• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, May 22, 2025
29 °c
Guwahati
29 ° Fri
29 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    আৰ্থিক ক্ষেত্ৰত কেনে যাব আপোনাৰ আজিৰ দিনটো? জানিবলৈ পঢ়ক ৰাশিফল…

    প্ৰথমবাৰৰ বাবে নতুন দিল্লীত দুদিনীয়াকৈ ‘ৰাইজিং নৰ্থ-ইষ্ট: দ্য ইনভেষ্টৰ্ছ ছামিট ২০২৫’

    ‘কল্পনা চোৰেনক দেখি মোৰ পত্নীয়ে…..’, ৰাঁচীত শাসক পক্ষৰ বিৰুদ্ধে তীব্ৰ বাক্যবাণ হিমন্ত বিশ্ব শৰ্মাৰ

    ভাৰতক স্পৰ্শ কৰাৰ পূৰ্বে ১৪ জনম ল’ব লাগিব বাংলাদেশে : হিমন্ত বিশ্ব শৰ্মা

    কেৱল শৰীৰত শৰ্কৰাই বৃদ্ধি নহয় অন্য ৰোগৰো সম্ভাৱনাও বৃদ্ধি কৰে ডায়েবেটিছে

    থাইৰয়ডৰ সমস্যাত ভুগিলে কি কি খাদ্যৰ পৰা আঁতৰি থাকিব লাগে, জানক সবিশেষ

    কেবিনেটৰ বৈঠকৰ পিছতেই মুখ্যমন্ত্ৰীৰ সংবাদমেল, জানক সবিশেষ…

    কামপুৰত ভয়ংকৰ কাণ্ড, পৰকীয়া প্ৰেমৰ বাবেই এই কাণ্ড কৰিলে নেকি স্বামীয়ে?

    ৰাশিফলঃ এইকেইটা ৰাশিৰ সৌভাগ্যৰ দুৱাৰ খোল খাব আজি

    শিক্ষাৰ্থী, ব্যৱসায়ীসকলৰ বাবে দিনটো কেনে যাব; জানিবলৈ পঢ়ক ৰাশিফল

    কলিয়াবৰৰ বুঢ়াপাহাৰত ভুৱা চিকিৎসাৰ অভিযোগত চিকিৎসকক আটক

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      প্ৰথমবাৰলৈ জেলেনস্কি-পুটিনৰ মুখামুখি সাক্ষাৎ, যুদ্ধৰ অন্ত পৰাৰ সম্ভাৱনা!

      Nation NE by Nation NE
      May 12, 2025
      in Top News, আন্তঃ ৰাষ্ট্ৰীয়
      0 0
      প্ৰথমবাৰলৈ জেলেনস্কি-পুটিনৰ মুখামুখি সাক্ষাৎ, যুদ্ধৰ অন্ত পৰাৰ সম্ভাৱনা!
      Share on FacebookShare on TwitterWhatsApp

      অতি শীঘ্ৰেই বিগত ৩ বছৰ ধৰি ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলি থকা যুদ্ধৰ অন্ত পৰাৰ সম্ভাৱনা। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভল’ডিমিৰ জেলেনস্কিয়ে তেওঁৰ সমকক্ষ ভ্লাদিমিৰ পুটিনৰ সৈতে মুখামুখিকৈ ​​সাক্ষাৎ কৰিবলৈ সন্মত হৈছে।

      এই সপ্তাহত তুৰস্কত দুয়োৰে এই বৈঠক হ’ব পাৰে। এই বৈঠকৰ আয়োজনত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা বুলি ধাৰণা কৰা হৈছে, কিয়নো তেওঁ জেলেনস্কিক পুটিনক সাক্ষাৎ কৰিবলৈ হেঁচা প্ৰয়োগ কৰিছিল।

      এক প্ৰতিবেদন অনুসৰি, জেলেনস্কিয়ে সামাজিক মাধ্যমত পোষ্ট কৰি কয় যে, তেওঁ ১৫ মে’ত টুৰ্কিত পুটিনৰ বাবে অপেক্ষা কৰিব। এইবাৰ “সম্পূৰ্ণ আৰু স্থায়ী যুদ্ধবিৰতি”য়ে “কূটনীতিৰ বাবে প্ৰয়োজনীয় ভিত্তি” প্ৰদান কৰিব বুলিও জেলেনস্কিয়ে জনায়।

      উল্লেখ্য যে, ইয়াৰ পূৰ্বে জেলেনস্কিয়ে পুটিনে যুদ্ধবিৰতিৰ বাবে সন্মতি নিদিয়ালৈকে প্ৰত্যক্ষ বৈঠক অনুষ্ঠিত নকৰাৰ ওপৰত অটল আছিল। তেওঁক সমৰ্থন কৰা ইউৰোপীয় দেশসমূহো একেটা কথাটেই অটল আছিল।

      ইউক্ৰেইন আৰু ইউৰোপৰ অন্যান্য দেশসমূহে ৰাছিয়াক ১২ মে’ৰ ভিতৰত ইউক্ৰেইনৰ সৈতে ৩০ দিনৰ বাবে বিনাচৰ্তে যুদ্ধবিৰতি ঘোষণা কৰিবলৈ সময় ধৰি দিয়ে। কিন্তু যুদ্ধবিৰতিৰ প্ৰস্তাৱক আওকাণ কৰি তেওঁ ১৫ মে’ত তুৰস্কত জেলেনস্কিৰ সৈতে প্ৰত্যক্ষ আলোচনাৰ প্ৰস্তাৱ আগবঢ়ায়।

      ট্ৰাম্পে পুটিনৰ আমন্ত্ৰণক সমৰ্থন কৰি জেলেনস্কিৰ ওপৰত হেঁচা বৃদ্ধি কৰি কয় যে, তেওঁ ১৫ মে’ত  ৰাছিয়াৰ বিষয়াসকলৰ সৈতে হ’বলগীয়া বৈঠকত তৎক্ষণাত সন্মতি দিব লাগে। জাৰ্মানীৰ নতুন চ্যান্সেলৰ ফ্ৰেড্ৰিখ মেৰ্জে ট্ৰাম্পৰ এই পদক্ষেপক সমৰ্থন কৰে। ইয়াৰ পিছত জেলেনস্কিও ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক সাক্ষাৎ কৰিবলৈ সাজু হয়।

      উল্লেখ্য যে, জেলেনস্কিয়ে নাটোৰ অংশ হোৱাৰ জোৰত ক্ষুব্ধ হৈ ৰাছিয়াই ২০২২ চনৰ ২৪ ফেব্ৰুৱাৰীত ইউক্ৰেইনক আক্ৰমণ কৰিছিল।তেতিয়াৰ পৰাই দুয়োখন দেশৰ মাজত যুদ্ধ অব্যাহত আছে। ৰাছিয়াই এতিয়ালৈকে ইয়াৰ পূৱ অংশ দখল কৰিছে, যিটো ইউক্ৰেইনৰ মুঠ মাটিকালিৰ ২০ শতাংশ। ইয়াৰ পূৰ্বে ২০১৪ চনত ইয়াৰ ক্ৰিমিয়া অঞ্চল দখল কৰিছিল।

      Tags: TrumpVladimir PutinZELENSKY

      Related Posts

      জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰে ভয়ংকৰ সংঘৰ্ষ; এজন জোৱান শ্বহীদ
      Top News

      May 22, 2025
      ‘২২ তাৰিখৰ উত্তৰ ২২ মিনিটত’, পেহেলগাম কাণ্ডৰ এমাহ পিছত বিশ্ববাসীক স্পষ্ট বাৰ্তা প্ৰধানমন্ত্ৰী মোদীৰ

      শৰীৰটোক সুস্থ কৰি ৰাখিবলৈ কৰক এইসমূহ কাম…

      ভাৰতৰ সৈতে মাত্ৰ ৪ দিনহে যুদ্ধ কৰিব পাৰিব পাকিস্তানে! কিন্তু কিয়?
      Top News

      বিশ্বৰ ১০০ কোটি মুছলমানৰ সমৰ্থন! ২৫ কোটি মুছলমান জনসংখ্যা থকা পাকিস্তানক কেনেকৈ পৰাজিত কৰিব ভাৰতে?

      May 22, 2025
      আকৌ এবাৰ বিশ্বক আচৰিত কৰি তুলিলে ভাৰতে, এটাও গজাল ব্যৱহাৰ নকৰাকৈ এখন বিশাল জাহাজ নিৰ্মাণ

      আকৌ হ’ব নেকি লকডাউন? ভাৰতত বৰ্তমানলৈকে COVID ত আক্ৰান্ত হৈছে…

      শীৰ্ষ সংবাদ

      জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰে ভয়ংকৰ সংঘৰ্ষ; এজন জোৱান শ্বহীদ

      ‘২২ তাৰিখৰ উত্তৰ ২২ মিনিটত’, পেহেলগাম কাণ্ডৰ এমাহ পিছত বিশ্ববাসীক স্পষ্ট বাৰ্তা প্ৰধানমন্ত্ৰী মোদীৰ

      শৰীৰটোক সুস্থ কৰি ৰাখিবলৈ কৰক এইসমূহ কাম…

      বিশ্বৰ ১০০ কোটি মুছলমানৰ সমৰ্থন! ২৫ কোটি মুছলমান জনসংখ্যা থকা পাকিস্তানক কেনেকৈ পৰাজিত কৰিব ভাৰতে?

      আকৌ এবাৰ বিশ্বক আচৰিত কৰি তুলিলে ভাৰতে, এটাও গজাল ব্যৱহাৰ নকৰাকৈ এখন বিশাল জাহাজ নিৰ্মাণ

      আকৌ হ’ব নেকি লকডাউন? ভাৰতত বৰ্তমানলৈকে COVID ত আক্ৰান্ত হৈছে…

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist