• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, March 28, 2026
22 °c
Guwahati
22 ° Sun
24 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিৰ্বাচনী প্ৰচাৰ সভাত কংগ্ৰেছক তীব্ৰ কটাক্ষ মুখ্যমন্ত্ৰীৰ, ‘এইবাৰ ৫লাখ বিঘা মাটিত উচ্ছেদ কৰিম’

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    ছিংগাপুৰৰ আদালতৰ চূড়ান্ত ৰায়, প্ৰকৃততে কি হৈছিল হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গৰ সৈতে?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল:কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    এম্বুলেন্স আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৰোগীসহ ৮ জনকৈ লোকৰ প্ৰাণহানি

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

এগৰাকী সহজ-সৰল মহিলাৰ সৈতে চাঞ্চল্যকৰ ঘটনা, একেখন গাঁওৰে এখন ব্যক্তিৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ

Nation NE by Nation NE
July 1, 2025
in Top News, অসম
0 0
এগৰাকী সহজ-সৰল মহিলাৰ সৈতে চাঞ্চল্যকৰ ঘটনা, একেখন গাঁওৰে এখন ব্যক্তিৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ
Share on FacebookShare on TwitterWhatsApp

এগৰাকী সহজ-সৰল মহিলাৰ সৈতে সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। একেখন গাঁওৰে নুৰুল হকৰ বিৰুদ্ধে উত্থাপন হৈছে ভয়ংকৰ অভিযোগ।

তামাৰহাটৰ উজানপেটলা বৰভিটা গাঁৱত জঘন্য ঘটনা। এগৰাকী সহজ-সৰল মহিলাক একেখন গাঁৱৰে এজন চল্লিশোৰ্ধৰ ব্যক্তিয়ে কৰিলে নিৰ্যাতন চলাই কৰিলে অন্তঃসত্তা।

মহিলাগৰাকীক ৭ মাহৰ অন্তঃসত্তা কৰাৰ অভিযোগত গাঁওখনৰে এজন চল্লিশোৰ্ধৰ ব্যক্তি নুৰুল হকৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হৈছে।

মহিলাগৰাকীৰ অভিযোগ অনুসৰি, দীৰ্ঘদিন ধৰি এই অভিযুক্তই মহিলাগৰাকীৰ অপকৰ্ম সংঘটিত কৰি আহিছিল। ব্যক্তিজনৰ এই কু-কাণ্ডৰ ঘটনা প্ৰকাশ কৰিলে মহিলাগৰাকীক প্ৰাণে মৰাৰ ভাবুকি দিছিল অভিযুক্তই।

পিছত মহিলাগৰাকীৰ শাৰীৰিক পৰিৱৰ্তন হোৱাত পৰিয়ালৰ লোকৰ সন্দেহ ওপজে। অৱশেষত পৰিয়ালৰ লোকে মহিলা গৰাকীক সোধাপোছা কৰাত সমগ্ৰ ঘটনা পোহৰলৈ আহে।

ইয়াৰ পিছত লগে লগে আৰক্ষীৰ কাষ চাপে ভুক্তভোগী পৰিয়ালে। মহিলাগৰাকীয়ে দিন হাজিৰা কৰি পোহপাল দিছিল নিজৰ বৃদ্ধ মাতৃক।

এই ঘটনা পোহৰলৈ অহাত ক্ষোভিত হৈ পৰিছে গাঁওবাসী। এই অভিযুক্তই ইয়াৰ পূৰ্বেও কেইবাবাৰো এনেধৰণৰ ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগ উত্থাপন কৰে গাঁওবাসীয়ে।

Tags: #AssamMolestationTAMARHAT

Related Posts

কাবুল হাস্পতালত ৪০৮ জনৰ প্ৰাণহানি, পাকিস্তানক তীব্ৰ সমালোচনা ভাৰতৰ
Top News

ইজৰাইলৰ ওপৰত ৰকেটৰ বৰষুণ; হিজবুল্লাহৰ আক্ৰমণত আতংক, আহত কেইবাজনো

March 28, 2026
তেলেংগানা নদীত ৫ ফুট ওখ ভগৱান বিষ্ণুৰ প্ৰাচীন প্ৰতিমূৰ্তি, দ্বাদশ শতিকাৰ ইতিহাস উন্মোচন

নেপালত ৰাজনৈতিক ভূমিকম্প! বালেন শ্বাহৰ শপতগ্ৰহণৰ পিছতে প্ৰাক্তন প্ৰধানমন্ত্ৰীক গ্ৰেপ্তাৰ, GEN Zৰ প্ৰতিবাদৰ প্ৰতিক্ৰিয়া নেকি?

‘বিবাহিত পুৰুষে লিভ-ইন ৰিলেচনশ্বিপত থকাটো কোনো অপৰাধ নহয়’- এলাহাবাদ হাইক’ৰ্ট

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 28, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 28, 2026

শীৰ্ষ সংবাদ

ইজৰাইলৰ ওপৰত ৰকেটৰ বৰষুণ; হিজবুল্লাহৰ আক্ৰমণত আতংক, আহত কেইবাজনো

তেলেংগানা নদীত ৫ ফুট ওখ ভগৱান বিষ্ণুৰ প্ৰাচীন প্ৰতিমূৰ্তি, দ্বাদশ শতিকাৰ ইতিহাস উন্মোচন

নেপালত ৰাজনৈতিক ভূমিকম্প! বালেন শ্বাহৰ শপতগ্ৰহণৰ পিছতে প্ৰাক্তন প্ৰধানমন্ত্ৰীক গ্ৰেপ্তাৰ, GEN Zৰ প্ৰতিবাদৰ প্ৰতিক্ৰিয়া নেকি?

‘বিবাহিত পুৰুষে লিভ-ইন ৰিলেচনশ্বিপত থকাটো কোনো অপৰাধ নহয়’- এলাহাবাদ হাইক’ৰ্ট

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025