• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, December 15, 2025
19 °c
Guwahati
18 ° Wed
19 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    সাজু বুলড’জাৰ, ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    অৰুণাচল প্ৰদেশত ট্ৰাক বাগৰি পৰি ১৮ জন অসমীয়া শ্ৰমিকৰ প্ৰাণহানি,  বৰ্তমানেও নিৰুদ্দেশ ৩ জনকৈ লোক

    জুবিন গাৰ্গৰ অভিযুক্তক দিয়া হ’ব পাৰে মৃত্যুদণ্ড!

    চাৰ্জশ্বীটত আছে বহু ভয়ংকৰ তথ্য? আজি কাৰ কাৰ মুখা খোল খাব? সঁচাকৈ জুবিন গাৰ্গে ন্যায় পাবনে?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

    কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ভাৰত-ব্ৰিটেইনৰ মুক্ত বাণিজ্য চুক্তি; ভাৰতীয় বজাৰত সস্তা হ’ব এইসমূহ সামগ্ৰী

Nation NE by Nation NE
July 24, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয়
0 0
ভাৰত-ব্ৰিটেইনৰ মুক্ত বাণিজ্য চুক্তি; ভাৰতীয় বজাৰত সস্তা হ’ব এইসমূহ সামগ্ৰী
Share on FacebookShare on TwitterWhatsApp

অৱশেষত ভাৰত আৰু ব্ৰিটেইনৰ মাজত স্বাক্ষৰিত হ’ল ঐতিহাসিক মুক্ত বাণিজ্য চুক্তি। এই চুক্তিৰ ফলত এতিয়াৰে পৰা দুয়োখন দেশৰ মাজত সামগ্ৰীৰ আদান-প্ৰদান আৰু ব্যৱসায়-বাণিজ্য অতি সহজ হৈ পৰিব।

দুয়োখন দেশৰ মাজত হোৱা এই চুক্তিৰ ফলত এতিয়া ভাৰতীয় বজাৰত বিদেশী সামগ্ৰীৰ মূল্য যথেষ্ট পৰিমানে হ্ৰাস পাব। আনহাতে ভাৰতৰ পৰা ৰপ্তানিৰ ক্ষেত্ৰত যথেষ্ট লাভান্বিত হোৱাৰো সম্ভাৱনা আছে। দুয়োখন দেশৰ ব্যৱসায়ী আৰু বিশেষজ্ঞসকলে এই চুক্তিক আদৰণি জনাইছে।

এই উপলক্ষে সংবাদ মাধ্যমক সম্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ষ্টাৰ্মাৰক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে ঐতিহাসিক দ্বিপাক্ষিক আলোচনাৰ সময়ত স্বাক্ষৰিত মুক্ত বাণিজ্য চুক্তিকো প্ৰশংসা কৰে।

প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘আমাৰ গ্ৰাহকৰ বাবে এয়া ভাল চুক্তি, কিয়নো ইয়াৰ ফলত কাপোৰ আৰু জোতাৰ দাম হ্ৰাস পাব। ইয়াৰ লগতে ভাৰতৰ সাগৰীয় খাদ্যই ব্ৰিটেইনৰ বজাৰত নতুন সুযোগ লাভ কৰিব। এই চুক্তি ভাৰতৰ প্ৰতিটো শ্ৰেণীৰ বাবে লাভজনক হ’ব। এই চুক্তিৰ দ্বাৰা ব্ৰিটেইনৰ অৰ্থনীতি লাভৱান হ’ব আৰু ভাৰতৰ বিনিয়োগো বৃদ্ধি পাব। এই চুক্তিসমূহে বিশ্বৰ স্থিতিশীলতাও শক্তিশালী কৰিব। এতিয়া ব্ৰিটেইনৰ সামগ্ৰী কম দামত উপলব্ধ হ’ব।’

উল্লেখ্য যে, ভাৰত-ব্ৰিটেইনৰ চুক্তিৰ পিছত ৰেহাই মূল্যত চামৰা, জোতা, অটো পাৰ্টছ, সাগৰীয় খাদ্য, খেলনা সামগ্ৰী আৰু কাপোৰৰ ৰপ্তানি সম্ভৱ হ’ব, যাৰ বাবে এইবোৰ সামগ্ৰী ব্ৰিটেইনৰ জনসাধাৰণৰ বাবে সস্তাতে উপলব্ধ হ’ব। ইয়াৰ সমান্তৰালকৈ ব্ৰিটেইনৰ পৰা অহা সামগ্ৰীৰ আমদানিও সস্তা হ’ব, যাৰ বাবে ভাৰতীয়ই কম মূল্যত সামগ্ৰী লাভ কৰিব।

এই চুক্তিৰ ফলত ভাৰতীয় বজাৰত সস্তা হ’বলগীয়া সামগ্ৰী

হুইস্কী (সুৰা), চকলেট, বিস্কুট, ছালমন ফিছ, প্ৰশাধন সামগ্ৰী, মেডিকেল সামগ্ৰী, বিলাসী বাহন।

মুক্ত বাণিজ্য চুক্তি অনুসৰি ভাৰতীয় বস্ত্ৰজাত সামগ্ৰীৰ ওপৰত ১২% শুল্ক শূন্যলৈ হ্ৰাস কৰিব ব্ৰিটেইনে। কেৱল এয়াই নহয়, অভিযান্ত্ৰিক সামগ্ৰীৰ ওপৰত ১৮% শুল্কও সম্পূৰ্ণৰূপে আঁতৰাই দিয়া হ’ব।

Tags: BritainFree Trade AgreementIndiaUnited Kingdom

Related Posts

ট্ৰাম্পৰ বিৰুদ্ধে উত্থাপিত কণ্ঠ  আমেৰিকাতেই, ভাৰতৰ ওপৰত শুল্ক হ্ৰাস কৰাৰ দাবীৰ লগতে ক্ষমা বিচৰাৰ দাবী তীব্ৰতৰ
Top News

ভাৰতীয়ৰ বিৰুদ্ধে আমেৰিকাৰ নতুন এক্সন! এইচ-১বি আৰু এইচ-৪ ভিছাৰ বাবে এৰিব লাগিব গোপনীয়তা

December 15, 2025
কানাডাৰ এজন ভাৰতীয় মূলৰ ব্যৱসায়ীৰ ঘৰত গুলীচালনা, লৰেন্স বিষ্ণোইৰ দল জড়িত থকাৰ সন্দেহ…

মুছলমান গৃহমন্ত্ৰীৰ বাবেই ব্ৰিটেইনৰ পৰা বহিষ্কাৰ হ’ব লাখ লাখ মুছলমান! ভাৰত কেনেদৰে সৰ্বাধিক প্ৰভাৱিত হ’ব?

ছিডনীত পিতৃ-পুত্ৰৰ আক্ৰমণ, বৰ্তমানলৈ ১৬ জনকৈ লোকৰ প্ৰাণহানি…
Top News

ছিডনীত পিতৃ-পুত্ৰৰ আক্ৰমণ, বৰ্তমানলৈ ১৬ জনকৈ লোকৰ প্ৰাণহানি…

December 15, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

December 15, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

December 14, 2025

শীৰ্ষ সংবাদ

ভাৰতীয়ৰ বিৰুদ্ধে আমেৰিকাৰ নতুন এক্সন! এইচ-১বি আৰু এইচ-৪ ভিছাৰ বাবে এৰিব লাগিব গোপনীয়তা

কানাডাৰ এজন ভাৰতীয় মূলৰ ব্যৱসায়ীৰ ঘৰত গুলীচালনা, লৰেন্স বিষ্ণোইৰ দল জড়িত থকাৰ সন্দেহ…

মুছলমান গৃহমন্ত্ৰীৰ বাবেই ব্ৰিটেইনৰ পৰা বহিষ্কাৰ হ’ব লাখ লাখ মুছলমান! ভাৰত কেনেদৰে সৰ্বাধিক প্ৰভাৱিত হ’ব?

ছিডনীত পিতৃ-পুত্ৰৰ আক্ৰমণ, বৰ্তমানলৈ ১৬ জনকৈ লোকৰ প্ৰাণহানি…

আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025