• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, October 26, 2025
25 °c
Guwahati
25 ° Mon
26 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই?

    জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে SIT গঠনৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

    জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজপথত নামিব মুখ্যমন্ত্ৰী, অংশগ্ৰহণ কৰিব #JusticeForZubeenGarg আন্দোলনত

    ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?

    জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

    জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ৰে’লত যাত্ৰা কৰা সকলৰ বাবে বেয়া খবৰ! ১ জুলাইৰ পৰা বৃদ্ধি পাব ভাড়া

Nation NE by Nation NE
June 24, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
ৰে’লত যাত্ৰা কৰা সকলৰ বাবে বেয়া খবৰ! ১ জুলাইৰ পৰা বৃদ্ধি পাব ভাড়া

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

ৰে’লেৰে দীৰ্ঘ দূৰত্ব ভ্ৰমণ কৰা যাত্ৰীসকলৰ বাবে বেয়া খবৰ। চলিত বছৰৰ ১ জুলাইৰ পৰা নতুন ভাড়া কাৰ্যকৰী কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰে’ল বিভাগে। এই বৰ্ধিত মূল্য দীৰ্ঘ দূৰত্ব আৰু এচি ৰে’লৰ বাবে প্ৰযোজ্য হ’ব। অৱশ্যে লোকেল ৰে’লৰ ভাড়া বৃদ্ধি কৰা নহয় বুলি জানিব পৰা গৈছে।

আনহাতে একে সময়তে মাহেকীয়া পাছৰ ওপৰত ইয়াৰ কোনো প্ৰভাৱ নপৰে। মাহিলী ছিজন টিকট (এম এছ টি) কেৱল পুৰণি ৰেটত উপলব্ধ হ’ব।

সূত্ৰ অনুসৰি ৰে’লৱেই যাত্ৰীসকলৰ ওপৰত নূন্যতম প্ৰভাৱ পেলাই সেৱাৰ উন্নতিৰ লক্ষ্যৰে এই পৰিৱৰ্তন কৰিছে।

নতুন শুল্ক অনুসৰি ৫০০ কিলোমিটাৰ পৰ্যন্ত সাধাৰণ দ্বিতীয় শ্ৰেণীৰ কোনো পৰিৱৰ্তন নহ’ব যদিও ৫০০ কিলোমিটাৰৰ অধিক দূৰত্বৰ বাবে প্ৰতি কিলোমিটাৰত আধা পইচাকৈ ভাড়া বৃদ্ধি কৰা হ’ব। আনহাতে, মেইল/এক্সপ্ৰেছ (নন-এচি) ৰে’লত প্ৰতি কিলোমিটাৰত ১ পইচা বৃদ্ধি পাব। এচি ক্লাছত প্ৰতি কিলোমিটাৰত ২ পইচা বৃদ্ধি কৰা হ’ব।

মাত্ৰ কিছু দিন পূৰ্বে ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কৈছিল যে বিভিন্ন ৰে’লত বিভিন্ন শিতানৰ ভাড়া তাত প্ৰদান কৰা সা-সুবিধাৰ ওপৰত ভিত্তি কৰি লোৱা হয় আৰু বিভিন্ন ধৰণৰ যাত্ৰী শ্ৰেণীৰ বাবে বিভিন্ন ৰে’ল সেৱাৰ ব্যৱস্থা কৰা হয়।

সংসদত এক প্ৰশ্নৰ উত্তৰত বৈষ্ণৱে কৈছিল যে ভাৰতীয় ৰে’লৱেই ভ্ৰমণৰ খৰচ, খৰচ, যাত্ৰীৰ ব্যয়সাধ্যতা, অন্যান্য পৰিবহণ পদ্ধতিৰ পৰা আৰ্থ-সামাজিক দিশ আদিৰ প্ৰতি লক্ষ্য ৰাখি ভাড়া নিৰ্ধাৰণ কৰে।

Tags: Price HikeRailwayTrainTrain Ticket

Related Posts

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই?

October 25, 2025
পশ্চিম তুৰস্কত বৃহৎ নাও দুৰ্ঘটনা, কমেও ১৪ জনৰ প্ৰাণহানি…
Top News

পশ্চিম তুৰস্কত বৃহৎ নাও দুৰ্ঘটনা, কমেও ১৪ জনৰ প্ৰাণহানি…

October 25, 2025
জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে SIT গঠনৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
Top News

জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজপথত নামিব মুখ্যমন্ত্ৰী, অংশগ্ৰহণ কৰিব #JusticeForZubeenGarg আন্দোলনত

October 25, 2025
ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…
Top News

ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…

October 25, 2025
শুল্ক যুদ্ধৰ মাজতে ড’নাল্ড ট্ৰাম্পৰ বৃহৎ ঘোষণা, টিকটক সন্দৰ্ভত আমেৰিকা আৰু চীনৰ মাজত চুক্তি
Top News

শুল্ক বিবাদৰ মাজতে ট্ৰাম্প-ছি জিনপিঙৰ বৈঠক, আয়োজক দক্ষিণ কোৰিয়া

October 25, 2025
আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

October 25, 2025

শীৰ্ষ সংবাদ

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই?

পশ্চিম তুৰস্কত বৃহৎ নাও দুৰ্ঘটনা, কমেও ১৪ জনৰ প্ৰাণহানি…

জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজপথত নামিব মুখ্যমন্ত্ৰী, অংশগ্ৰহণ কৰিব #JusticeForZubeenGarg আন্দোলনত

ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…

শুল্ক বিবাদৰ মাজতে ট্ৰাম্প-ছি জিনপিঙৰ বৈঠক, আয়োজক দক্ষিণ কোৰিয়া

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025