• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, February 4, 2026
21 °c
Guwahati
21 ° Thu
21 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    ‘জুবিনক সকলোৱে শেষবাৰৰ বাবে চাম…’, সামাজিক মাধ্যমৰ জৰিয়তে বিশেষ আহ্বান গৰিমা গাৰ্গৰ

    য়’টত উঠাৰ পূৰ্বে জুবিন গাৰ্গৰ মুখত নাছিল সুৰাৰ গোন্ধ! পোহৰলৈ আহিছে এক ডাঙৰ খবৰ

    ন-কইনাক আনিবলৈ যোৱা বৰযাত্ৰীৰ বাহনৰ সৈতে শোকাৱহ ঘটনা, থিতাতে নিহত দৰাৰ ককায়েক আৰু মোমায়েক

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ব্ৰহ্মপুত্ৰৰ পানী সন্দৰ্ভত পাকিস্তানক সঠিক উত্তৰ দিলে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

Nation NE by Nation NE
June 3, 2025
in Top News, অসম
0 0
ব্ৰহ্মপুত্ৰৰ পানী সন্দৰ্ভত পাকিস্তানক সঠিক উত্তৰ দিলে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই
Share on FacebookShare on TwitterWhatsApp

ভাৰতে সিন্ধু জল সন্ধি আংশিকভাৱে স্থগিত ৰখাৰ বাবেই পাকিস্তানৰ আতংক স্পষ্টকৈ দেখা গৈছে। পাকিস্তানে ভাৰতক লৈ অহৰহ উচটনিমূলক বক্তব্য দি আছে আৰু এতিয়া চীনৰ নাম টানি আনি দাবী কৰিছে যে যদি ভাৰতে সিন্ধু জল সন্ধি বহিষ্কাৰ কৰে, তেন্তে চীনেও ভাৰতত ব্ৰহ্মপুত্ৰ নদীৰ পানীৰ সোঁত বন্ধ কৰিব পাৰে।

ইফালে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই তথ্যসহ পাকিস্তানৰ এই ভাবুকি সম্পূৰ্ণৰূপে নাকচ কৰিছে। তেওঁ ছ’চিয়েল মিডিয়া প্লেটফৰ্মত পোষ্ট কৰি স্পষ্ট কৰি দিয়ে যে ব্ৰহ্মপুত্ৰ নদী চীনৰ ওপৰত নিৰ্ভৰশীল নহয়, বৰঞ্চ ভাৰত বাৰিষাৰ বৰষুণ আৰু উপনৈসমূহৰ ওপৰতহে নিৰ্ভৰশীল। ড০ শৰ্মাৰ মতে, ব্ৰহ্মপুত্ৰৰ মুঠ পানীৰ প্ৰবাহৰ মাত্ৰ ৩০ৰ পৰা ৩৫ শতাংশতহে চীনে অৰিহণা যোগায়, যি মূলতঃ হিমবাহ গলি আৰু সীমিত বৰষুণৰ ফলত হয়।

ড০ শৰ্মাই কয় যে অৰুণাচল প্ৰদেশ, অসম, নাগালেণ্ড আৰু মেঘালয়ত প্ৰচণ্ড বাৰিষা বৰষুণ হয় যিয়ে ব্ৰহ্মপুত্ৰক পানী যোগান ধৰে। ইয়াৰ উপৰিও সোৱনশিৰি, লোহিত, কামেং, মানস, ধনশিৰি, জিয়া-ভৰালী, কোপিলী, কৃষ্ণাই, ডিগাৰু, কুলসী আদি উপনৈয়ে ব্ৰহ্মপুত্ৰক পানী যোগান ধৰে। টুটিঙত চীন সীমান্তৰ পৰা ইয়াৰ প্ৰবাহ ২০০০ৰ পৰা ৩০০০ ঘনমিটাৰ/ছেকেণ্ড হোৱাৰ বিপৰীতে গুৱাহাটীৰ দৰে অঞ্চলত বাৰিষাৰ সময়ত ই ১৫,০০০ৰ পৰা ২০,০০০ ঘনমিটাৰ/ছেকেণ্ড পৰ্যন্ত হয়।

ড০ শৰ্মাই স্পষ্টকৈ কয় যে, ব্ৰহ্মপুত্ৰ হৈছে ভাৰতীয়, বৰষুণৰ দ্বাৰা পৰিচালিত নদী, যি কোনো এখন দেশৰ ওপৰত নিৰ্ভৰশীল নহয়। চীনে পানী সীমিত কৰিলেও ভাৰত ইয়াৰ পৰা বিশেষ ক্ষতিগ্ৰস্ত নহ’ব, বৰঞ্চ প্ৰতি বছৰে লাখ লাখ লোকক স্থানচ্যুত কৰা অসমৰ ভয়াৱহ বানপানীও হ্ৰাস হ’ব। ৭৪ বছৰ ধৰি সিন্ধু জল সন্ধিৰ অন্যায় সুবিধা গ্ৰহণ কৰা পাকিস্তানে এতিয়া ভাৰতৰ সাৰ্বভৌমত্বক লৈ ভয় খাইছে।

শেষত শৰ্মাই পাকিস্তানক সোঁৱৰাই দিয়ে যে, ভাৰত এতিয়া নিজৰ জলসম্পদ সন্দৰ্ভত স্বতন্ত্ৰ আৰু সাৰ্বভৌম সিদ্ধান্ত ল’বলৈ সক্ষম হৈছে।

ব্ৰহ্মপুত্ৰ নদী কোনো এটা উৎসৰ ওপৰত ভিত্তি কৰি নহয়, বৰঞ্চ ই ভাৰতৰ ভূগোল, বাৰিষা আৰু সাংস্কৃতিক শক্তিৰ দ্বাৰাহে পুষ্টি লাভ কৰে। এনে পৰিস্থিতিত পাকিস্তানে ভয় বিয়পোৱাৰ চেষ্টা অসাৰ।

Tags: BrahmaputraChinaPakistan

Related Posts

টীম ইণ্ডিয়াৰ বিৰুদ্ধে Knockout মেচ নেখেলে পাকিস্তানে! কিন্তু কিয়? কোন দল হ’ব আটাইতকৈ বেছি লাভবান?
Top News

ভাৰত-পাকিস্তান T20 Worldcup: ২৩০০ কোটিৰ লোকচান; ক্ষুব্ধ পাকিস্তানীয়ে ক’লে- ‘পাকিস্তান অবিহনে ক্ৰিকেট অসম্পূৰ্ণ’

February 4, 2026
‘জুবিনক সকলোৱে শেষবাৰৰ বাবে চাম…’, সামাজিক মাধ্যমৰ জৰিয়তে বিশেষ আহ্বান গৰিমা গাৰ্গৰ
Top News

য়’টত উঠাৰ পূৰ্বে জুবিন গাৰ্গৰ মুখত নাছিল সুৰাৰ গোন্ধ! পোহৰলৈ আহিছে এক ডাঙৰ খবৰ

February 4, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

February 4, 2026
ন-কইনাক আনিবলৈ যোৱা বৰযাত্ৰীৰ বাহনৰ সৈতে শোকাৱহ ঘটনা, থিতাতে নিহত দৰাৰ ককায়েক আৰু মোমায়েক
Top News

ন-কইনাক আনিবলৈ যোৱা বৰযাত্ৰীৰ বাহনৰ সৈতে শোকাৱহ ঘটনা, থিতাতে নিহত দৰাৰ ককায়েক আৰু মোমায়েক

February 4, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

February 4, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

February 4, 2026

শীৰ্ষ সংবাদ

ভাৰত-পাকিস্তান T20 Worldcup: ২৩০০ কোটিৰ লোকচান; ক্ষুব্ধ পাকিস্তানীয়ে ক’লে- ‘পাকিস্তান অবিহনে ক্ৰিকেট অসম্পূৰ্ণ’

য়’টত উঠাৰ পূৰ্বে জুবিন গাৰ্গৰ মুখত নাছিল সুৰাৰ গোন্ধ! পোহৰলৈ আহিছে এক ডাঙৰ খবৰ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

ন-কইনাক আনিবলৈ যোৱা বৰযাত্ৰীৰ বাহনৰ সৈতে শোকাৱহ ঘটনা, থিতাতে নিহত দৰাৰ ককায়েক আৰু মোমায়েক

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025