• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, March 20, 2026
23 °c
Guwahati
22 ° Sat
20 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পত্নী-পুত্ৰসহিতে সমদল উলিয়াই খানাপাৰা পৰা জিলা উপায়ুক্ত কাৰ্যালয়লৈ মনোনয়ন পত্ৰ দাখিল যাত্ৰা মুখ্যমন্ত্ৰীৰ

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল:কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আনুষ্ঠানিভাৱে গেৰুৱা বসন পৰিধান কৰিলে প্ৰদ্যুৎ বৰদলৈয়ে, শিৰত ধাৰণ কৰিলে বিজেপিৰ গেৰুৱা টুপী

    কংগ্ৰেছত গৃহকন্দল! জ্যেষ্ঠ কংগ্ৰেছ সাংসদে কৰিব নেকি দলত্যাগ? মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

বিটিআৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিজেপিৰ ‘বিজয় সংকল্প সভা’…

Nation NE by Nation NE
August 3, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
বিটিআৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিজেপিৰ ‘বিজয় সংকল্প সভা’…
Share on FacebookShare on TwitterWhatsApp

অগ্ৰগামী বিটিআৰৰ সংকল্পৰে বিজেপিৰ ওদাগুৰি জিলাই আয়োজন কৰা বিজয় সংকল্প সভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। এই সভাত হাজাৰ হাজাৰ ৰাইজে মুখ্যমন্ত্ৰীক ফুলৰ মালা, গামোছা আদিৰে সম্বৰ্ধনা জনোৱাৰ লগতে উচ্ছেদ অভিযান অব্যাহত ৰাখিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনায়।

জিলাখনৰ ৰাইজে সমগ্ৰ অসমৰ লগত বিটিআৰৰ নিৰ্দিষ্ট কিছুমান স্থানতো উচ্ছেদৰ চলাবৰ বাবে অনুৰোধ কৰে বুলি জানিবলৈ দিয়ে বিজেপি, অসম প্ৰদেশৰ মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মাই। লগতে তেওঁ কয় যে, ৰাজ্যখনৰ চৰকাৰী ভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদ কৰাৰ বাবে চলি থকা অভিযান আইনী প্ৰক্ৰিয়াৰ পৰা সামাজিক আন্দোলনলৈ ৰূপান্তৰিত হৈছে। এক কথাত কবলৈ গলে বেদখলকাৰীক উচ্ছেদ কৰাৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গ্ৰহণ কৰা বলিষ্ঠ পদক্ষেপক ৰাজ্যৰ সকলো থলুৱা খিলঞ্জীয়া ভূমিপুত্ৰই আঁদৰণি জনাইছে বুলি ৰঞ্জীৱ কুমাৰ শৰ্মাই জানিবলৈ দিয়ে।

উল্লেখ্য যে, বিটিআৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিজেপিয়ে বিটিআৰৰ অন্তৰ্ভূক্ত ৫খন জিলাত ২ আগষ্টৰ পৰা ‘বিজয় সংকল্প সভা’ আৰম্ভ কৰিছে। ঠিক একেদৰে কোকৰাঝাৰ জিলাৰ ১২টা পৰিষদীয় সমষ্টিত ৭,১২ আৰু ১৯ আগষ্টত ‘বিজয় সংকল্প সভা’ অনুষ্ঠিত হ’ব বুলি ৰাজ্যিক বিজেপি মুখপাত্ৰ গৰাকীয়ে জানিবলৈ দিয়ে।

Tags: BTADBTRElection

Related Posts

ইউনুছ চৰকাৰৰ শাসনৰ অন্ত পৰাৰ পিছত উন্নত হ’বলৈ আৰম্ভ ভাৰত-বাংলাদেশ সম্পৰ্ক!
Top News

March 20, 2026
পত্নী-পুত্ৰসহিতে সমদল উলিয়াই খানাপাৰা পৰা জিলা উপায়ুক্ত কাৰ্যালয়লৈ মনোনয়ন পত্ৰ দাখিল যাত্ৰা মুখ্যমন্ত্ৰীৰ
Top News

পত্নী-পুত্ৰসহিতে সমদল উলিয়াই খানাপাৰা পৰা জিলা উপায়ুক্ত কাৰ্যালয়লৈ মনোনয়ন পত্ৰ দাখিল যাত্ৰা মুখ্যমন্ত্ৰীৰ

March 20, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 20, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 20, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল:কি কয় ৰাশিচক্ৰই

March 20, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 19, 2026

শীৰ্ষ সংবাদ

ইউনুছ চৰকাৰৰ শাসনৰ অন্ত পৰাৰ পিছত উন্নত হ’বলৈ আৰম্ভ ভাৰত-বাংলাদেশ সম্পৰ্ক!

পত্নী-পুত্ৰসহিতে সমদল উলিয়াই খানাপাৰা পৰা জিলা উপায়ুক্ত কাৰ্যালয়লৈ মনোনয়ন পত্ৰ দাখিল যাত্ৰা মুখ্যমন্ত্ৰীৰ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল:কি কয় ৰাশিচক্ৰই

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025