• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
25 °c
Guwahati
24 ° Fri
22 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

গাজাত অনাহাৰৰ সৈতে মোকাবিলা কৰিবলৈ ইজৰাইলৰ বৃহৎ ঘোষণা- ‘এই ৩ অঞ্চলত নহয় কোনো আক্ৰমণ’

Nation NE by Nation NE
July 28, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
ইৰাণৰ সৈতে যুদ্ধৰ মাজতে ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতানিয়াহুৰ ডাঙৰ বক্তব্য, ‘খামনেইক শেষ কৰাৰ পিছতেই সংঘাতৰ অন্ত পৰিব’!
Share on FacebookShare on TwitterWhatsApp

ইজৰাইল আৰু গাজাৰ মাজত বিগত ২১ মাহ ধৰি যুদ্ধ চলি আছে। ইজৰাইলৰ অবিৰত আক্ৰমণৰ বাবে গাজাত দুৰ্ভিক্ষৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। ইফালে, ক্ৰমাৎ বৃদ্ধি পোৱা ক্ষুধাৰ সমস্যাৰ সৈতে মোকাবিলা কৰিবলৈ ইজৰাইলে ২৭ জুলাইত এক ডাঙৰ ঘোষণা কৰিছে।

ইজৰাইলৰ সেনাই ঘোষণা কৰিছে যে গাজাৰ ঘন জনবসতিপূৰ্ণ তিনিটা অঞ্চলত দৈনিক ১০ ঘণ্টা ধৰি যুদ্ধবিৰতি স্থাপন কৰাৰ লগতে তাত অনাহাৰে থকা লোকসকলক সাহায্য সামগ্ৰী যোগান ধৰাৰ বাবে এক নিৰাপদ পথ মুকলি কৰিব। ইজৰাইলৰ এই ঘোষণাৰ অৰ্থ হ’ল এই ১০ ঘণ্টাৰ ভিতৰত সেই অঞ্চলসমূহত ইজৰাইলে কোনো আক্ৰমণ নকৰে।

গাজাত ক্ৰমাৎ বৃদ্ধি পোৱা ক্ষুধা পৰিস্থিতিৰ বাবে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ধাৰাবাহিকভাৱে সমালোচনাৰ পিছত ইজৰাইলে এই পদক্ষেপ গ্ৰহণ কৰিছে। এই সন্দৰ্ভত ২৭ জুলাইত ইজৰাইল সেনাই এক আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰে। আইডিএফে নিজৰ বিবৃতিত কয় যে গাজা চহৰ, দেইৰ আল বালাহ আৰু মুৱাছিত কৌশলগত যুদ্ধবিৰতি আৰম্ভ কৰিব। এই তিনিটা অঞ্চলত পেলেষ্টাইনী জনসংখ্যা বৃহৎ, গতিকে এই অঞ্চলসমূহত মানৱীয় সাহায্য আৰু অধিক বৃদ্ধি কৰা হ’ব।

ইজৰাইল সেনাই নিজৰ বিবৃতিত কয় যে প্ৰতিদিনে স্থানীয় সময় অনুসৰি পুৱা ১০ বজাৰ পৰা নিশা ৮ বজালৈ (ভাৰতীয় সময় অনুসৰি নিশা ১২:৩০ বজাৰ পৰা নিশা ১০:৩০ বজালৈ) মুৱাছি, দেইৰ আল বালাহ আৰু গাজা চহৰত সামৰিক অভিযান বন্ধ কৰি দিব। এই কৌশলগত যুদ্ধবিৰতি ২৭ জুলাইত পৰৱৰ্তী নিৰ্দেশ নোহোৱালৈকে কাৰ্যকৰী হ’ব।

এই মুহূৰ্তত আইডিএফে এই তিনিটা অঞ্চলত আক্ৰমণ কৰা নাই যদিও বিগত কেইবা সপ্তাহত ইজৰাইলৰ সেনাই এই তিনিটা অঞ্চলত বহু আক্ৰমণ চলাইছে বুলি জানিবলৈ দিয়ে। ইজৰাইলী সেনাই নিজৰ বিবৃতিত কয় যে এই তিনিটা অঞ্চলত নিৰাপদ পথো স্থাপন কৰিব, যাৰ জৰিয়তে সাহায্য সংস্থাসমূহে খাদ্য সামগ্ৰী আৰু অন্যান্য সাহায্য যোগান ধৰিব পাৰিব।

Tags: GAZAIsraelWar

Related Posts

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা
Top News

March 12, 2026
ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

March 12, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

শীৰ্ষ সংবাদ

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025