুসৰি, আমেৰিকাৰ উচ্চতম ন্যায়ালয়ে অৰ্থনৈতিক জৰুৰীকালীন অৱস্থাৰ উদ্ধৃতি দি ট্ৰাম্পৰ পূৰ্বৰ আমদানি শুল্ক বাতিল কৰাৰ পিছত এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এই নতুন তদন্তই ভাৰতকে ধৰি ১৬খন প্ৰধান অৰ্থনীতি সামৰি লৈছে।

আমেৰিকাৰ বাণিজ্য প্ৰতিনিধি জেমিছন গ্ৰীৰে আনুষ্ঠানিকভাৱে ঘোষণা কৰে যে চৰকাৰে ১৯৭৪ চনৰ বাণিজ্য আইন ৩০১ ধাৰাত তদন্ত আৰম্ভ কৰিব। এই তদন্তৰ পিছত আমেৰিকাই এই দেশসমূহৰ সামগ্ৰীৰ ওপৰত নতুন আমদানি কৰ আৰোপ কৰিব পাৰে।

আমেৰিকাৰ বহু প্ৰধান বাণিজ্যিক অংশীদাৰ এই তদন্তত অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ ভিতৰত চীন, ইউৰোপীয় সংঘ, মেক্সিকো, ভাৰত, জাপান, দক্ষিণ কোৰিয়া, টাইৱান আদি অন্যতম। চুইজাৰলেণ্ড, নৰৱে, ইণ্ডোনেছিয়া, ছিংগাপুৰ, থাইলেণ্ড, মালয়েছিয়া, কম্বোডিয়া, ভিয়েটনাম, বাংলাদেশ আদিতো তদন্ত চলি আছে।

খবৰ অনুসৰি, ট্ৰাম্প প্ৰশাসনৰ ঔদ্যোগিক উন্নয়নৰ প্ৰচেষ্টাই এক উল্লেখযোগ্য প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। বহু বিদেশী অৰ্থনীতিত অতিৰিক্ত উৎপাদনৰ সন্মুখীন হৈছে। বহু খণ্ডত আমেৰিকাৰ বাণিজ্যিক অংশীদাৰসকলে ঘৰুৱাভাৱে ব্যৱহাৰ কৰিব পৰাতকৈ অধিক সামগ্ৰী উৎপাদন কৰি আছে, যাৰ ফলত উদ্বৃত্ত সামগ্ৰী আন দেশলৈ ৰপ্তানি কৰা হৈছে।

ইয়াৰ ফলত আমেৰিকাৰ ঘৰুৱা উদ্যোগসমূহত প্ৰভাৱ পৰিছে আৰু বহু ক্ষেত্ৰত আমেৰিকাত নতুন কাৰখানা নিৰ্মাণ বা সম্প্ৰসাৰণৰ পৰিকল্পনা বন্ধ হৈ পৰিছে। কিছুমান খণ্ডত আমেৰিকাৰ উৎপাদন ক্ষমতা যথেষ্ট হ্ৰাস পাইছে, আৰু বহু ক্ষেত্ৰত ই বিদেশী প্ৰতিযোগীৰ পৰা পিছ পৰি গৈছে।

শেহতীয়াকৈ ভাৰত আৰু আমেৰিকাৰ মাজত দ্বিপাক্ষিক বাণিজ্য চুক্তি ঘোষণা কৰা হৈছে। এই চুক্তিৰ পিছতে ট্ৰাম্প প্ৰশাসনে ভাৰতৰ ওপৰত আৰোপ কৰা আমদানি কৰ ৫০ শতাংশৰ পৰা ১৮ শতাংশলৈ হ্ৰাস কৰে। আমেৰিকাৰ মতে, ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় হ্ৰাস বা বন্ধ কৰাৰ প্ৰতিশ্ৰুতি দিয়াৰ পিছত এই সিদ্ধান্ত লোৱা হৈছে। ভাৰত আৰু আমেৰিকাৰ মাজত এই বাণিজ্যিক চুক্তিৰ সম্পূৰ্ণ সবিশেষ এতিয়াও জানিব পৰা হোৱা নাই। ইয়াৰ পিছতো দুয়োখন দেশে ইয়াক এক ঐতিহাসিক চুক্তি বুলি অভিহিত কৰিছে। ইয়াৰ দ্বাৰা ভৱিষ্যতে দুয়োখন দেশৰ মাজত বাণিজ্যিক সম্পৰ্ক আৰু অধিক শক্তিশালী হ’ব পাৰে বুলি ধাৰণা কৰা হৈছে।

Tags: AmericaTrumpWar

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া
Top News

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 25, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 25, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025