• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, May 14, 2026
25 °c
Guwahati
25 ° Fri
27 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ২য় বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে ড০ হিমন্ত বিশ্ব শৰ্মাই

    ২য় বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে ড০ হিমন্ত বিশ্ব শৰ্মাই

    তৃতীয় কাৰ্যকালৰ শুভাৰম্ভ কৰিব NDA চৰকাৰে, ২য় বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব ড০ হিমন্ত বিশ্ব শৰ্মাই

    তৃতীয় কাৰ্যকালৰ শুভাৰম্ভ কৰিব NDA চৰকাৰে, ২য় বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব ড০ হিমন্ত বিশ্ব শৰ্মাই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ভাৰতক লৈ বিৰক্ত ট্ৰাম্পৰ বিশেষ ব্যক্তি! যুদ্ধৰ বাবে ধন আগবঢ়োৱাৰ অভিযোগ, ১০০ শতাংশ শুল্কৰ ভাবুকি

Nation NE by Nation NE
August 4, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
ভাৰতৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰাৰ ঘোষণা ট্ৰাম্পৰ
Share on FacebookShare on TwitterWhatsApp

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ঘনিষ্ঠ উপদেষ্টা এজনে ভাৰতৰ ওপৰত ক্ষোভিত হৈছে। তেওঁ কৈছে যে ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰা বন্ধ কৰিব লাগে। এক প্ৰতিবেদন অনুসৰি ট্ৰাম্পৰ সহায়ক ষ্টিফেন মিলাৰে অভিযোগ কৰিছে যে ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰি ইউক্ৰেইনত যুদ্ধৰ প্ৰচাৰ কৰিছে।

হোৱাইট হাউছৰ উপ-মুখ্য কৰ্মচাৰী তথা আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ অন্যতম প্ৰভাৱশালী সহায়ক ষ্টিফেন মিলাৰে কয় যে, ট্ৰাম্পে অতি স্পষ্টভাৱে কৈছে যে ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰি যুদ্ধৰ বাবে ধন আগবঢ়োৱাটো গ্ৰহণযোগ্য নহয়।

এক প্ৰতিবেদনত দাবী কৰা হৈছে যে আমেৰিকাৰ এই ভাবুকি সত্ত্বেও ভাৰতে ৰাছিয়াৰ ৰাজধানী মস্কোৰ পৰা তেল ক্ৰয় কৰিয়েই আছে। একে সময়তে ভাৰতে যদি ট্ৰাম্পৰ কথা নুশুনে, তেন্তে ভাৰতৰ ওপৰত ১০০ শতাংশ শুল্ক আৰোপ কৰা হ’ব বুলিও দাবী কৰিছে মিলানে।

ভাৰত আৰু আমেৰিকাৰ মাজত বাণিজ্যিক চুক্তি বৰ্তমানেও চূড়ান্ত হোৱা নাই। এই সন্দৰ্ভত দুয়োখন দেশৰ মাজত কেইবাবাৰো আলোচনা হৈছে। ইফালে ভাৰতৰ ওপৰত হেঁচা বৃদ্ধিৰ বাবে ট্ৰাম্পে ২৫ শতাংশ শুল্ক আৰোপ কৰিছে।

৩১ জুলাইত তেওঁ এই কথা ঘোষণা কৰিছিল যদিও ঘোষণাৰ এসপ্তাহৰ পিছত এই কথা কাৰ্যকৰী হ’ব। আমেৰিকাই বিচাৰে ভাৰতে কৃষি আৰু দুগ্ধ খণ্ডত ৰেহাই দি এই সন্দৰ্ভত চুক্তি স্বাক্ষৰ কৰক, কিন্তু ভাৰত ইয়াৰ বাবে সাজু হোৱা নাই। এই কাৰণেই দুয়োখন দেশৰ মাজত বাণিজ্যিক চুক্তিৰ বিষয়টো আৱদ্ধ হৈ আছে। ট্ৰাম্পে বাৰে বাৰে ভাবুকি দি ভাৰতক হেঁচা প্ৰয়োগ কৰি আছে।

Tags: AmericaTariffTrump

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

May 14, 2026
থাইলেণ্ড ফুৰিবলৈ যোৱা ৫ ভাৰতীয় পৰ্যটকৰ সৈতে ভয়ংকৰ কাণ্ড, ১ জনৰ প্ৰাণহানি
Top News

থাইলেণ্ড ফুৰিবলৈ যোৱা ৫ ভাৰতীয় পৰ্যটকৰ সৈতে ভয়ংকৰ কাণ্ড, ১ জনৰ প্ৰাণহানি

May 13, 2026
বাংলাদেশক ক্ষুব্ধ কৰি তুলিছে পশ্চিম বংগৰ শুভেন্দু চৰকাৰৰ এই সিদ্ধান্তই, কি এই ডাঙৰ সিদ্ধান্ত?
Top News

বাংলাদেশক ক্ষুব্ধ কৰি তুলিছে পশ্চিম বংগৰ শুভেন্দু চৰকাৰৰ এই সিদ্ধান্তই, কি এই ডাঙৰ সিদ্ধান্ত?

May 13, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 13, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 13, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

May 13, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

থাইলেণ্ড ফুৰিবলৈ যোৱা ৫ ভাৰতীয় পৰ্যটকৰ সৈতে ভয়ংকৰ কাণ্ড, ১ জনৰ প্ৰাণহানি

বাংলাদেশক ক্ষুব্ধ কৰি তুলিছে পশ্চিম বংগৰ শুভেন্দু চৰকাৰৰ এই সিদ্ধান্তই, কি এই ডাঙৰ সিদ্ধান্ত?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025