• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, December 13, 2025
18 °c
Guwahati
18 ° Sun
19 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    সাজু বুলড’জাৰ, ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    সাজু বুলড’জাৰ, ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    অৰুণাচল প্ৰদেশত ট্ৰাক বাগৰি পৰি ১৮ জন অসমীয়া শ্ৰমিকৰ প্ৰাণহানি,  বৰ্তমানেও নিৰুদ্দেশ ৩ জনকৈ লোক

    অৰুণাচল প্ৰদেশত ট্ৰাক বাগৰি পৰি ১৮ জন অসমীয়া শ্ৰমিকৰ প্ৰাণহানি, বৰ্তমানেও নিৰুদ্দেশ ৩ জনকৈ লোক

    জুবিন গাৰ্গৰ অভিযুক্তক দিয়া হ’ব পাৰে মৃত্যুদণ্ড!

    জুবিন গাৰ্গৰ অভিযুক্তক দিয়া হ’ব পাৰে মৃত্যুদণ্ড!

    চাৰ্জশ্বীটত আছে বহু ভয়ংকৰ তথ্য? আজি কাৰ কাৰ মুখা খোল খাব? সঁচাকৈ জুবিন গাৰ্গে ন্যায় পাবনে?

    চাৰ্জশ্বীটত আছে বহু ভয়ংকৰ তথ্য? আজি কাৰ কাৰ মুখা খোল খাব? সঁচাকৈ জুবিন গাৰ্গে ন্যায় পাবনে?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

    কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

    ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

পাকিস্তানক নিমিষতে তচনচ কৰি পেলোৱা ভাৰতৰ ৫ বিপজ্জনক ক্ষেপণাস্ত্ৰ, জানক সবিশেষ…

Nation NE by Nation NE
May 10, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
পাকিস্তানক নিমিষতে তচনচ কৰি পেলোৱা ভাৰতৰ ৫ বিপজ্জনক ক্ষেপণাস্ত্ৰ, জানক সবিশেষ…
Share on FacebookShare on TwitterWhatsApp

অপাৰেশ্যন সেন্দুৰৰ জৰিয়তে ভাৰতে পাকিস্তানৰ অসৎ কাৰ্যকলাপৰ উপযুক্ত উত্তৰ দিবলৈ বিভিন্নধৰণৰ শক্তিশালী অস্ত্ৰ ব্যৱহাৰ কৰি আহিছে। ইয়াৰ ফলত পাকিস্তানে প্ৰেৰণ কৰা সকলো ড্ৰোন, মিছাইল আৰু যুঁজাৰু বিমানবোৰ আকাশত ধ্বংস হৈছে।

পাকিস্তানৰ সৈতে মোকাবিলা কৰিবলৈ ভাৰতে এনে কিছুমান অস্ত্ৰ ব্যৱহাৰ কৰি আছে, যাৰ বাবে মুনীৰৰ সেনা তচনচ হৈ গৈছে।

ভাৰতে নিজৰ ড্ৰোন আৰু মিছাইলেৰে পাকিস্তানক জোকাৰি পেলাইছে। চীনৰ পৰা ঋণত লাভ কৰা বায়ু প্ৰতিৰক্ষা ব্যৱস্থাক লৈ পাকিস্তানে গৌৰৱ কৰি আহিছিল। যি বৰ্তমান অসাৰ বুলি প্ৰমাণিত হৈছে। ভাৰতীয় ড্ৰোন আৰু ক্ষেপণাস্ত্ৰ ধ্বংস কৰাটো দূৰৰে কথা নিজকে ৰক্ষা কৰিবলৈকে সক্ষম হোৱা নাই পাকিস্তানে। এই লৈ পাকিস্তানীৰ মাজত প্ৰচণ্ড ক্ষোভৰো সৃষ্টি হৈছে।

যি ড্ৰোনৰ সহায়ত ভাৰতে পাকিস্তানৰ এয়াৰ ডিফেন্স ধ্বংস কৰিলে, সেই বিষয়ে সবিশেষ জানো আহক-

