• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, February 9, 2026
21 °c
Guwahati
22 ° Tue
22 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আঁতৰিব লাগিব সকলো বেদখলকাৰী, পুনৰ ১০০০ৰো অধিক পৰিয়াললৈ উচ্ছেদৰ জাননী…

    ‘জুবিনক সকলোৱে শেষবাৰৰ বাবে চাম…’, সামাজিক মাধ্যমৰ জৰিয়তে বিশেষ আহ্বান গৰিমা গাৰ্গৰ

    য়’টত উঠাৰ পূৰ্বে জুবিন গাৰ্গৰ মুখত নাছিল সুৰাৰ গোন্ধ! পোহৰলৈ আহিছে এক ডাঙৰ খবৰ

    ন-কইনাক আনিবলৈ যোৱা বৰযাত্ৰীৰ বাহনৰ সৈতে শোকাৱহ ঘটনা, থিতাতে নিহত দৰাৰ ককায়েক আৰু মোমায়েক

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ভাৰতৰ সৈতে মাত্ৰ ৪ দিনহে যুদ্ধ কৰিব পাৰিব পাকিস্তানে! কিন্তু কিয়?

Nation NE by Nation NE
May 4, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
ভাৰতৰ সৈতে মাত্ৰ ৪ দিনহে যুদ্ধ কৰিব পাৰিব পাকিস্তানে! কিন্তু কিয়?
Share on FacebookShare on TwitterWhatsApp

২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পেহেলগামত পৰ্যটকৰ ওপৰত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰত আৰু পাকিস্তানৰ মাজৰ সম্পৰ্ক আৰু অধিক জটিল হৈ পৰিছে। এই বিধ্বংসী আক্ৰমণত ২৮ জনে প্ৰাণ হেৰুৱাইছে, যাক লস্কৰ-ই-তৈবা নামৰ পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদী সংগঠনে সংঘটিত কৰিছিল।

লগতে পেহেলগাম কাণ্ডৰ আঁৰত পাকিস্তানী সেনা তথা আই এছ আই থকা বুলিও অনুমান কৰা হৈছে।পাক সেনা-আই এছ আইৰ সহযোগতেই লস্কৰ-ই-তৈবাই সংঘটিত কৰিছিল এই পেহেলগাম কাণ্ড। ইতিমধ্যে ইয়াৰ পৰ্যাপ্ত প্ৰমাণ ভাৰতীয় তদন্তকাৰী সংস্থা এন আই এ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে

ভাৰতে এই নৰসংহাৰৰ পিছত পাকিস্তানৰ বিৰুদ্ধে কিছু কঠোৰ কূটনৈতিক পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ ভিতৰত ১৯৬০ চনৰ সিন্ধু জল সন্ধি স্থগিত ৰখাৰ লগতে পাকিস্তানী লোকৰ ভিছাও বাতিল কৰিছে। ইয়াৰোপৰি ভাৰতে পাকিস্তানৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰাৰো অনুমান কৰা হৈছে।

পিছে পাকিস্তানেও ভাৰতে যুদ্ধ ঘোষণা কৰিলে মনে মনে নাথাকি ভাৰতৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি হুংকাৰ দিয়ে।

পিছে এষাৰ কথা আছে দাঁত নোহোৱা সাপৰ ফোঁচফোচনিয়ে সাৰ। ঠিক এই আপ্তবাক্যশাৰীয়েই যেন এতিয়া প্ৰযোজ্য পাকিস্তানৰ ক্ষেত্ৰত। কিয়নো ভাৰতৰ প্ৰতি যুদ্ধংদেহী অৱস্থান লোৱা পাকিস্তানৰ যুদ্ধ কৰিবলৈ সামৰিক ক্ষমতাৰ যথেষ্ট অভাৱ। যদি যুদ্ধ কৰিব লগা হয়ো, তেন্তে অস্ত্ৰ-শস্ত্ৰ, গোলা-বাৰুদৰ অভাৱত ভুগিব পাকিস্তানে।

