• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, May 14, 2026
26 °c
Guwahati
25 ° Fri
27 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ২য় বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে ড০ হিমন্ত বিশ্ব শৰ্মাই

    ২য় বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে ড০ হিমন্ত বিশ্ব শৰ্মাই

    তৃতীয় কাৰ্যকালৰ শুভাৰম্ভ কৰিব NDA চৰকাৰে, ২য় বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব ড০ হিমন্ত বিশ্ব শৰ্মাই

    তৃতীয় কাৰ্যকালৰ শুভাৰম্ভ কৰিব NDA চৰকাৰে, ২য় বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব ড০ হিমন্ত বিশ্ব শৰ্মাই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

লেনদেনৰ ক্ষেত্ৰত আজিৰে পৰা সমগ্ৰ দেশত গুৰুত্বপূৰ্ণ পৰিবৰ্তন…

Nation NE by Nation NE
August 1, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
লেনদেনৰ ক্ষেত্ৰত আজিৰে পৰা সমগ্ৰ দেশত গুৰুত্বপূৰ্ণ পৰিবৰ্তন…
Share on FacebookShare on TwitterWhatsApp

২০২৫ চনৰ আগষ্ট মাহত আপোনাৰ দৈনন্দিন খৰচ আৰু বেংকিং অভিজ্ঞতাত বহু গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আহিব। যদি কোনো ব্যক্তিয়ে ইউ পি আইৰ সৈতে লেনদেন কৰে, এছ বি আই ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰে, পঞ্জাব নেচনেল বেংকৰ গ্ৰাহক বা বিমানযোগে সঘনাই যাত্ৰা কৰে, তেন্তে তেওঁৰ বাবে এই খবৰটো অতি গুৰুত্বপূৰ্ণ।

আজিৰ পৰা সমগ্ৰ দেশতে গুৰুত্বপূৰ্ণ ৰৈখিক পৰিৱৰ্তন কাৰ্যকৰী হৈছে। ইয়াৰ ভিতৰত আছে ইউ পি আইৰ নতুন নিয়ম, এছ বি আই ক্ৰেডিট কাৰ্ডৰ সৈতে জড়িত বীমাৰ সুবিধা হ্ৰাস, পঞ্জাৱ নেচনেল বেংকৰ কে ৱাই চিৰ সময়সীমা আৰু ব্যক্তিগত বাহনৰ বাবে ফাষ্টাগৰ নতুন বাৰ্ষিক পাছ। এই পৰিৱৰ্তনসমূহৰ বিষয়ে এটা এটাকৈ বিতংভাৱে জানো আহক-

  • ইউপিআই লেনদেনত প্ৰযোজ্য নতুন নিয়ম

ভাৰতীয় ৰাষ্ট্ৰীয় পেমেণ্ট নিগমে ইউ পি আইৰ ব্যৱহাৰ অধিক সুৰক্ষিত আৰু সুশৃংখলিত কৰাৰ বাবে কিছু নতুন নিৰ্দেশনা জাৰি কৰিছে। ইয়াৰে আটাইতকৈ গুৰুত্বপূৰ্ণটো হ’ল বেলেন্স অনুসন্ধানৰ অনুৰোধৰ সীমা নিৰ্ধাৰণ কৰা আৰু অটোপে মেণ্ডেট আৰু ঠিকনা বৈধকৰণ এপিআইৰ ব্যৱহাৰ নিয়ন্ত্ৰণ কৰা। এই পৰিৱৰ্তনসমূহ ইউপিআই সেৱাৰ মান উন্নত কৰাৰ বাবে আৰু ব্যৱস্থাটোক অধিক সুস্থিৰ কৰিবলৈ কৰা হৈছে।

  • বিমান যাত্ৰা ব্যয়বহুল হৈ পৰিব

পুনৰবাৰ মুদ্ৰাস্ফীতিয়ে আঘাত হানিছে বিমান পৰিবহণ কোম্পানীসমূহক। তেল বিপণন কোম্পানীসমূহে (OMC) এভিয়েশন টাৰ্বাইন ইন্ধনৰ (ATF) প্ৰতি কিলোলিটাৰত ২,৬৭৭.৮৮ মূল্য বৃদ্ধি কৰিছে। আজিৰে পৰা কাৰ্যকৰী হৈছে নতুন হাৰ। এ টি এফৰ মূল্য বৃদ্ধিয়ে পোনপটীয়াকৈ বিমান সংস্থাসমূহৰ পৰিচালনা ব্যয় বৃদ্ধি কৰে, যিটো ভৱিষ্যতে বিমান ভাড়াৰ ক্ষেত্ৰতো দেখা যাব।

  • বাণিজ্যিক চিলিণ্ডাৰ

আনহাতে হোটেল আৰু ৰেষ্টুৰেণ্টৰ ব্যৱসায়ীসকলৰ বাবে সকাহ পোৱাৰ খবৰ। অ’এমচিয়ে ১৯ কেজি বাণিজ্যিক এলপিজি চিলিণ্ডাৰৰ মূল্য প্ৰতি চিলিণ্ডাৰত ৩৩.৫০  হ্ৰাস কৰিছে। ইয়াৰ পূৰ্বে জুলাই মাহত ৫৮.৫০ হ্ৰাস কৰা হৈছিল। কিন্তু ঘৰুৱা এল পি জি চিলিণ্ডাৰৰ মূল্যৰ কোনো পৰিৱৰ্তন হোৱা নাই। সাধাৰণ গ্ৰাহকে এতিয়াও ঘৰুৱা গেছৰ মূল্যত সকাহ পোৱাৰ বাবে অপেক্ষা কৰিব।

  • এছ বি আই ক্ৰেডিট কাৰ্ডত আৰু বিনামূলীয়া বীমা কভাৰ পোৱা নাযাব

আজিৰ পৰা অৰ্থাৎ ১ আগষ্টৰ পৰা এছ বি আই কাৰ্ডে বিমান দুৰ্ঘটনাৰ বীমাৰ সুবিধা বন্ধ কৰি দিছে। পূৰ্বে এই কাৰ্ডসমূহত ১ কোটি পৰ্যন্ত বিনামূলীয়া বীমা কভাৰ উপলব্ধ আছিল, কিন্তু এতিয়া এই সুবিধা আঁতৰোৱা হৈছে। এই বীমাক কাৰ্ডখনৰ এটা ডাঙৰ বৈশিষ্ট্য হিচাপে গণ্য কৰা ব্যৱহাৰকাৰীসকলক ইয়াৰ ফলত স্তম্ভিত হ’ব পাৰে।

  • পিএনবি গ্ৰাহকৰ বাবে কেৱাইচিৰ বাবে শেষ তাৰিখ

যদি আপোনাৰ পঞ্জাৱ নেচনেল বেংকত একাউণ্ট আছে আৰু আপুনি এতিয়াও কে ৱাই চি আপডেট কৰা নাই, তেন্তে সাৱধান হওক। ২০২৫ চনৰ ৮ আগষ্টৰ ভিতৰত কে ৱাই চি আপডেট কৰাটো বাধ্যতামূলক কৰা হৈছে। বেংকে স্পষ্ট কৰি দিছে যে যিসকল গ্ৰাহকৰ কে ৱাই চি ২০২৫ চনৰ ৩০ জুনলৈকে বাকী আছিল, তেওঁলোকৰ বাবে এই সময়সীমা প্ৰযোজ্য হ’ব।

Tags: ChangesCredit CardUPI

Related Posts

অভিলেখৰ দিশে আগবাঢ়িছে চাৰিধামৰ যাত্ৰা, ২৫ দিনত তীৰ্থভ্ৰমণ ১২.৬০ লাখ ভক্তৰ
Top News

অভিলেখৰ দিশে আগবাঢ়িছে চাৰিধামৰ যাত্ৰা, ২৫ দিনত তীৰ্থভ্ৰমণ ১২.৬০ লাখ ভক্তৰ

May 14, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 14, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 14, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

May 14, 2026
থাইলেণ্ড ফুৰিবলৈ যোৱা ৫ ভাৰতীয় পৰ্যটকৰ সৈতে ভয়ংকৰ কাণ্ড, ১ জনৰ প্ৰাণহানি
Top News

থাইলেণ্ড ফুৰিবলৈ যোৱা ৫ ভাৰতীয় পৰ্যটকৰ সৈতে ভয়ংকৰ কাণ্ড, ১ জনৰ প্ৰাণহানি

May 13, 2026
বাংলাদেশক ক্ষুব্ধ কৰি তুলিছে পশ্চিম বংগৰ শুভেন্দু চৰকাৰৰ এই সিদ্ধান্তই, কি এই ডাঙৰ সিদ্ধান্ত?
Top News

বাংলাদেশক ক্ষুব্ধ কৰি তুলিছে পশ্চিম বংগৰ শুভেন্দু চৰকাৰৰ এই সিদ্ধান্তই, কি এই ডাঙৰ সিদ্ধান্ত?

May 13, 2026

শীৰ্ষ সংবাদ

অভিলেখৰ দিশে আগবাঢ়িছে চাৰিধামৰ যাত্ৰা, ২৫ দিনত তীৰ্থভ্ৰমণ ১২.৬০ লাখ ভক্তৰ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

থাইলেণ্ড ফুৰিবলৈ যোৱা ৫ ভাৰতীয় পৰ্যটকৰ সৈতে ভয়ংকৰ কাণ্ড, ১ জনৰ প্ৰাণহানি

বাংলাদেশক ক্ষুব্ধ কৰি তুলিছে পশ্চিম বংগৰ শুভেন্দু চৰকাৰৰ এই সিদ্ধান্তই, কি এই ডাঙৰ সিদ্ধান্ত?

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025