• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, May 28, 2026
28 °c
Guwahati
27 ° Sat
29 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE by Nation NE
February 9, 2026
in Top News, আন্তঃ ৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয়
0 0
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Share on FacebookShare on TwitterWhatsApp

সুপ্ৰভাত। দিনটোৰ আৰম্ভণিতেই কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আৰম্ভ কৰিছো ৰাতিপুৱাৰ এই শিতানটো।

  • ভোটাৰসকলৰ বাবে এক ডাঙৰ খবৰ। ১০ ফেব্ৰুৱাৰীত প্ৰকাশ পাব ফটোযুক্ত চূড়ান্ত ভোটাৰ তালিকা।বিভিন্ন ভোটাৰৰ নাম কৰ্তনৰ বাবে প্ৰাপ্ত প্ৰ-পত্র নং-৭ৰ সন্দৰ্ভত শুনানি গ্ৰহণ অন্তিম পৰ্যায়ত। আবেদনসমূহৰ গ্রহণযোগ্যতাৰ সন্দৰ্ভত পৰীক্ষা-নিৰীক্ষা কৰিহে কৰ্তন কৰা হ’ব ভোটাৰৰ নাম।ইতিমধ্যে এগৰাকীও যোগ্য ভোটাৰৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা হোৱা নাই বুলি স্পষ্ট কৰি দিছে নিৰ্বাচন আয়োগে। ভোটাৰ তালিকাত নিজৰ নাম নাথাকিলে ততালিকে নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰিব পাৰিব সকলোৱে। লগতে যিকোনো সমস্যাৰ বাবে ১৯৫০ নম্বৰত ফোন কৰিব পাৰিব ভোটাৰে।
  • অন্ত পৰিল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক বাৰ্ষিক অধিবেশন। এইবাৰ লখিমপুৰত অনুষ্ঠিত হ’ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পৰৱৰ্তী অধিবেশন। ২০২৭ত শংকৰদেৱ সংঘৰ ৯৬ সংখ্যক বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হ’ব লখিমপুৰ জিলা শাখাৰ আতিথ্যত। আনুষ্ঠানিকভাৱে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পতাকা তেজপুৰ জিলা শাখাই অৰ্পণ কৰে লখিমপুৰ জিলাক।  নিশা শংকৰদেৱ সংঘৰ ধৰ্মধ্বজাক নাৰায়ণপুৰত জনোৱা হয় আদৰণি। বিহপুৰীয়া-নাৰায়ণপুৰ জিলা শাখাৰ ভকত-বৈষ্ণৱে জনায় আদৰণি।
  • চৰাইদেউৰ ক্ৰীড়াপ্ৰেমী ৰাইজৰ বাবে সুখবৰ। সোণাৰিৰ সমীপৰ থুকুবিল গুটিঘাটত নিৰ্মাণ এক অভিলাষী ক্ৰীড়া প্ৰকল্প নিৰ্মাণ কৰা হৈছে। চৰাইদেউ জিলাৰ সোণাৰিত নিৰ্মাণ কৰা এই নতুন ক্ৰীড়া প্ৰকল্পটোৱে স্থানীয় ক্ৰীড়াবিদসকলৰ বাবে উচ্চমানৰ সুবিধা প্ৰদান কৰি অঞ্চলটোত ক্ৰীড়াৰ পৰিৱেশ উন্নত কৰাত বিশেষ অৰিহণা যোগাব বুলি আশা কৰা হৈছে। প্ৰায় ৫০ বিঘা ভূমিত নিৰ্মাণ হৈছে আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ ষ্টেডিয়াম। পূৰ্ণগতিত অব্যাহত আছে ষ্টেডিয়ামখনৰ নিৰ্মাণকাৰ্য। নিৰ্মীয়মাণ ষ্টেডিয়াম পৰিদৰ্শন সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ। এই ক্ৰীড়া প্ৰকল্পত সকলো আধুনিক সা-সুবিধা অন্তৰ্ভুক্ত থকাৰ সম্ভাৱনা আছে। এই প্ৰকল্পটোৱে চৰাইদেউ জিলাৰ ক্ৰীড়াৰ মানচিত্ৰত এক নতুন মাত্ৰা যোগ কৰিব বুলি আশা কৰা হৈছে।
  • পাকিস্তানৰ ৰাজধানী চহৰৰ ছিয়া মছজিদত সংঘটিত আত্মঘাতী বোমা বিস্ফোৰণৰ সৈতে জড়িত ৪ জনকৈ লোকক গ্ৰেপ্তাৰ কৰিছে পাকিস্তানৰ নিৰাপত্তা সংস্থাই। পাকিস্তানৰ স্বৰাজ মন্ত্ৰী মহছিন নাকভিয়ে কয় যে, গ্ৰেপ্তাৰ হোৱা সন্দেহযুক্ত লোকসকলৰ ভিতৰত এজন আফগান নাগৰিকও আছে, যাক তেওঁ আত্মঘাতী আক্ৰমণৰ মাষ্টাৰমাইণ্ড বুলি অভিহিত কৰিছে। নকৱীৰ এই বক্তব্যই পুনৰ উদঙাই দিছে পাকিস্তানে ভাৰতক বদনাম কৰাৰ ষড়যন্ত্ৰ।
Tags: global newsLatest newsmorning news

Related Posts

চলন্ত ৰে’লত উদ্ধাৰ ১.২২ কোটি টকা, নোটৰ বাণ্ডিল দেখি স্তম্ভিত আৰক্ষী
Top News

চলন্ত ৰে’লত উদ্ধাৰ ১.২২ কোটি টকা, নোটৰ বাণ্ডিল দেখি স্তম্ভিত আৰক্ষী

May 28, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 28, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 28, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

May 28, 2026
নিৰ্বাচনৰ পিছতে গ্ৰাহকৰ মাজত লাগিল হাহাকাৰ, জানক কোনবিধ সামগ্ৰীত কিমান টকাকৈ বাঢ়িল বস্তুৰ দাম…
Top News

পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিৰ মাজতে ভাইৰেল ওড়িশাৰ ‘দেশী জুগাড’; ইন্ধনবিহীন বাহনে কৰিছে দৃষ্টি আকৰ্ষণ

May 27, 2026
বাংলাদেশত সুৰক্ষিত নহয় মহিলা সাংবাদিক! এক নতুন অধ্যয়নত প্ৰকাশ চাঞ্চল্যকৰ তথ্য
Top News

বাংলাদেশত সুৰক্ষিত নহয় মহিলা সাংবাদিক! এক নতুন অধ্যয়নত প্ৰকাশ চাঞ্চল্যকৰ তথ্য

May 27, 2026

শীৰ্ষ সংবাদ

চলন্ত ৰে’লত উদ্ধাৰ ১.২২ কোটি টকা, নোটৰ বাণ্ডিল দেখি স্তম্ভিত আৰক্ষী

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিৰ মাজতে ভাইৰেল ওড়িশাৰ ‘দেশী জুগাড’; ইন্ধনবিহীন বাহনে কৰিছে দৃষ্টি আকৰ্ষণ

বাংলাদেশত সুৰক্ষিত নহয় মহিলা সাংবাদিক! এক নতুন অধ্যয়নত প্ৰকাশ চাঞ্চল্যকৰ তথ্য

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025