• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, January 26, 2026
20 °c
Guwahati
20 ° Tue
21 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    স্বাস্থ্য কেন্দ্ৰত ভয়ংকৰ কাণ্ড ! নাবালিকাৰ সৈতে কুকাণ্ড কৰা কমল চৌধুৰীক ৭ বছৰৰ সশ্ৰম কাৰাদণ্ড

    ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

‘চিনেমা এতিয়াও বাকী আছে…’, ২০২৯ ত নিজৰ ভূমিকা সম্পৰ্কত মন্তব্য নীতিন গাডকাৰীৰ

Nation NE by Nation NE
June 21, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
ৰাজনীতিৰ পৰা ৰাস্তা-ঘাটলৈ…. নীতিন গাডকাৰীয়ে ক’লে বহু কথা
Share on FacebookShare on TwitterWhatsApp

২০২৯ চনত অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচনত কি ভূমিকা গ্ৰহণ কৰিব সেই বিষয়ে মন্তব্য কৰিছে ভাৰতৰ পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে। এই সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত গাডকাৰীয়ে কয় যে বিগত ১১ বছৰত যি দেখিলে সেয়া কেৱল নিউজ ৰীল আছিল আৰু প্ৰকৃত ছবি আহিবলৈ এতিয়াও বাকী আছে।

অৱশ্যে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাক্তন অধ্যক্ষ নীতিন গাডকাৰীয়ে কয় যে দলটোৱে নিজৰ কৰ্মীৰ দায়িত্ব নিজেই নিৰ্ধাৰণ কৰে আৰু বিজেপিয়ে তেওঁৰ বাবে যি দায়িত্ব নিৰ্ধাৰণ কৰে, তেওঁ সেই দায়িত্ব পালন কৰিব।

কেন্দ্ৰীয় পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰৰ ১১ বছৰ সম্পূৰ্ণ হোৱাৰ সন্দৰ্ভত এজন লোকক দিয়া এক সাক্ষাৎকাৰত কয়, ‘এতিয়ালৈকে যি হৈছে সেয়া মাত্ৰ এটা নিউজ ৰীল আছিল, আচল চিনেমা এতিয়াও আৰম্ভ হোৱা নাই।’

তেওঁ কয়, ‘এজন কাৰ্যকৰ্তাৰ দায়িত্ব কি হ’ব আৰু তেওঁ কি কাম কৰিব, সেয়া দলে সিদ্ধান্ত লয়। মোক যি দায়িত্ব দিয়া হয়, মই সেই দায়িত্ব পালন কৰিম।’

তেওঁ লগতে কয় যে তেওঁ কেতিয়াও নিজৰ ৰাজনৈতিক বায়’ডাটা প্ৰকাশ কৰা নাই আৰু কেতিয়াও সমৰ্থকসকলক বিমানবন্দৰত তেওঁৰ বাবে গ্ৰেণ্ড আদৰণি কাৰ্যসূচী আয়োজন কৰিবলৈ কোৱা নাই।

বিদৰ্ভত হৈ থকা কৃষকৰ আত্মহত্যা ৰোধ কৰাৰ ক্ষেত্ৰত কাম কৰাৰ ইচ্ছা আছে বুলিও কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে।

Tags: BJPNitin GadkariTransport Minister

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

January 26, 2026
গণৰাজ্য দিৱসত অপাৰেচন সিন্দুৰক বিশ্ববাসীৰ সন্মুখত অৱগত কৰা ভাৰতীয় সেনা বিষয়া কৰ্ণেল ছফিয়া কুৰেশ্বীলৈ সন্মান, জানক সবিশেষ

January 25, 2026
আমেৰিকাত তুষাৰপাতৰ ধুমুহাৰ বিধ্বংসী ৰূপ ধাৰণ; ব্যাপক ব্লেকআউট, ১০ হাজাৰ বিমান বাতিল

কানাডালৈ ১০০% শুল্ক আৰোপৰ ভাবুকিৰ ট্ৰাম্পৰ, পি এম কাৰ্নীয়ে মুকলি কৰিলে ভিডিঅ’

হিংসাত জৰ্জৰিত বাংলাদেশ, পুনৰ প্ৰাণ হেৰুৱালে সংখ্যালঘু যুৱকে…

২০২৬ বৰ্ষত এইসকল লোক বিভূষিত হ’ব পদ্মশ্ৰী সন্মানেৰে, জানক সম্পূৰ্ণ তালিকা…

শীৰ্ষ সংবাদ

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025