সম্প্ৰতি দুই দেশৰ মাজত এক যুদ্ধসদৃশ পৰিৱেশে বিৰাজ কৰিছে। এই সময়তে পোহৰলৈ আহিছে এক উদ্বেগজনক সত্য। সংবাদ মাধ্যমত প্ৰকাশ পাইছে এক ভয়ংকৰ সত্য। আজিৰ তাৰিখত যুদ্ধ হ’লে মাত্ৰ ৪ দিনহে যুদ্ধ চলাই নিব পাৰিব পাকিস্তানে।

যুদ্ধৰ সামগ্ৰী, অস্ত্ৰ-শস্ত্ৰ, গোলা-বাৰুদৰ ক্ষেত্ৰত তথৈবচ পাকিস্তানৰ অৱস্থা। কিয়নো দেশখনৰ প্ৰধান অস্ত্ৰ উৎপাদনকাৰী সংস্থা ‘পাকিস্তান অৰ্ডিনেন্স ফেক্টৰী’(POF) ৰ উৎপাদন ক্ষমতা তেনেই সীমিত। যাৰ বাবে POF ৰ ফালৰ পৰা পৰ্যাপ্ত গোলা-বাৰুদৰ চাহিদা পূৰণ কৰিব নোৱাৰিব।

যাৰ বাবে দেশখনৰ প্ৰাক্তন সেনাপ্ৰধান জেনেৰেল কামাৰ জাভেদ বাজৱাৰে পাকিস্তান চৰকাৰক সকীয়নি দিছে যে, ‘ভাৰতৰে সাম্ভাব্য যুদ্ধৰ ফল পাকিস্তানৰ হকে ভাল নহ’ব’।

ইয়াৰ উপৰি অর্থনৈতিক সংকট, মুদ্রাস্ফীতি, ক্ৰমবৰ্ধিত ঋণ, ইন্ধনৰ নাটনিতো ককবকাইছে দেশখনে। ইয়াৰ পৰিণতিত সামৰিক বাহিনীৰ নিয়মীয়া প্ৰশিক্ষণ-অনুশীলন আদিও ভয়ংকৰভাৱে বাধাগ্ৰস্ত হৈছে। ভাৰতৰে যুদ্ধ হ’লে পাকিস্তান যে ভয়ংকৰ পৰিণতিৰ সমুখীন হ’ব সেয়া ভালকৈয়ে বুজি উঠিছে দেশখনে।হাস্যকৰভাৱে পাকিস্তানে এফালে ভাৰতৰ বিৰুদ্ধে পৰমাণু যুদ্ধৰ ভাবুকি দিছে আৰু আনফালে যুদ্ধ নহ’বৰ বাবে মধ্যস্থতা বিচাৰি আমেৰিকাসহ অন্য দেশৰ কাষ চাপিছে।

Tags: IndiaPakistanWar

Related Posts

টীম ইণ্ডিয়াৰ বিৰুদ্ধে Knockout মেচ নেখেলে পাকিস্তানে! কিন্তু কিয়? কোন দল হ’ব আটাইতকৈ বেছি লাভবান?
Top News

মেচ বৰ্জনৰ সিদ্ধান্ত সলনি কৰিবলৈ ICCৰ সন্মুখত ৩টা দাবী উত্থাপন পাকিস্তানৰ; এইক্ষেত্ৰত ভাৰতৰ স্থিতি কি?

February 9, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

February 9, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

February 9, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

February 9, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

February 7, 2026
ঔষধৰ পৰা হীৰালৈকে, কি কি সামগ্ৰীত শুল্ক হ্ৰাস কৰিলে আমেৰিকাই?

শীৰ্ষ সংবাদ

মেচ বৰ্জনৰ সিদ্ধান্ত সলনি কৰিবলৈ ICCৰ সন্মুখত ৩টা দাবী উত্থাপন পাকিস্তানৰ; এইক্ষেত্ৰত ভাৰতৰ স্থিতি কি?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

ঔষধৰ পৰা হীৰালৈকে, কি কি সামগ্ৰীত শুল্ক হ্ৰাস কৰিলে আমেৰিকাই?

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025