• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, July 26, 2025
30 °c
Guwahati
28 ° Sun
27 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আজিৰ দিনটোৰ ৰাশিফল; কি কয় ৰাশিচক্ৰই?

    কি ৰাশিয়ে আনিব ইতিবাচক ফলাফল… পঢ়ক দিনটোৰ ৰাশিফল

    উচ্ছেদৰ মাজতেই অসমত অবৈধভাৱে প্ৰৱেশ কৰা ৮ বাংলাদেশীক গ্ৰেপ্তাৰ

    বহিঃৰাজ্যৰ ট্ৰাকৰ খুন্দাত মৃত্যু অংগনবাড়ী কৰ্মী সুনীতা মাৰ্ডীৰ

    ধেমাজিৰ ৰে’লৱে ট্ৰেকত দুজন যুৱকৰ মৃতদেহ উদ্ধাৰ; তদন্ত অব্যাহত

    কলিয়াবৰত বীৰ লাচিত সেনাৰ অভিযান, খেদি পঠিয়াই সন্দেহজনক লোকক

    নাবালিকাৰ সৈতে কুকাণ্ড আৰক্ষী জোৱানৰ! কোনো নথকাৰ সুযোগ লৈ এই অপকৰ্ম কৰাৰ অভিযোগ…

    পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল

    ৰাশিফলঃ আজি এইকেইটা ৰাশিৰ দুৱাৰ খোল খাব সৌভাগ্যৰ

    পৰ্বতঝোৰাত বিধ্বংসী অগ্নিকাণ্ড, নিমিষতে শেষ…

    নৱবিবাহিতাৰ মৃত্যুক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য, স্বামীৰ লগতে পলায়ন পৰিয়ালৰ লোকৰ…

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      ৰাশিফলঃ আজি এইকেইটা ৰাশিৰ দুৱাৰ খোল খাব সৌভাগ্যৰ

      Nation NE by Nation NE
      July 25, 2025
      in Top News, অসম
      0 0
      পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল
      Share on FacebookShare on TwitterWhatsApp

      মেষ- স্বামী-স্ত্ৰীৰ মাজত বুজাবুজিৰ বাবে পৰিয়ালৰ স্থিতি সুন্দৰ হ’ব। সম্পত্তি ক্ৰয় কৰাৰ সম্ভাৱনা আছে। শুভ সংখ্যা- ২

      বৃষ- বন্ধুৰ সৈতে সময় পাৰ কৰক। স্বাস্থ্য ভালে ৰাখক। কোনো পুৰণি বিবাদ নিষ্পত্তি হোৱাৰ সম্ভাৱনা আছে।  শুভ সংখ্যা- ৯

      মিথুন- মাইগ্ৰেইনৰ সমস্যাই আপোনাক কষ্ট দিব পাৰে। ঘৰত সুখ-শান্তিৰ পৰিৱেশ। কিছু আৰ্থিক ক্ষতি হোৱাৰ সম্ভাৱনা আছে। শুভ সংখ্যা- ৪

      কৰ্কট-আৰ্থিক সমস্যাৰ সৃষ্টি হ’ব পাৰে। স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়ক। সাংবাদিক, সাহিত্যিকৰ বাবে দিনটো কিছু বিৰক্তিকৰ হ’ব। শুভ সংখ্যা- ৩

      সিংহ- আধ্যাত্মিক কামত সময় পাৰ কৰক। অতিৰিক্ত কামৰ লগতে শৰীৰক কিছু বিশ্ৰাম দিয়ক। পৰিয়ালৰ সৈতে সন্ধিয়া ধুনীয়া সময় পাৰ হ’ব। শুভ সংখ্যা- ৮

      কন্যা- স্বাস্থ্য ভালে থাকিব। মানসিক শান্তি লাভ। ব্যৱসায়ত লোকচান হোৱাৰ সম্ভাৱনা আছে। শুভ সংখ্যা- ৬

      তুলা-আজিৰ দিনটোত কিছু ধৈৰ্য ধৰক। পাৰিবাৰিক দিশত শান্তি বিৰাজ কৰিব। স্বাস্থ্যৰ প্ৰতি নজৰ ৰাখক। দূৰ ভ্ৰমণৰ যোগ। শুভ সংখ্যা-২

      বৃশ্চিক- ৰাজনৈতিক ব্যক্তিৰ সম্পৰ্কৰ পৰা লাভৱান হ’ব পাৰে। সময়ৰ অপব্যৱহাৰ নকৰিব। ব্যৱসায়ত লাভজনক স্থিতি। শুভ সংখ্যা- ৭

      ধনু- লেনদেনত গুৰুত্ব ৰাখক। কোনো বিবাদত নোসোমাব। আত্মীয়ৰ সৈতে সময় অতিবাহিত কৰক। শুভ সংখ্যা- ১

      মকৰ- মানসিক শান্তি লাভ। আত্মবিশ্বাস ধৰি ৰখাটো প্ৰয়োজন। প্ৰেমত কিছু বাধাৰ সৃষ্টি হ’ব পাৰে। শুভ সংখ্যা-৭

      কুম্ভ- কৰ্মত পৰিশ্ৰমী হওঁক। জীৱনৰ প্ৰতি নিৰাশ নহ’ব। আজিৰ দিনটো ব্যৱসায়ীসকলৰ বাবে অত্যন্ত শুভ। শুভ সংখ্যা- ১১

      মীন- পিতৃ-মাতৃৰ প্ৰতি সন্মান ৰাখক। প্ৰেমৰ সম্পৰ্ক উন্নত। ব্যৱসায়িক দিশত উন্নতিৰ যোগ।  শুভ সংখ্যা-৩

      Tags: #AssamDaily HoroscopeToday Astrology

      Related Posts

      ঝাৰখণ্ডত নিৰাপত্তাৰক্ষীৰে ভয়ংকৰ সংঘৰ্ষ উগ্ৰপন্থী সংগঠনৰ; তিনিজন মাওবাদীৰ মৃত্যু
      Top News

      July 26, 2025
      অতি শীঘ্ৰে টেষ্ট ক্ৰিকেটক বিদায় জনাব বুমৰাহে? প্ৰাক্তন ক্ৰিকেটাৰৰ চাঞ্চল্যকৰ মন্তব্য…
      Top News

      অতি শীঘ্ৰে টেষ্ট ক্ৰিকেটক বিদায় জনাব বুমৰাহে? প্ৰাক্তন ক্ৰিকেটাৰৰ চাঞ্চল্যকৰ মন্তব্য…

      July 26, 2025
      আজিৰ দিনটোৰ ৰাশিফল; কি কয় ৰাশিচক্ৰই?
      Top News

      কি ৰাশিয়ে আনিব ইতিবাচক ফলাফল… পঢ়ক দিনটোৰ ৰাশিফল

      July 26, 2025
      উচ্ছেদৰ মাজতেই অসমত অবৈধভাৱে প্ৰৱেশ কৰা ৮ বাংলাদেশীক গ্ৰেপ্তাৰ
      Top News

      উচ্ছেদৰ মাজতেই অসমত অবৈধভাৱে প্ৰৱেশ কৰা ৮ বাংলাদেশীক গ্ৰেপ্তাৰ

      July 25, 2025
      আন এক মাইলষ্টন! পন্টিং-কালিছৰ অভিলেখ ভংগ জো ৰুটৰ

      জম্মু-কাশ্মীৰৰ পুঞ্চত লেণ্ডমাইন বিস্ফোৰণ; এজন অগ্নিবীৰৰ মৃত্যু, দুজন আহত

      শীৰ্ষ সংবাদ

      ঝাৰখণ্ডত নিৰাপত্তাৰক্ষীৰে ভয়ংকৰ সংঘৰ্ষ উগ্ৰপন্থী সংগঠনৰ; তিনিজন মাওবাদীৰ মৃত্যু

      অতি শীঘ্ৰে টেষ্ট ক্ৰিকেটক বিদায় জনাব বুমৰাহে? প্ৰাক্তন ক্ৰিকেটাৰৰ চাঞ্চল্যকৰ মন্তব্য…

      কি ৰাশিয়ে আনিব ইতিবাচক ফলাফল… পঢ়ক দিনটোৰ ৰাশিফল

      উচ্ছেদৰ মাজতেই অসমত অবৈধভাৱে প্ৰৱেশ কৰা ৮ বাংলাদেশীক গ্ৰেপ্তাৰ

      আন এক মাইলষ্টন! পন্টিং-কালিছৰ অভিলেখ ভংগ জো ৰুটৰ

      জম্মু-কাশ্মীৰৰ পুঞ্চত লেণ্ডমাইন বিস্ফোৰণ; এজন অগ্নিবীৰৰ মৃত্যু, দুজন আহত

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist