• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, May 14, 2026
24 °c
Guwahati
25 ° Fri
26 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ২য় বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে ড০ হিমন্ত বিশ্ব শৰ্মাই

    তৃতীয় কাৰ্যকালৰ শুভাৰম্ভ কৰিব NDA চৰকাৰে, ২য় বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব ড০ হিমন্ত বিশ্ব শৰ্মাই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

৫ বছৰৰ পাছত চীনৰ নাগৰিকৰ বাবে ডাঙৰ সিদ্ধান্ত ভাৰত চৰকাৰৰ

Nation NE by Nation NE
July 23, 2025
in Top News
0 0
৫ বছৰৰ পাছত চীনৰ নাগৰিকৰ বাবে ডাঙৰ সিদ্ধান্ত ভাৰত চৰকাৰৰ
Share on FacebookShare on TwitterWhatsApp

ভাৰত চৰকাৰে পাঁচ বছৰৰ পিছত চীনৰ নাগৰিকক লৈ এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। চীনৰ নাগৰিকৰ বাবে বন্ধ হৈ থকা টুৰিষ্ট ভিছা পুনৰ প্ৰদানৰ কাম আৰম্ভ কৰিছে ভাৰতে। শেহতীয়াকৈ ভাৰত-চীনৰ সম্পৰ্ক কিছু পৰিমানে উন্নত হোৱাৰ বাবেই এই পদক্ষেপ গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে।

এই প্ৰক্ৰিয়াৰ অধীনত চীনৰ নাগৰিকে প্ৰথমে অনলাইন ভিছা আবেদন পত্ৰ পূৰণ কৰি এপইণ্টমেণ্ট ল’ব লাগিব আৰু তাৰ পিছত বেইজিং, চাংহাই বা গুৱাংঝুত থকা ভাৰতীয় ভিছা আবেদন কেন্দ্ৰত নথি-পত্ৰ জমা দিব লাগিব।

ক’ভিড-১৯ মহামাৰী আৰু ২০২০ চনত গালৱান উপত্যকাত সংঘটিত হোৱা সামৰিক সংঘাতৰ পাছতে ভাৰত চৰকাৰে চীনৰ পৰ্যটন ভিছা বন্ধ কৰি দিছিল।

চীনৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ৱীব’ত চীনত থকা ভাৰতৰ দূতাবাসে ভাৰতে ২৪ জুলাইৰ পৰা চীনৰ নাগৰিকক পৰ্যটন ভিছা প্ৰদানৰ ব্যৱস্থা পুনৰ আৰম্ভ কৰিব বুলি জনাইছে। শুকুৰবাৰৰ পৰা চীনৰ নাগৰিকে ভাৰত ভ্ৰমণৰ বাবে পৰ্যটন ভিছাৰ বাবে আবেদন কৰিব পাৰিব।

উল্লেখ্য যে, চীনৰ চৰকাৰী সংবাদ মাধ্যম গ্ল’বেল টাইমছেও ছ’চিয়েল মিডিয়াত লিখিছে যে চীনত থকা ভাৰতীয় দূতাবাসে বুধবাৰে ঘোষণা কৰিছে যে ২৪ জুলাইৰ পৰা চীনৰ নাগৰিকে ভাৰত ভ্ৰমণৰ বাবে পৰ্যটন ভিছাৰ বাবে অনলাইন আবেদন কৰিব পাৰিব, এপইণ্টমেণ্ট ল’ব পাৰিব আৰু দক্ষিণ চীনৰ গুৱাংডং প্ৰদেশৰ বেইজিং, চাংহাই আৰু গুৱাংঝোত অৱস্থিত ইণ্ডিয়ান ভিছা আবেদন কেন্দ্ৰত পাছপ’ৰ্ট আৰু অন্যান্য প্ৰয়োজনীয় নথি-পত্ৰ জমা দিব পাৰিব।

Tags: Chinese NationalsIndiaTourists Visa

Related Posts

গংগা-পদ্মা বিবাদক লৈ বাংলাদেশৰ ডাঙৰ পদক্ষেপ, ফাৰাক্কা বেৰেজৰ প্ৰভাৱ কম কৰাৰ ব্যৱস্থাপনা
Top News

May 14, 2026
অভিলেখৰ দিশে আগবাঢ়িছে চাৰিধামৰ যাত্ৰা, ২৫ দিনত তীৰ্থভ্ৰমণ ১২.৬০ লাখ ভক্তৰ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 14, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 14, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

May 14, 2026
থাইলেণ্ড ফুৰিবলৈ যোৱা ৫ ভাৰতীয় পৰ্যটকৰ সৈতে ভয়ংকৰ কাণ্ড, ১ জনৰ প্ৰাণহানি

May 13, 2026

শীৰ্ষ সংবাদ

গংগা-পদ্মা বিবাদক লৈ বাংলাদেশৰ ডাঙৰ পদক্ষেপ, ফাৰাক্কা বেৰেজৰ প্ৰভাৱ কম কৰাৰ ব্যৱস্থাপনা

অভিলেখৰ দিশে আগবাঢ়িছে চাৰিধামৰ যাত্ৰা, ২৫ দিনত তীৰ্থভ্ৰমণ ১২.৬০ লাখ ভক্তৰ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

থাইলেণ্ড ফুৰিবলৈ যোৱা ৫ ভাৰতীয় পৰ্যটকৰ সৈতে ভয়ংকৰ কাণ্ড, ১ জনৰ প্ৰাণহানি

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025