  • হাৰ্পি ড্ৰোন

এই ড্ৰোনৰ ৰেঞ্জ ১০০০ কিলোমিটাৰ পৰ্যন্ত। ই ঘণ্টাত ১৮৫ কিলোমিটাৰ বেগেৰে উৰিব পাৰে আৰু ৩২ কেজি পৰ্যন্ত বিস্ফোৰক কঢ়িয়াই নিব পাৰে। ই ৯ ঘণ্টা বতাহত থাকি শত্ৰুৰ ভূখণ্ডত প্ৰৱেশ কৰি আক্ৰমণ কৰিব পাৰে।

ভাৰতে এই ড্ৰোন আক্ৰমণেৰে পাকিস্তানক স্তম্ভিত কৰি পেলাইছে আৰু পাকিস্তানে নিক্ষেপ কৰা ক্ষেপণাস্ত্ৰক বতাহত ছাই কৰি পেলাইছে। ভাৰতে নিজৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাৰে পাকিস্তানৰ ৫০ খনতকৈও অধিক ড্ৰোন, মিছাইল আৰু কমেও ৫ খন যুদ্ধ বিমান ধ্বংস কৰে।

  • ইগ্লা

বায়ু প্ৰতিৰক্ষাৰ ক্ষেত্ৰত আটাইতকৈ গুৰুত্বপূৰ্ণ হৈছে ৰাছিয়াৰ পৰা লাভ কৰা বায়ু প্ৰতিৰক্ষা মিছাইল ইগ্লা। এইটো এটা অতি উন্নত ক্ষেপণাস্ত্ৰ। ইয়াৰ ৰেঞ্জ ৬ কিলোমিটাৰ পৰ্যন্ত, অৰ্থাৎ এই ৰেঞ্জৰ ভিতৰত অহা কোনো লক্ষ্যয়েই ইয়াৰ পৰা সাৰি যাব নোৱাৰে। ইয়াৰ পৰা নিক্ষেপ কৰা ক্ষেপণাস্ত্ৰই ঘণ্টাত ২,২৬৬ কিলোমিটাৰ বেগত লক্ষ্যস্থানত আক্ৰমণ কৰে। ইয়াৰ ক্ষেপণাস্ত্ৰই ১১০০০ ফুট উচ্চতা লাভ কৰিব পাৰে।

  • আকাশ

আকাশ হৈছে ভাৰতৰ থলুৱা মধ্যম দূৰত্বৰ পৃষ্ঠৰ পৰা বায়ুলৈ ক্ষেপণাস্ত্ৰ ব্যৱস্থা। যিটো ডি আৰ ডি অ’ই ডিজাইন কৰিছে। ইয়াক কিয় ভাৰতীয় সেনা আৰু বায়ুসেনাৰ মেৰুদণ্ড বুলি কোৱা হয় সেয়া ৭ এপ্ৰিলত প্ৰমাণিত হয়।

এই ক্ষেপণাস্ত্ৰৰ ৰেঞ্জ ২৫ৰ পৰা ৩০ কিলোমিটাৰ। ই ঘণ্টাত ৩০০০ কিলোমিটাৰতকৈ অধিক বেগত আক্ৰমণ কৰে। এই সময় যুদ্ধ বিমান, ড্ৰোন আৰু ক্ৰুজ মিছাইলৰ। ইয়াৰ সঠিকতা ৯০ শতাংশ পৰ্যন্ত। এয়া আছিল আকাশ ক্ষেপণাস্ত্ৰ ব্যৱস্থা। যিয়ে বৃহস্পতিবাৰে শ্ৰীনগৰ অভিমুখে গৈ থকা পাকিস্তানী জে এফ-১৭ জেট বিমান আকাশতে শেষ কৰি পেলায়।

  • MRSAM

ভাৰতে পাকিস্তানৰ আক্ৰমণ বিফল কৰিবলৈ মধ্যম দূৰত্বৰ পৃষ্ঠৰ পৰা বায়ুলৈ ক্ষেপণাস্ত্ৰ MRSMৰ ফলপ্ৰসূ ব্যৱহাৰ কৰে। ভাৰত আৰু ইজৰাইলৰ যৌথ সহযোগিতাত বিকশিত ই অত্যাধুনিক বায়ু প্ৰতিৰক্ষা ব্যৱস্থা। ইয়াৰ পৰিসৰ ৭০-১০০ কিলোমিটাৰ। ই আকাশত যুঁজাৰু বিমান, ড্ৰোন, বেলিষ্টিক মিছাইল আৰু ক্ৰুজ মিছাইল আদি ধ্বংস কৰিব পাৰে। ই ২০ কিলোমিটাৰ উচ্চতাত উপনীত হৈ নিজৰ লক্ষ্যক ধ্বংস কৰি পেলাব পাৰে। উত্তৰ আৰু পশ্চিম সীমান্তত পাকিস্তানী ড্ৰোন আৰু মিছাইল ধ্বংস কৰাত MRSM য়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

  • শিল্কা

শিল্কা হৈছে ছোভিয়েট দেশত নিৰ্মিত স্বয়ংচালিত বিমান বিৰোধী বন্দুক। য’ত ২৩ মিলিমিটাৰৰ চাৰিটা কামান আছে। ভাৰতীয় সেনাৰ কম উচ্চতাৰ প্ৰতিৰক্ষাৰ ই এক গুৰুত্বপূৰ্ণ অংশ। ইয়াৰ পৰিসৰ ২.৫ কিলোমিটাৰ পৰ্যন্ত। ই ড্ৰোন, হেলিকপ্টাৰ আৰু কম উৰণীয়া বিমান ধ্বংস কৰিব পাৰে। ই ঘণ্টাত ৫০ কিলোমিটাৰ বেগত লক্ষ্যস্থানত আক্ৰমণ কৰে।

Tags: kashmirOperation SindoorWar

Related Posts

সাজু বুলড’জাৰ, ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ
Top News

সাজু বুলড’জাৰ, ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

December 13, 2025
ফিলিপাইনছৰ ৰাজধানীত ভয়ংকৰ অগ্নিকাণ্ড, ৫০০ লোক গৃহহীন
Top News

ফিলিপাইনছৰ ৰাজধানীত ভয়ংকৰ অগ্নিকাণ্ড, ৫০০ লোক গৃহহীন

December 13, 2025
আৰক্ষীলৈ সাৱধানবাণী! ইউনিফৰ্মত ৰীল বনালেই পৰিব বিপদত, SOP জাৰী
Top News

আৰক্ষীলৈ সাৱধানবাণী! ইউনিফৰ্মত ৰীল বনালেই পৰিব বিপদত, SOP জাৰী

December 13, 2025
ট্ৰাম্পৰ শুল্কৰ মাজতে চীন সন্দৰ্ভত এটা ডাঙৰ সিদ্ধান্ত ভাৰতৰ, উত্তেজনা বৃদ্ধি আমেৰিকাৰ!
Top News

ট্ৰাম্পৰ শুল্কৰ মাজতে চীন সন্দৰ্ভত এটা ডাঙৰ সিদ্ধান্ত ভাৰতৰ, উত্তেজনা বৃদ্ধি আমেৰিকাৰ!

December 13, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

December 13, 2025
দেশৰ স্বাধীনতাৰ বাবে যুঁজ দিয়া বাংলাদেশৰ সমালোকৰ এপৰত বিধ্বংসী ৰূপ ধাৰণ ইউনুছ চৰকাৰৰ
Top News

বাংলাদেশত নিৰ্বাচনৰ দিন ঘোষণা, প্ৰতিদ্বন্দ্বিতাত নামিব নোৱাৰিব নেকি শ্বেখ হাছিনাৰ আৱামী লীগে?

December 13, 2025

শীৰ্ষ সংবাদ

সাজু বুলড’জাৰ, ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

ফিলিপাইনছৰ ৰাজধানীত ভয়ংকৰ অগ্নিকাণ্ড, ৫০০ লোক গৃহহীন

আৰক্ষীলৈ সাৱধানবাণী! ইউনিফৰ্মত ৰীল বনালেই পৰিব বিপদত, SOP জাৰী

ট্ৰাম্পৰ শুল্কৰ মাজতে চীন সন্দৰ্ভত এটা ডাঙৰ সিদ্ধান্ত ভাৰতৰ, উত্তেজনা বৃদ্ধি আমেৰিকাৰ!

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

বাংলাদেশত নিৰ্বাচনৰ দিন ঘোষণা, প্ৰতিদ্বন্দ্বিতাত নামিব নোৱাৰিব নেকি শ্বেখ হাছিনাৰ আৱামী লীগে?

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025