• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, February 9, 2026
21 °c
Guwahati
22 ° Tue
22 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আঁতৰিব লাগিব সকলো বেদখলকাৰী, পুনৰ ১০০০ৰো অধিক পৰিয়াললৈ উচ্ছেদৰ জাননী…

    ‘জুবিনক সকলোৱে শেষবাৰৰ বাবে চাম…’, সামাজিক মাধ্যমৰ জৰিয়তে বিশেষ আহ্বান গৰিমা গাৰ্গৰ

    য়’টত উঠাৰ পূৰ্বে জুবিন গাৰ্গৰ মুখত নাছিল সুৰাৰ গোন্ধ! পোহৰলৈ আহিছে এক ডাঙৰ খবৰ

    ন-কইনাক আনিবলৈ যোৱা বৰযাত্ৰীৰ বাহনৰ সৈতে শোকাৱহ ঘটনা, থিতাতে নিহত দৰাৰ ককায়েক আৰু মোমায়েক

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ভয়ত কঁপিছে পাকিস্তান! খৰখেদাকৈ সংসদৰ জৰুৰী বৈঠক, ৰাষ্ট্ৰপতিয়ে জাৰি কৰিলে জাননী

Nation NE by Nation NE
May 5, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
এইবাৰ ভাৰতত ‘ব্লক’ হ’ল পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফৰ ইউটিউব চেনেল
Share on FacebookShare on TwitterWhatsApp

পেহেলগাম আক্ৰমণৰ পিছত পাকিস্তানত এক উত্তেজনাময় পৰিৱেশে বিৰাজ কৰে। পাকিস্তানে এতিয়া শংকাত ভুগিছে যে ভাৰতে যিকোনো সময়তে তেওঁলোকৰ আক্ৰমণ কৰিব পাৰে।

ইয়াৰ পৰিপ্ৰেক্ষিতত পাকিস্তানৰ ৰাষ্ট্ৰপতিয়ে ৰাষ্ট্ৰীয় বিধানসভাৰ বৈঠক আহ্বান কৰিছে। এই বৈঠক ৫ মে’ৰ সন্ধিয়া ৫ বজাত ইছলামাবাদৰ সংসদ ভৱনত অনুষ্ঠিত হ’ব।

পাকিস্তানৰ ৰাষ্ট্ৰপতি চৰকাৰে জাৰি কৰা এক আনুষ্ঠানিক বিবৃতি অনুসৰি, ইছলামিক ৰিপাব্লিক অৱ পাকিস্তানৰ সংবিধানৰ ৫৪ নং অনুচ্ছেদৰ ধাৰা (১)ৰ দ্বাৰা প্ৰদান কৰা ক্ষমতা প্ৰয়োগ কৰি ৰাষ্ট্ৰপতিয়ে ৫ মে’ সোমবাৰে সন্ধিয়া ৫:০০ বজাত ইছলামাবাদৰ সংসদ ভৱনত ৰাষ্ট্ৰীয় বিধানসভাৰ বৈঠকৰ আহ্বান কৰিছে।

ৰাষ্ট্ৰীয় বিধানসভাৰ এই বৈঠকত উপস্থিত থাকিব দেশখনৰ সকলো দলৰে নেতা। সংসদৰ এই বৈঠকত ইমৰাণ খানৰ দল পিটিআইৰ স্থিতিহে লক্ষণীয় হ’ব। পিটিআইয়ে প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফক সমৰ্থন কৰিব নে নকৰে সেইয়া জানিব পৰা যাব।

অৱশ্যে কাৰাবন্দী ইমৰাণ খানে এক বিবৃতিযোগে ভাৰতৰ বিৰুদ্ধে চৰকাৰক সমৰ্থন কৰিব বুলি কৈছিল।

পাকিস্তানত ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি ভয়াৱহ ভাবুকি অহাত এনে জৰুৰী বৈঠক আহ্বান কৰা হয়। ৰাষ্ট্ৰপতিয়ে আহ্বান কৰা ৰাষ্ট্ৰীয় বিধানসভাৰ এই বিশেষ বৈঠকত সকলো দলৰ নেতা, নিৰাপত্তা বিশেষজ্ঞ আৰু মন্ত্ৰীসকল উপস্থিত থাকিব। এই বৈঠকত বহু গুৰুত্বপূৰ্ণ বিষয় আলোচনা হোৱাৰ আশা কৰা হৈছে, যিবোৰ বিশেষকৈ বৰ্তমানৰ পৰিস্থিতিৰ ওপৰত ভিত্তি কৰি হ’ব পাৰে।

পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতে কঠোৰ স্থিতি গ্ৰহণ কৰি পাকিস্তানৰ সৈতে সকলো কূটনৈতিক সম্পৰ্কৰ অন্ত পেলাইছে। ইয়াত সিন্ধু জল সন্ধিৰ অন্ত পেলোৱাটোৱেই আটাইতকৈ ডাঙৰ সিদ্ধান্ত বুলি বিবেচিত হৈছে। ইয়াৰ বাবেই চুবুৰীয়া দেশখনত আলোড়নৰ সৃষ্টি হৈছে।

ইয়াৰ উপৰিও ভাৰত চৰকাৰে দেশত বসবাস কৰা সকলো পাকিস্তানী নাগৰিকৰ ভিছা বাতিল কৰি পাকিস্তানলৈ ঘূৰাই পঠিয়াইছে। ইফালে ইয়াৰ পৰিপেক্ষিতত পাকিস্তানৰ সেনা প্ৰধান অসীম মুনীৰেও ধাৰাবাহিকভাৱে বৈঠক অনুষ্ঠিত কৰি আহিছে, যাৰ পৰা স্পষ্টকৈ বুজা যায় যে পাকিস্তানে সঁচাকৈয়ে ভয়ত কঁপিছে। এই কাৰণেই তেওঁ সীমান্তত চাইৰেন স্থাপন কৰি অহৰহ ক্ষেপণাস্ত্ৰ পৰীক্ষা কৰি আছে।

Tags: IndiaPakistanWar

Related Posts

টীম ইণ্ডিয়াৰ বিৰুদ্ধে Knockout মেচ নেখেলে পাকিস্তানে! কিন্তু কিয়? কোন দল হ’ব আটাইতকৈ বেছি লাভবান?
Top News

মেচ বৰ্জনৰ সিদ্ধান্ত সলনি কৰিবলৈ ICCৰ সন্মুখত ৩টা দাবী উত্থাপন পাকিস্তানৰ; এইক্ষেত্ৰত ভাৰতৰ স্থিতি কি?

February 9, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

February 9, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

February 9, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

February 9, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

February 7, 2026
ঔষধৰ পৰা হীৰালৈকে, কি কি সামগ্ৰীত শুল্ক হ্ৰাস কৰিলে আমেৰিকাই?

শীৰ্ষ সংবাদ

মেচ বৰ্জনৰ সিদ্ধান্ত সলনি কৰিবলৈ ICCৰ সন্মুখত ৩টা দাবী উত্থাপন পাকিস্তানৰ; এইক্ষেত্ৰত ভাৰতৰ স্থিতি কি?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

ঔষধৰ পৰা হীৰালৈকে, কি কি সামগ্ৰীত শুল্ক হ্ৰাস কৰিলে আমেৰিকাই?

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025