• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, May 6, 2026
25 °c
Guwahati
25 ° Thu
26 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

স্বামী নথকাৰ সুযোগ লৈ শাহুৱেকৰ ওপৰত বোৱাৰীৰ তাণ্ডৱ! ধৰাশায়ী শাহুক ভৰ্তি কৰাই….

Nation NE by Nation NE
June 29, 2025
in Top News, অসম
0 0
স্বামী নথকাৰ সুযোগ লৈ শাহুৱেকৰ ওপৰত বোৱাৰীৰ তাণ্ডৱ! ধৰাশায়ী শাহুক ভৰ্তি কৰাই….
Share on FacebookShare on TwitterWhatsApp

মঙলদৈত শাহু-বোৱাৰীৰ মাজত সংঘটিত হয় ভয়ংকৰ মাৰপিটৰ ঘটনা। বোৱাৰীৰ প্ৰহাৰত ধৰাশায়ী হয় শাহু। গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত শাহুৰ কাষতে ৬ মহীয়া শিশুক পেলাই থৈ মাতৃ-গৃহলৈ গুচি যায় বোৱাৰী। ইয়াৰ পিছতে শাহুবেক কৰিমা বেগমক সংকটজনক অৱস্থাত ভৰ্তি কৰিব লগা হয় মঙলদৈ অসামৰিক চিকিৎসালয়ত।

ঘটনাৰ বিৱৰণ অনুসৰি, মঙলদৈ ৫ নং ৱাৰ্ডৰ বাসিন্দা কৰিম আলীৰ পত্নী জৰিফুল বেগমে পিতৃসহ কেইবাজনো ব্যক্তিৰ সহায়ত ২৮ জুনত দিনৰ প্ৰায় ১০ মান বজাত শাহুৱেক কৰিমা বেগমক মছলা পিচা শিলেৰে উপৰ্যুপৰি মূৰ আৰু শৰীৰত আঘাত কৰে।

বোৱাৰী জৰিফুল বেগম আৰু তেওঁৰ পৰিয়ালবৰ্গই কৰিমা বেগমক মাৰধৰ কৰি নিজৰ ৬মহীয়া কন্যা সন্তানটিক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত শাহুৱেকৰ কাষতে থৈ মাতৃগৃহলৈ গুচি যায়।

ঘটনা সংঘটিত হোৱাৰপ সময়ত জৰিফুল বেগমৰ স্বামী কৰিম আলী ঘৰত উপস্থিত নাছিল। স্বামী ঘৰত নথকাৰ সুযোগ লৈয়ে এই কাণ্ড সংঘটিত কৰে পত্নীয়ে। পিছত স্বামী কৰিম আলী ঘৰত উপস্থিত হৈ লগে লগে আঘাতপ্ৰাপ্ত মাতৃক সংকটজনক অৱস্থাত মঙলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায়।

ইয়াৰ পিছতে কৰিম আলীয়ে পত্নীসহ তেওঁৰ আনকেইজন সহযোগীৰ বিৰুদ্ধে মঙলদৈ থানাত এজাহাৰ দাখিল কৰে।

মাৰপিতৰ ঘটনা কিয় সংঘটিত হ’ল সেইয়া বৰ্তমানেও স্পষ্ট হোৱা নাই যদিও বোৱাৰীজনী সঘনাই মাতৃ গৃহলৈ গৈ থকাৰ বাবে পূৰ্বৰ পৰা শাহু-বোৱাৰীৰ মাজত এনেধৰণৰ মতানক্য চলি থকা বুলি জানিবলৈ দিয়ে স্বামী কৰিম আলীয়ে।

Tags: #AssamMangaldoiMANGALDOI POLICE

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

May 6, 2026
INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”
Top News

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

May 5, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 5, 2026
নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ
Top News

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

May 5, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 5, 2026
পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি
Top News

পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি

May 5, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025