• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, February 7, 2026
20 °c
Guwahati
20 ° Sun
21 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আঁতৰিব লাগিব সকলো বেদখলকাৰী, পুনৰ ১০০০ৰো অধিক পৰিয়াললৈ উচ্ছেদৰ জাননী…

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    ‘জুবিনক সকলোৱে শেষবাৰৰ বাবে চাম…’, সামাজিক মাধ্যমৰ জৰিয়তে বিশেষ আহ্বান গৰিমা গাৰ্গৰ

    য়’টত উঠাৰ পূৰ্বে জুবিন গাৰ্গৰ মুখত নাছিল সুৰাৰ গোন্ধ! পোহৰলৈ আহিছে এক ডাঙৰ খবৰ

    ন-কইনাক আনিবলৈ যোৱা বৰযাত্ৰীৰ বাহনৰ সৈতে শোকাৱহ ঘটনা, থিতাতে নিহত দৰাৰ ককায়েক আৰু মোমায়েক

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

কলম্বিয়াত ভয়ংকৰ ঘটনা; নিৰ্বাচনী প্ৰচাৰৰ সময়তে ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীলৈ গুলীবৰ্ষণ দুৰ্বৃত্তৰ

Nation NE by Nation NE
June 8, 2025
in Top News, BIG BREAKING, আন্তঃ ৰাষ্ট্ৰীয়
0 0
কলম্বিয়াত ভয়ংকৰ ঘটনা; নিৰ্বাচনী প্ৰচাৰৰ সময়তে ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীলৈ গুলীবৰ্ষণ দুৰ্বৃত্তৰ
Share on FacebookShare on TwitterWhatsApp

দক্ষিণ আমেৰিকাৰ উত্তৰ-পশ্চিম দিশে অৱস্থিত কলম্বিয়াত দেখা পোৱা গৈছে ব্যাপক নিৰ্বাচনী হিংসা। দেশখনত হ’বলগীয়া ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পূৰ্বে বিৰোধীৰ প্ৰাৰ্থী মিগেল উৰিবেক দুৰ্বৃত্তই গুলীয়াই আহত কৰাৰ খবৰে চাঞ্চল্যৰ সৃষ্টি কৰিছে।

মিগেল উৰিবে কনজাৰভেটিভ ডেমোক্ৰেটিক চেণ্টাৰ পাৰ্টীৰ পৰা ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী। দেশখনৰ ৰাজধানী বগোটাত নিৰ্বাচনী প্ৰচাৰ চলাই থকাৰ সময়তে আক্ৰমণৰ বলি হয় বিৰোধী চিনেটৰগৰাকী। তেওঁৰ মূৰ আৰু পিঠিত আঠটাকৈ গুলীয়ে আঘাত কৰা বুলি জানিব পৰা গৈছে।

এই গুলীচালনা সংঘটিত হোৱাৰ পিছতেই নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত থকা আৰক্ষী আৰু সমৰ্থকসকলে ততাতয়াকৈ হাস্পতালত ভৰ্তি কৰোৱায়।

ইফালে এই ঘটনাৰ পিছতেই কলম্বিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰী পেড্ৰো চাঞ্চেজে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ঘটনা সম্পৰ্কত এজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে আৰু তদন্ত চলি থকা বুলি জনায়। গুলীচালনাৰ ঘটনাক নিন্দনীয় আখ্যা দিয়ে ৰাষ্ট্ৰপতি কাৰ্যালয়ে।

আনহাতে আমেৰিকাই এই গুলীচালনাৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহনা দিয়ে।

Tags: ColombiaMiguel Uribe TurbayPresident Election

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

February 7, 2026
আঁতৰিব লাগিব সকলো বেদখলকাৰী, পুনৰ ১০০০ৰো অধিক পৰিয়াললৈ উচ্ছেদৰ জাননী…
Top News

আঁতৰিব লাগিব সকলো বেদখলকাৰী, পুনৰ ১০০০ৰো অধিক পৰিয়াললৈ উচ্ছেদৰ জাননী…

February 6, 2026
এইবাৰ মহিলাই চলাব মটৰচাইকেল! প্ৰতিবাদৰ মাজতে প্ৰদান অধিকাৰ, সলনি হ’ল আইন…

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

February 6, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

February 6, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

February 6, 2026

শীৰ্ষ সংবাদ

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

আঁতৰিব লাগিব সকলো বেদখলকাৰী, পুনৰ ১০০০ৰো অধিক পৰিয়াললৈ উচ্ছেদৰ জাননী…

এইবাৰ মহিলাই চলাব মটৰচাইকেল! প্ৰতিবাদৰ মাজতে প্ৰদান অধিকাৰ, সলনি হ’ল আইন…

পাকিস্তানত ট্ৰাম্পৰ বিশাল সম্পদ! ১.৩ বিলিয়ন ডলাৰ ব্যয় কৰিবলৈ সাজু, প্ৰজেক্ট ভল্ট কি?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025