• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, April 27, 2026
21 °c
Guwahati
23 ° Tue
23 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

প্ৰথমবাৰলৈ জেলেনস্কি-পুটিনৰ মুখামুখি সাক্ষাৎ, যুদ্ধৰ অন্ত পৰাৰ সম্ভাৱনা!

Nation NE by Nation NE
May 12, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
প্ৰথমবাৰলৈ জেলেনস্কি-পুটিনৰ মুখামুখি সাক্ষাৎ, যুদ্ধৰ অন্ত পৰাৰ সম্ভাৱনা!
Share on FacebookShare on TwitterWhatsApp

অতি শীঘ্ৰেই বিগত ৩ বছৰ ধৰি ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলি থকা যুদ্ধৰ অন্ত পৰাৰ সম্ভাৱনা। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভল’ডিমিৰ জেলেনস্কিয়ে তেওঁৰ সমকক্ষ ভ্লাদিমিৰ পুটিনৰ সৈতে মুখামুখিকৈ ​​সাক্ষাৎ কৰিবলৈ সন্মত হৈছে।

এই সপ্তাহত তুৰস্কত দুয়োৰে এই বৈঠক হ’ব পাৰে। এই বৈঠকৰ আয়োজনত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা বুলি ধাৰণা কৰা হৈছে, কিয়নো তেওঁ জেলেনস্কিক পুটিনক সাক্ষাৎ কৰিবলৈ হেঁচা প্ৰয়োগ কৰিছিল।

এক প্ৰতিবেদন অনুসৰি, জেলেনস্কিয়ে সামাজিক মাধ্যমত পোষ্ট কৰি কয় যে, তেওঁ ১৫ মে’ত টুৰ্কিত পুটিনৰ বাবে অপেক্ষা কৰিব। এইবাৰ “সম্পূৰ্ণ আৰু স্থায়ী যুদ্ধবিৰতি”য়ে “কূটনীতিৰ বাবে প্ৰয়োজনীয় ভিত্তি” প্ৰদান কৰিব বুলিও জেলেনস্কিয়ে জনায়।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে জেলেনস্কিয়ে পুটিনে যুদ্ধবিৰতিৰ বাবে সন্মতি নিদিয়ালৈকে প্ৰত্যক্ষ বৈঠক অনুষ্ঠিত নকৰাৰ ওপৰত অটল আছিল। তেওঁক সমৰ্থন কৰা ইউৰোপীয় দেশসমূহো একেটা কথাটেই অটল আছিল।

ইউক্ৰেইন আৰু ইউৰোপৰ অন্যান্য দেশসমূহে ৰাছিয়াক ১২ মে’ৰ ভিতৰত ইউক্ৰেইনৰ সৈতে ৩০ দিনৰ বাবে বিনাচৰ্তে যুদ্ধবিৰতি ঘোষণা কৰিবলৈ সময় ধৰি দিয়ে। কিন্তু যুদ্ধবিৰতিৰ প্ৰস্তাৱক আওকাণ কৰি তেওঁ ১৫ মে’ত তুৰস্কত জেলেনস্কিৰ সৈতে প্ৰত্যক্ষ আলোচনাৰ প্ৰস্তাৱ আগবঢ়ায়।

ট্ৰাম্পে পুটিনৰ আমন্ত্ৰণক সমৰ্থন কৰি জেলেনস্কিৰ ওপৰত হেঁচা বৃদ্ধি কৰি কয় যে, তেওঁ ১৫ মে’ত  ৰাছিয়াৰ বিষয়াসকলৰ সৈতে হ’বলগীয়া বৈঠকত তৎক্ষণাত সন্মতি দিব লাগে। জাৰ্মানীৰ নতুন চ্যান্সেলৰ ফ্ৰেড্ৰিখ মেৰ্জে ট্ৰাম্পৰ এই পদক্ষেপক সমৰ্থন কৰে। ইয়াৰ পিছত জেলেনস্কিও ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক সাক্ষাৎ কৰিবলৈ সাজু হয়।

উল্লেখ্য যে, জেলেনস্কিয়ে নাটোৰ অংশ হোৱাৰ জোৰত ক্ষুব্ধ হৈ ৰাছিয়াই ২০২২ চনৰ ২৪ ফেব্ৰুৱাৰীত ইউক্ৰেইনক আক্ৰমণ কৰিছিল।তেতিয়াৰ পৰাই দুয়োখন দেশৰ মাজত যুদ্ধ অব্যাহত আছে। ৰাছিয়াই এতিয়ালৈকে ইয়াৰ পূৱ অংশ দখল কৰিছে, যিটো ইউক্ৰেইনৰ মুঠ মাটিকালিৰ ২০ শতাংশ। ইয়াৰ পূৰ্বে ২০১৪ চনত ইয়াৰ ক্ৰিমিয়া অঞ্চল দখল কৰিছিল।

Tags: TrumpVladimir PutinZELENSKY

Related Posts

পশ্চিমবংগত নিৰ্বাচনী যুদ্ধ, দ্বিতীয় পৰ্যায়ৰ পূৰ্বে বংগত ৰ*ক্তা*ক্ত খেল!
Top News

পশ্চিমবংগত নিৰ্বাচনী যুদ্ধ, দ্বিতীয় পৰ্যায়ৰ পূৰ্বে বংগত ৰ*ক্তা*ক্ত খেল!

April 27, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 27, 2026
কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন
Top News

কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

April 27, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 27, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

April 27, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026

শীৰ্ষ সংবাদ

পশ্চিমবংগত নিৰ্বাচনী যুদ্ধ, দ্বিতীয় পৰ্যায়ৰ পূৰ্বে বংগত ৰ*ক্তা*ক্ত খেল!

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025