• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, October 25, 2025
25 °c
Guwahati
25 ° Sun
25 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?

    জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

    জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

    বাক্সাত উপস্থিত হৈ পদত্যাগ সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে?

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ভৱিষ্যতে তুৰ্কীৰ কি হ’ব, সেয়া সিদ্ধান্ত ল’ব ভাৰতে! কিমান হাজাৰ কোটি টকাৰ লোকচানৰ সন্মুখীন হ’ব তুৰ্কী?

Nation NE by Nation NE
May 23, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
ভৱিষ্যতে তুৰ্কীৰ কি হ’ব, সেয়া সিদ্ধান্ত ল’ব ভাৰতে! কিমান হাজাৰ কোটি টকাৰ লোকচানৰ সন্মুখীন হ’ব তুৰ্কী?
Share on FacebookShare on TwitterWhatsApp

জম্মু-কাশ্মীৰৰ পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছতেই ভাৰত আৰু পাকিস্তানৰ মাজত সংঘাতৰ সৃষ্টি হয়। এই সংঘাতৰ সময়ত কেৱল পাকিস্তানৰেই যে কুৎসিত কাৰ্যকলাপ দেখা পোৱা গৈছে, তেনে নহয়। এই সময়ত তুৰ্কীৰো প্ৰকৃত মুখখন বিশ্বৰ সন্মুখত প্ৰকাশ পাইছে।

ভাৰতৰ বিৰুদ্ধে তুৰস্কই পাকিস্তানক বহুখিনি সহায় আগবঢ়াছিল। অপাৰেচন সিন্দুৰৰ পিছৰে পৰা পাকিস্তানত আতংকৰ সৃষ্টি হৈছিল। এই কাৰণেই হতাশগ্ৰস্ত পাকিস্তানে ভাৰতক আক্ৰমণৰ কেইবাটাও ব্যৰ্থ প্ৰচেষ্টা চলাইছিল। এই সময়ছোৱাত পাকিস্তানে ভাৰতীয় সামৰিক আৰু অসামৰিক অঞ্চলত আক্রমণ কৰিবলৈ ব্যৱহাৰ কৰা ৩০০-৪০০ ড্ৰ’নৰ অধিকাংশই তুৰস্কত নিৰ্মিত হৈছিল আৰু পাকিস্তানক বিক্ৰী কৰিছিল। এই ড্ৰ’নে লাডাখৰ লেহৰ পৰা গুজৰাটৰ ছাৰ ক্ৰিকলৈকে ভাৰতৰ আকাশমাৰ্গ উলংঘা কৰিছিল। এইটো স্পষ্ট যে তুৰ্কিয়েও পাকিস্তানৰ সন্ত্ৰাসবাদৰ সৈতে আছে।

এতিয়া এই সহায় তুৰ্কীৰ বাবে বিপদৰ কাৰণ হৈ পৰিছে। ভাৰতে তুৰ্কীৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে। ইয়াৰ অধীনত ভাৰতে তুৰস্কক স্পষ্ট সতৰ্কবাণী দিছে যে, পাকিস্তান বা নিজ দেশৰ ধ্বংসৰ মাজৰ পৰা এটা বাছি ল’ব লাগিব।

ভাৰত চৰকাৰে তুৰস্কক স্পষ্টভাৱে কৈছে যে, যদিহে দেশখনে পাকিস্তানক সমৰ্থন কৰি থাকে আৰু সীমা অতিক্ৰম কৰি সন্ত্ৰাসবাদৰ প্ৰতি চকু মুদি থাকে তেন্তে ইয়াৰ প্ৰভাৱ দ্বিপাক্ষিক সম্পৰ্কত পৰিব।

বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে বৃহস্পতিবাৰে কয় যে, ভাৰতে আশা কৰে যে, তুৰস্কই পাকিস্তানক সীমা অতিক্ৰম কৰি সন্ত্ৰাসবাদৰ প্ৰতি দিয়া সমৰ্থন বন্ধ কৰি দশক দশক ধৰি লালন-পালন কৰি অহা সন্ত্ৰাসবাদী পৰিৱেশ তন্ত্ৰৰ বিৰুদ্ধে বিশ্বাসযোগ্য আৰু পৰীক্ষাযোগ্য ব্যৱস্থা গ্ৰহণ কৰিবলৈ কঠোৰ আহ্বান জনাব।

পাকিস্তানে জম্মু-কাশ্মীৰত ভাৰতৰ ভূখণ্ডৰ আগ্ৰাসন আৰু অবৈধ দখলত দীৰ্ঘদিন ধৰি সমৰ্থন কৰি আহিছে। ইয়াৰ ফলত ভাৰত-তুৰ্কীয়ে সম্পৰ্কত উত্তেজনা বৃদ্ধি পাইছে। ভাৰতে ভাৰতৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ নকৰিবলৈ আৰু সন্ত্ৰাসবাদৰ দৰে স্পৰ্শকাতৰ বিষয়ত সুষম পন্থা অৱলম্বন কৰিবলৈ তুৰস্কক বাৰে বাৰে সকীয়াই দিছে।

ইফালে ভাৰতত #BoycottTurkey বুলি যোৱা কেইবাদিনো ধৰি ছচিয়েল মিডিয়াত ট্ৰেণ্ডিং কৰি আহিছে। ইয়াৰ উপৰিও বহু নাগৰিক আৰু সংগঠনে তুৰ্কীৰ সামগ্ৰী, সেৱা আৰু পৰ্যটন বৰ্জনৰ বাবে আবেদন জনাইছে। এই কাৰণেই তুৰস্কই ৩২ হাজাৰ কোটি টকাৰ লোকচানৰ সন্মুখীন হ’ব পাৰে।

Tags: IndiaPakistanTurkey

Related Posts

ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…
Top News

October 25, 2025
শুল্ক যুদ্ধৰ মাজতে ড’নাল্ড ট্ৰাম্পৰ বৃহৎ ঘোষণা, টিকটক সন্দৰ্ভত আমেৰিকা আৰু চীনৰ মাজত চুক্তি
Top News

শুল্ক বিবাদৰ মাজতে ট্ৰাম্প-ছি জিনপিঙৰ বৈঠক, আয়োজক দক্ষিণ কোৰিয়া

October 25, 2025
আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

October 25, 2025
ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?
Top News

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

October 24, 2025
মহিলা বিশ্বকাপৰ ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন টীম-ইণ্ডিয়াৰ, জানক আগন্তুক সূচী…
Top News

মহিলা বিশ্বকাপৰ ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন টীম-ইণ্ডিয়াৰ, জানক আগন্তুক সূচী…

October 24, 2025
জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?
Top News

জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?

October 24, 2025

শীৰ্ষ সংবাদ

ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…

শুল্ক বিবাদৰ মাজতে ট্ৰাম্প-ছি জিনপিঙৰ বৈঠক, আয়োজক দক্ষিণ কোৰিয়া

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

মহিলা বিশ্বকাপৰ ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন টীম-ইণ্ডিয়াৰ, জানক আগন্তুক সূচী…

জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025