• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, March 25, 2026
23 °c
Guwahati
24 ° Thu
25 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল:কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    এম্বুলেন্স আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৰোগীসহ ৮ জনকৈ লোকৰ প্ৰাণহানি

    ASSAM ASSEMBLY ELECTION 2026: আজি ঘোষণা হ’ব অসম বিধানসভা নিৰ্বাচনৰ দিন

    ৰাজ্যত নিৰ্বাচনৰ গৰম বতাহ, আজি কেইবাজনো হেভিৱেট প্ৰাৰ্থীয়ে দাখিল কৰিব মনোনয়ন পত্ৰ

    কেনে যাব আপোনাৰ দেওবাৰৰ দিনটো: কি কয় ৰাশিচক্ৰই

    চিলিণ্ডাৰ বুকিঙৰ বাবে নতুন নম্বৰ মুকলি, আজিয়েই SAVE কৰক এই নম্বৰ

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

আৰক্ষীৰ জিম্মাত অকথ্য নিৰ্যাতন কৰা গহপুৰ থানাৰ উপ-পৰিদৰ্শকক নিলম্বন

Nation NE by Nation NE
May 6, 2025
in Top News, অসম
0 0
আৰক্ষীৰ জিম্মাত অকথ্য নিৰ্যাতন কৰা গহপুৰ থানাৰ উপ-পৰিদৰ্শকক নিলম্বন

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

তিনিচুকীয়া জিলাৰ বৰডুমচা আৰক্ষী থানাৰ ভিতৰত তিনিজন আৰক্ষী বিষয়াই এজন যুৱকক নিৰ্মম অত্যাচাৰ কৰা ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওতেই পুনৰ সেইধৰণৰ ঘটনা সংঘটিত হৈছে এইখন অসমত। এইবাৰ স্থান গহপুৰ।

পিংকু বৰা নামৰ এজন যুৱকক হাৰাশাস্তি কৰাৰ অভিযোগত হাইদৰ হুছেইন নামৰ এজন আৰক্ষী বিষয়াক নিলম্বন কৰা হৈছে। বিশ্বনাথ জিলাৰ আৰক্ষী অধীক্ষক শুভাশীষ বৰুৱাৰ নিৰ্দেশত এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।

গহপুৰ মহকুমাৰ খৰানী জান গাঁৱৰ বাসিন্দা যুৱকজনক গহপুৰ থানাৰ উপ-পৰিদৰ্শক হাইদৰ হুছেইনে অমানৱীয় ব্যৱহাৰৰ কৰা বুলি জানিব পৰা গৈছে।

সংবাদ মাধ্যমৰ ব্যাপক প্ৰচাৰৰ পিছত এই ঘটনা পোহৰলৈ অহাত সমগ্ৰ বিশ্বনাথ জিলাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। ইয়াৰ উত্তৰত শুভাশীষ বৰুৱাই তাতক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণ কৰি হুছেইনক নিলম্বনৰ নিৰ্দেশ প্ৰদান কৰে আৰু তদন্ত আৰম্ভ হয়।

গহপুৰ চক্ৰ বিষয়া প্ৰাণজিৎ লহকৰক তদন্ত কৰিবলৈ দায়িত্ব প্ৰদান কৰা হৈছে।

উল্লেখ্য যে, দিন হাজিৰা কৰা পিংকু বৰাক পিতৃ মেঘৰাজ বৰাৰ এজাহাৰৰ ভিত্তিত যোৱা ৩ মে’ত হুছেইনৰ দলে জিম্মাত লৈছিল। আৰু ইয়াৰ পিছতে তেওঁক অকথ্য নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হয়।

Tags: Biswanath PoliceGohpurPolice Custody

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল:কি কয় ৰাশিচক্ৰই

March 25, 2026
অত্যাধিক খং স্বাস্থ্যৰ বাবে ক্ষতিকাৰক; অতিপাত খঙক নিয়ন্ত্ৰণ কৰাত অতি উপযোগী এইসমূহ উপায়

March 24, 2026
স্বৰূপ সলনি হ’ব সংসদৰ! লোকসভাত মহিলাৰ আসনৰ সংখ্যা ২৭৩ লৈ বৃদ্ধি কৰাৰ প্ৰস্তুতি

পুনৰ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে ষ্টক মাৰ্কেট! জানক কিমান পইণ্ট অতিক্ৰম কৰিলে চেন্সেক্স-নিফ্টিয়ে…

উৰণৰ কিছু সময়ৰ পিছতে দুৰ্ঘটনাগ্ৰস্ত বায়ুসেনাৰ বিমান,  ১১০ জনৰ প্ৰাণহানি

ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

মধ্যপ্ৰাচ্যত মহাসংকট! ইজৰাইল-আমেৰিকা আৰু ইৰাণৰ মাজত যুদ্ধ ৰোধ কৰিবলৈ এই মুছলমান দেশক সহায় ভাৰতৰ

March 24, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল:কি কয় ৰাশিচক্ৰই

অত্যাধিক খং স্বাস্থ্যৰ বাবে ক্ষতিকাৰক; অতিপাত খঙক নিয়ন্ত্ৰণ কৰাত অতি উপযোগী এইসমূহ উপায়

স্বৰূপ সলনি হ’ব সংসদৰ! লোকসভাত মহিলাৰ আসনৰ সংখ্যা ২৭৩ লৈ বৃদ্ধি কৰাৰ প্ৰস্তুতি

পুনৰ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে ষ্টক মাৰ্কেট! জানক কিমান পইণ্ট অতিক্ৰম কৰিলে চেন্সেক্স-নিফ্টিয়ে…

উৰণৰ কিছু সময়ৰ পিছতে দুৰ্ঘটনাগ্ৰস্ত বায়ুসেনাৰ বিমান, ১১০ জনৰ প্ৰাণহানি

মধ্যপ্ৰাচ্যত মহাসংকট! ইজৰাইল-আমেৰিকা আৰু ইৰাণৰ মাজত যুদ্ধ ৰোধ কৰিবলৈ এই মুছলমান দেশক সহায় ভাৰতৰ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025