• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, March 24, 2026
22 °c
Guwahati
22 ° Wed
24 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    এম্বুলেন্স আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৰোগীসহ ৮ জনকৈ লোকৰ প্ৰাণহানি

    ASSAM ASSEMBLY ELECTION 2026: আজি ঘোষণা হ’ব অসম বিধানসভা নিৰ্বাচনৰ দিন

    ৰাজ্যত নিৰ্বাচনৰ গৰম বতাহ, আজি কেইবাজনো হেভিৱেট প্ৰাৰ্থীয়ে দাখিল কৰিব মনোনয়ন পত্ৰ

    কেনে যাব আপোনাৰ দেওবাৰৰ দিনটো: কি কয় ৰাশিচক্ৰই

    চিলিণ্ডাৰ বুকিঙৰ বাবে নতুন নম্বৰ মুকলি, আজিয়েই SAVE কৰক এই নম্বৰ

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    পত্নী-পুত্ৰসহিতে সমদল উলিয়াই খানাপাৰা পৰা জিলা উপায়ুক্ত কাৰ্যালয়লৈ মনোনয়ন পত্ৰ দাখিল যাত্ৰা মুখ্যমন্ত্ৰীৰ

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

বুলড’জাৰ চলাই প্ৰশাসনে বেদখলমুক্ত কৰিলে উৰিয়ামঘাটৰ ভূমি, অব্যাহত উচ্ছেদ অভিযান

Nation NE by Nation NE
July 31, 2025
in Top News, অসম
0 0
বুলড’জাৰ চলাই প্ৰশাসনে বেদখলমুক্ত কৰিলে উৰিয়ামঘাটৰ ভূমি, অব্যাহত উচ্ছেদ অভিযান
Share on FacebookShare on TwitterWhatsApp

গোলাঘাট জিলা প্ৰশাসন আৰু অসম আৰক্ষীৰ সহযোগত উৰিয়ামঘাট ৰেংমা সংৰক্ষিত বনাঞ্চলত চলিছে উচ্ছেদ অভিযান। বৰ্তমানেও অব্যাহত আছে উচ্ছেদ অভিযান। আজি এই উচ্ছেদৰ তৃতীয়টো দিন। প্ৰায় ১১০০০ বিঘা ভূমি বেদখল মুক্ত কৰাৰ উদ্দেশ্যে এই উচ্ছেদ অভিযান আৰম্ভ কৰা হৈছে।

উচ্ছেদৰ প্ৰথমটো দিনত বিদ্যাপুৰৰ ১৩০ টা অবৈধ ব্যবসায় প্ৰতিষ্ঠান উচ্ছেদ কৰে বন বিভাগে। ৰেংমা বনাঞ্চলৰ ৪.২ হেক্টৰ ভূমি বেদখল মুক্ত কৰে প্ৰশাসনে।

দ্বিতীয়টো দিনত উৰিয়ামঘাট ৰেংমা বনাঞ্চল পিঠাঘাট আৰু সোনিৰীবিলত উচ্ছেদ অভিযান চলায় প্ৰশাসনে। পিঠাঘাটত ১৮০টা আৰু সোনালী বিলত ৯৮টা বাসগৃহ আৰু ব্যবসায়ী প্ৰতিষ্ঠান উচ্ছেদ কৰা হয়। পিঠাঘাটত থকা পুৰণি জামে মছজিদ এটাও উচ্ছেদ কৰে চৰকাৰে।

আজি উচ্ছেদৰ তৃতীয়টো দিন। আজি ২নং দয়ালপুৰ ,৩ নং দয়ালপুৰ, ৩ নং দলনিপথাৰ, খেৰবাৰী আৰু আনন্দপুৰত উচ্ছেদ চলিব। বৰ্তমান লৈকে কোনোধৰণৰ অপ্ৰীতিকৰ পৰিবেশৰ সৃষ্টি হোৱা নাই এই উচ্ছেদ অভিযানত।

ৰেংমা বনাঞ্চলৰ প্ৰায় ৭০ টা পৰিয়ালে সময়সীমা বৃদ্ধিৰ বাবে আবেদন কৰিছিল উচ্চতম ন্যায়ালয়ত। সেই পৰিয়ালসমূহৰ ৭ দিনৰ সময়সীমা প্ৰশাসনে বৃদ্ধি কৰিছে বুলি জানিব পৰা গৈছে অৰ্থাৎ ৭ দিনৰ ভিতৰত তেওঁলোকে এই গৃহ খালী কৰিব। ইয়াৰ পিছতেই উচ্ছেদ চলাব বুলি বন বিভাগৰ বিশেষ সচিবে জানিবলৈ দিয়ে।

Tags: evictionGolaghatUriamghat

Related Posts

ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

মধ্যপ্ৰাচ্যত মহাসংকট! ইজৰাইল-আমেৰিকা আৰু ইৰাণৰ মাজত যুদ্ধ ৰোধ কৰিবলৈ এই মুছলমান দেশক সহায় ভাৰতৰ

March 24, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 24, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 24, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 24, 2026
ট্ৰাকৰ সৈতে বিমানৰ সংঘৰ্ষৰ ফলত বিমানবন্দৰত ডাঙৰ দুৰ্ঘটনা, আহত কেইবাজনো লোক

March 23, 2026
ইজৰাইল-আমেৰিকা-ইৰাণ যুদ্ধ কিমান দিনলৈ চলিব?  তীব্ৰভাৱে বৃদ্ধি তেলৰ মূল্য
Top News

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱ! হৰমুজ জলদ্বীপত প্ৰায় ২০ লাখ ডলাৰৰ টোল আৰোপ ইৰাণৰ

March 23, 2026

শীৰ্ষ সংবাদ

মধ্যপ্ৰাচ্যত মহাসংকট! ইজৰাইল-আমেৰিকা আৰু ইৰাণৰ মাজত যুদ্ধ ৰোধ কৰিবলৈ এই মুছলমান দেশক সহায় ভাৰতৰ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

ট্ৰাকৰ সৈতে বিমানৰ সংঘৰ্ষৰ ফলত বিমানবন্দৰত ডাঙৰ দুৰ্ঘটনা, আহত কেইবাজনো লোক

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱ! হৰমুজ জলদ্বীপত প্ৰায় ২০ লাখ ডলাৰৰ টোল আৰোপ ইৰাণৰ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025