• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, July 11, 2025
30 °c
Guwahati
30 ° Sat
30 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল

    গৱেষক শিক্ষাৰ্থীৰ পৰা লাখপতি বাইদেউলৈ… বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ

    মেট্ৰিক পৰীক্ষাৰ্থীৰ পৰা অংগনৱাড়ী কৰ্মী, গাঁওপ্ৰধানলৈকে…. কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত কেবিনেটৰ

    অসমকে ধৰি ৬খন ৰাজ্যলৈ কেন্দ্ৰৰ ১০০০ কোটি টকাৰ অনুমোদন

    ‘চীন নহয়, তিব্বতৰ সৈতেহে সীমা ভাগ বতৰা কৰো’, চীনক উভতি ধৰিলে অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    সুপ্ত প্ৰতিভা বিকাশৰ উদ্দেশ্যে ৰামদিয়াত মহিলা ফুটবল খেলুৱৈৰ প্ৰশিক্ষণ শিবিৰ

    কোন ৰাশিৰ জাতক-জাতিকাৰ বাবে শুভ দিন; জানিবলৈ পঢ়ক ৰাশিফল

    অমিত শ্বাহক সাক্ষাৎ নিখিল বড়ো ছাত্ৰ সন্থাৰ এটি সঁজাতি দলৰ

    উচ্ছেদৰ সময়ত উত্তেজনাময় পৰিৱেশ; আৰক্ষীক আক্ৰমণ বেদখলকাৰীৰ

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      ব্ৰাজিলৰ পিছত কানাডাৰ ওপৰত ক্ষোভ ট্ৰাম্পৰ! ৩৫ শতাংশ শুল্ক আৰোপ, কেতিয়াৰ পৰা হ’ব কাৰ্যকৰী…

      Nation NE by Nation NE
      July 11, 2025
      in Top News, আন্তঃ ৰাষ্ট্ৰীয়
      0 0
      ব্ৰাজিলৰ পিছত কানাডাৰ ওপৰত ক্ষোভ ট্ৰাম্পৰ! ৩৫ শতাংশ শুল্ক আৰোপ, কেতিয়াৰ পৰা হ’ব কাৰ্যকৰী…
      Share on FacebookShare on TwitterWhatsApp

      ব্ৰাজিলৰ পিছতে কানাডাত শুল্ক আৰোপ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ। ১০ জুলাইত ট্ৰাম্পে ঘোষণা কৰে যে কানাডাৰ পৰা আমদানি কৰা সামগ্ৰীৰ ওপৰত ৩৫ শতাংশ কৰ আৰোপ কৰা হ’ব। এই সন্দৰ্ভত সংবাদ মাধ্যমত এটা পোষ্ট শ্বেয়াৰ কৰা হৈছে।

      ২০২৫ চনৰ ১ আগষ্টৰ পৰা কাৰ্যকৰী হ’ব এই শুল্ক।ট্ৰাম্পে ইয়াক কানাডাৰ ওপৰত প্ৰতিহত আক্ৰমণ বুলি অভিহিত কৰিছে। তেওঁ এই শুল্কক বাণিজ্যৰ সমস্যাৰ প্ৰতি সঁহাৰি জনাই অভিহিত কৰিছে।

      ১০ জুলাইত সন্ধিয়া এখন পত্ৰ জাৰি কৰি কানাডাৰ প্ৰতি অসন্তুষ্টি প্ৰকাশ কৰে ট্ৰাম্পে। তেওঁ পত্ৰখনৰ জৰিয়তে উল্লেখ কৰে যে,  আমেৰিকাই কানাডাৰ সৈতে ব্যৱসায় কৰি যাব, কিন্তু নতুন নিয়মৰ সৈতেহে ব্যৱসায় কৰা হ’ব। ট্ৰাম্পে দুগ্ধ খণ্ড আৰু আমেৰিকাত ফেণ্টানিলৰ দৰে ঔষধৰ যোগানৰ বিষয়টো উত্থাপন কৰে। তেওঁৰ মতে এই খণ্ডটো যথেষ্ট ভাৰসাম্যহীন।

      ট্ৰাম্পৰ শুল্ক বোমা কানাডাৰ বাবে এক ডাঙৰ আঘাত। ইয়াৰ লগতে তেওঁ কানাডাকো সকীয়াই দিছে। ট্ৰাম্পে কয় যে, যদি কানাডাই আমেৰিকাৰ আমদানিৰ ওপৰত কোনো ধৰণৰ প্ৰতিশোধমূলক শুল্ক আৰোপ কৰে, তেন্তে আমেৰিকাই ইয়াক আৰু আগুৱাই নিব। ট্ৰাম্পে কয় যে প্ৰতিশোধৰ ক্ষেত্ৰত কানাডাৰ ওপৰত শুল্ক ৩৫ শতাংশতকৈ অধিক বৃদ্ধি পাব পাৰে।

      কানাডাৰ পূৰ্বে ট্ৰাম্পে ব্ৰাজিলৰ ওপৰত শুল্ক আৰোপ কৰিছিল। তেওঁ ৫০ শতাংশ কৰ ঘোষণা কৰিছিল। ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুইজ লুলা দা ছিলভাই এই সন্দৰ্ভত অৰ্থনৈতিক প্ৰতিশোধৰ সতৰ্কবাণী দিছিল। লুলাই কয় যে শুল্ক বৃদ্ধি কৰিলে প্ৰতিশোধ লোৱা হ’ব।

      Tags: AmericaCanadaTariff

      Related Posts

      ৮৫ খন আন্তঃৰাষ্ট্ৰীয় মেচ খেলা এইগৰাকী ক্ৰিকেটাৰৰ অৱসৰ ঘোষণা
      Top News

      ৮৫ খন আন্তঃৰাষ্ট্ৰীয় মেচ খেলা এইগৰাকী ক্ৰিকেটাৰৰ অৱসৰ ঘোষণা

      July 11, 2025
      তিয়ঁহ খোৱাৰ পিছতে কিয় লগে লগে সেৱন কৰিব নালাগে পানী?

      ইৰাণৰ সৈতে যুদ্ধৰ মাজতে ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতানিয়াহুৰ ডাঙৰ বক্তব্য, ‘খামনেইক শেষ কৰাৰ পিছতেই সংঘাতৰ অন্ত পৰিব’!
      Top News

      পুনৰ ইজৰাইলে কৰিছে নেকি ইৰাণক আক্ৰমণ কৰাৰ পৰিকল্পনা? ক’ত হ’ব এইবাৰ প্ৰথম আক্ৰমণ?

      July 11, 2025
      পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল
      Top News

      পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল

      July 11, 2025
      গৱেষক শিক্ষাৰ্থীৰ পৰা লাখপতি বাইদেউলৈ… বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ
      BIG BREAKING

      মেট্ৰিক পৰীক্ষাৰ্থীৰ পৰা অংগনৱাড়ী কৰ্মী, গাঁওপ্ৰধানলৈকে…. কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত কেবিনেটৰ

      July 10, 2025
      অসমকে ধৰি ৬খন ৰাজ্যলৈ কেন্দ্ৰৰ ১০০০ কোটি টকাৰ অনুমোদন
      Top News

      অসমকে ধৰি ৬খন ৰাজ্যলৈ কেন্দ্ৰৰ ১০০০ কোটি টকাৰ অনুমোদন

      July 10, 2025

      শীৰ্ষ সংবাদ

      ৮৫ খন আন্তঃৰাষ্ট্ৰীয় মেচ খেলা এইগৰাকী ক্ৰিকেটাৰৰ অৱসৰ ঘোষণা

      তিয়ঁহ খোৱাৰ পিছতে কিয় লগে লগে সেৱন কৰিব নালাগে পানী?

      পুনৰ ইজৰাইলে কৰিছে নেকি ইৰাণক আক্ৰমণ কৰাৰ পৰিকল্পনা? ক’ত হ’ব এইবাৰ প্ৰথম আক্ৰমণ?

      ব্ৰাজিলৰ পিছত কানাডাৰ ওপৰত ক্ষোভ ট্ৰাম্পৰ! ৩৫ শতাংশ শুল্ক আৰোপ, কেতিয়াৰ পৰা হ’ব কাৰ্যকৰী…

      পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল

      মেট্ৰিক পৰীক্ষাৰ্থীৰ পৰা অংগনৱাড়ী কৰ্মী, গাঁওপ্ৰধানলৈকে…. কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত কেবিনেটৰ

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist