• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, May 14, 2026
26 °c
Guwahati
25 ° Fri
27 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ২য় বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে ড০ হিমন্ত বিশ্ব শৰ্মাই

    তৃতীয় কাৰ্যকালৰ শুভাৰম্ভ কৰিব NDA চৰকাৰে, ২য় বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব ড০ হিমন্ত বিশ্ব শৰ্মাই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ভেণ্টিলেটেৰত ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শিবু ছোৰেণ; অৱস্থা সংকটজনক

Nation NE by Nation NE
August 2, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
ভেণ্টিলেটেৰত ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শিবু ছোৰেণ; অৱস্থা সংকটজনক

ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শিবু ছোৰেণৰ ফাইল ছবি।

Share on FacebookShare on TwitterWhatsApp

ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শিবু ছোৰেণৰ হঠাত স্বাস্থ্যৰ অৱনতি ঘটাত তেওঁক ভেণ্টিলেটৰত ভৰ্তি কৰোৱা হৈছে। শনিবাৰে হেমন্ত ছোৰেণ নেতৃত্বাধীন চৰকাৰৰ এক বিশ্বস্ত সূত্ৰই এই কথা জানিব দিয়ে।

বিগত ডেৰ মাহ ধৰি তেওঁ দিল্লীৰ ছাৰ গংগাৰাম হাস্পতালত ভৰ্তি হৈ আছে। বৃক্ক ৰোগ সম্বন্ধীয় কাৰণৰ বাবে তেওঁক জুন মাহৰ শেষৰফালে হাস্পতালত ভৰ্তি কৰোৱা হৈছিল।

উল্লেখ্য যে এই সন্দৰ্ভত ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেণে সাংবাদিকৰ সৈতে কথা পাতি কয় যে তেওঁৰ পিতৃ তথা ঝাৰখণ্ড মুক্তি মৰ্চাৰ প্ৰতিষ্ঠাপক শিবু ছোৰেণে জীৱনত যিদৰে বহু যুদ্ধত জয়ী হৈছে, ঠিক সেইদৰেই নিজৰ স্বাস্থ্যৰ যুঁজতো জয়ী হ’ব।

উল্লেখ্য যে, ইতিমধ্যে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূ, কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীৰ লগতে কেইবাগৰাকীও শীৰ্ষ ৰাজনৈতিক নেতাই হাস্পতালত উপস্থিত হৈ বৰ্ষীয়ান নেতাগৰাকীৰ স্বাস্থ্যৰ বুজ লৈছে।

Tags: #JharkhandShibu SorenVentilator

Related Posts

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

May 14, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 14, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

May 14, 2026
থাইলেণ্ড ফুৰিবলৈ যোৱা ৫ ভাৰতীয় পৰ্যটকৰ সৈতে ভয়ংকৰ কাণ্ড, ১ জনৰ প্ৰাণহানি

May 13, 2026
বাংলাদেশক ক্ষুব্ধ কৰি তুলিছে পশ্চিম বংগৰ শুভেন্দু চৰকাৰৰ এই সিদ্ধান্তই, কি এই ডাঙৰ সিদ্ধান্ত?
Top News

বাংলাদেশক ক্ষুব্ধ কৰি তুলিছে পশ্চিম বংগৰ শুভেন্দু চৰকাৰৰ এই সিদ্ধান্তই, কি এই ডাঙৰ সিদ্ধান্ত?

May 13, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 13, 2026

শীৰ্ষ সংবাদ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

থাইলেণ্ড ফুৰিবলৈ যোৱা ৫ ভাৰতীয় পৰ্যটকৰ সৈতে ভয়ংকৰ কাণ্ড, ১ জনৰ প্ৰাণহানি

বাংলাদেশক ক্ষুব্ধ কৰি তুলিছে পশ্চিম বংগৰ শুভেন্দু চৰকাৰৰ এই সিদ্ধান্তই, কি এই ডাঙৰ সিদ্ধান্ত?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025