• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, May 14, 2026
26 °c
Guwahati
25 ° Fri
27 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ২য় বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে ড০ হিমন্ত বিশ্ব শৰ্মাই

    তৃতীয় কাৰ্যকালৰ শুভাৰম্ভ কৰিব NDA চৰকাৰে, ২য় বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব ড০ হিমন্ত বিশ্ব শৰ্মাই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

১২২ সংখ্যক ‘মন কী বাত’ অনুষ্ঠানত আজি কি ক’লে প্ৰধানমন্ত্ৰীয়ে?

Nation NE by Nation NE
May 25, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত বিজেপি মিত্ৰজোঁটৰ মুখ্যমন্ত্ৰী, উপ-মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

নৰেন্দ্ৰ মোদীয়ে তেওঁৰ ৰেডিঅ’ অনুষ্ঠান ‘মন কি বাত’ৰ জৰিয়তে ৰাইজৰ সন্মুখত নিজৰ মনৰ কথা ব্যক্ত কৰে। আজি অনুষ্ঠানটিৰ ১২২ তম খণ্ড সম্প্ৰচাৰ হয়।

এই অনুষ্ঠানটিত প্ৰধানমন্ত্ৰী মোদীয়ে বহু বিষয়ত ভাষণ দিয়ে। এই সময়ত তেওঁ ভাৰতীয় সেনাৰ বীৰত্ব অপাৰেচন সেন্দুৰৰ বিষয়েও উল্লেখ কৰে। তেওঁ কয় যে, দেশৰ প্ৰতিজন নাগৰিকে সংকল্প লৈছে যে সন্ত্ৰাসবাদ নিৰ্মূল কৰিব লাগিব। লগতে তেওঁ কয় যে অপাৰেচন সেন্দুৰ কেৱল সামৰিক অভিযান নহয়, ই ভাৰতৰ পৰিবৰ্তনৰ এক জীয়া ছবি।

প্ৰধানমন্ত্ৰীয়ে কয় যে, বৰ্তমান সমগ্ৰ দেশ সন্ত্ৰাসবাদৰ বিৰুদ্ধে একত্ৰিত হৈছে। ‘অপাৰেচন সেন্দুৰ’ৰ সময়ত ভাৰতৰ সেনাবাহিনীয়ে যি বীৰত্ব দেখুৱাইছে, সেই বীৰত্বই প্ৰতিজন হিন্দুস্তানীক গৌৰৱান্বিত কৰি তুলিছে। সীমান্তৰ সিপাৰে সন্ত্ৰাসবাদী ঘাটিসমূহ ভাৰতীয় সেনাই যি স্পষ্টতা, সঠিকতাৰে ধ্বংস কৰিলে সেয়া সচাঁকৈয়ে প্ৰশংসনীয়। ‘অপাৰেচন সেন্দুৰে’ সমগ্ৰ বিশ্বতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজখনক নতুন আত্মবিশ্বাস আৰু উৎসাহ প্ৰদান কৰিছে।

২০১৪ চনৰ ৩ অক্টোবৰৰ পৰা আৰম্ভ হোৱা এই অনুষ্ঠানটো ২২টা ভাৰতীয় ভাষা আৰু ২৯টা উপভাষাৰ লগতে ফৰাচী, চীনা, ইণ্ডোনেছিয়ান, তিব্বতী, বাৰ্মিজ, বেলুচি, আৰবী, পাষ্টু, পাৰ্চী, দাৰী আৰু শ্বাহিলীকে ধৰি ১১টা বিদেশী ভাষাত সম্প্ৰচাৰিত হয়। আকাশবাণীৰ ৫০০ৰো অধিক কেন্দ্ৰৰ দ্বাৰা সম্প্ৰচাৰিত ‘মন কি বাত’ অনুষ্ঠান।

Tags: Mann KI BaatModiPM

Related Posts

অভিলেখৰ দিশে আগবাঢ়িছে চাৰিধামৰ যাত্ৰা, ২৫ দিনত তীৰ্থভ্ৰমণ ১২.৬০ লাখ ভক্তৰ
Top News

May 14, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 14, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 14, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

May 14, 2026
থাইলেণ্ড ফুৰিবলৈ যোৱা ৫ ভাৰতীয় পৰ্যটকৰ সৈতে ভয়ংকৰ কাণ্ড, ১ জনৰ প্ৰাণহানি

May 13, 2026
বাংলাদেশক ক্ষুব্ধ কৰি তুলিছে পশ্চিম বংগৰ শুভেন্দু চৰকাৰৰ এই সিদ্ধান্তই, কি এই ডাঙৰ সিদ্ধান্ত?

শীৰ্ষ সংবাদ

অভিলেখৰ দিশে আগবাঢ়িছে চাৰিধামৰ যাত্ৰা, ২৫ দিনত তীৰ্থভ্ৰমণ ১২.৬০ লাখ ভক্তৰ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

থাইলেণ্ড ফুৰিবলৈ যোৱা ৫ ভাৰতীয় পৰ্যটকৰ সৈতে ভয়ংকৰ কাণ্ড, ১ জনৰ প্ৰাণহানি

বাংলাদেশক ক্ষুব্ধ কৰি তুলিছে পশ্চিম বংগৰ শুভেন্দু চৰকাৰৰ এই সিদ্ধান্তই, কি এই ডাঙৰ সিদ্ধান্ত?

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025