• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, May 6, 2026
27 °c
Guwahati
27 ° Fri
27 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

নিজ দেশলৈ উভোতাই অনা হল ইৰানত আৱদ্ধ ভাৰতীয় ছাত্ৰ

Nation NE by Nation NE
June 19, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
ইৰাণ-ইজৰাইলৰ যুদ্ধঃ অব্যাহত ভাৰতৰ ‘উদ্ধাৰ অভিযান’ – ১০০ৰো অধিক ভাৰতীয়ক আৰ্মেনিয়ালৈ প্ৰেৰণ
Share on FacebookShare on TwitterWhatsApp

সুকলমে দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হৈছে ইৰাণত আৱদ্ধ হৈ থকা ১১০ গৰাকী ভাৰতীয় ছাত্ৰই। ইয়াৰে অধিকাংশ আছিল ছাত্ৰ-ছাত্ৰী জম্মু-কাশ্মীৰৰ। এইসকল ছাত্ৰ-ছাত্ৰী হৈছে উৰমিয়া মেডিকেল ইউনিভাৰ্চিটিৰ।

ইৰাণ আৰু ইজৰাইলৰ মাজত চলি থকা যুদ্ধৰ পৰিপ্ৰেক্ষিতত ভাৰত চৰকাৰে ইৰাণত আৱদ্ধ হৈ থকা ভাৰতীয় নাগৰিকসকলে নিৰাপদে উভতি অহাৰ বাবে ‘অপাৰেচন সিন্ধু’ আৰম্ভ কৰে। চৰকাৰৰ এই বিশেষ অভিযানৰ অধীনত ইৰাণৰ উত্তৰ প্ৰান্তত আৱদ্ধ হৈ থকা ১১০ জন ভাৰতীয় ছাত্ৰ-ছাত্ৰীক ১৭ জুনত নিৰাপদে উলিয়াই অনা হয়। এই ছাত্ৰ-ছাত্ৰীসকলক ভাৰতীয় দূতাবাসৰ তত্বাৱধানত পথেৰে ইৰাণৰ পৰা আৰ্মেনিয়াৰ ৰাজধানী ইৰেভানলৈ লৈ যোৱা হয়। এই পথেৰে দিল্লীলৈ আহিছে।

বুধবাৰে বিয়লি ২:৫৫ বজাত বিশেষ বিমানেৰে ভাৰতলৈ ৰাওনা হোৱা আটাইকেইগৰাকী ছাত্ৰ-ছাত্ৰীয়ে বৃহস্পতিবাৰে পুৱা নতুন দিল্লীত আহি উপস্থিত হয়। এয়া প্ৰথম পৰ্যায়ৰ অপাৰেচন সিন্ধু। এই সমগ্ৰ অভিযানত সহযোগিতা আগবঢ়োৱা ইৰাণ আৰু আৰ্মেনিয়া চৰকাৰৰ প্ৰতি ভাৰত চৰকাৰে বিশেষ কৃতজ্ঞতা প্ৰকাশ কৰিছে, যিসকলে উদ্ধাৰ অভিযান সহজ আৰু নিৰাপদ কৰি তোলাত সহায় কৰিছিল।

ইৰাণৰ পৰিস্থিতি অধিক ভয়াৱহ হোৱাৰ বাবে ভাৰতীয় দূতাবাসে যুদ্ধবিধ্বস্ত অঞ্চলৰ পৰা ভাৰতীয় নাগৰিকক নিৰাপদ স্থানলৈ পঠিয়াবলৈ অহৰহ চেষ্টা অব্যাহত ৰাখিছে। ইয়াৰ সমান্তৰালকৈ ভাৰত চৰকাৰে জৰুৰীকালীন যোগাযোগ নম্বৰ, হোৱাটছএপ নম্বৰ আৰু ই-মেইল আইডি মুকলি কৰিছে।

ইৰাণ আৰু ইজৰাইলৰ মাজত চলি থকা যুদ্ধই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। বুধবাৰে ইজৰাইলে দাবী কৰে যে তেওঁলোকৰ বায়ুসেনাই ৫০খন যুদ্ধ বিমান প্ৰেৰণ কৰি ইৰাণক আক্ৰমণ কৰিছে। একে সময়তে ইৰাণে ড্ৰ’নৰ জৰিয়তে ইজৰাইলক আক্ৰমণ কৰিছিল।

Tags: ConflictIranIsrael

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

May 6, 2026
INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”
Top News

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

May 5, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 5, 2026
নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ
Top News

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

May 5, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 5, 2026
পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি
Top News

পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি

May 5, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025