• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, October 25, 2025
25 °c
Guwahati
25 ° Sun
25 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?

    জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

    জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

    বাক্সাত উপস্থিত হৈ পদত্যাগ সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে?

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

মধ্য প্ৰাচ্যত সলনি হল ইজৰাইলৰ মেপ, ১বছৰৰ ভিতৰতে ৩খন দেশৰ ৪২০ কিঃমিঃ মাটি দখল নেতান্যাহুৰ

Nation NE by Nation NE
August 5, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
গাজাত বন্ধ হ’ব নেকি যুদ্ধ? যুদ্ধবিৰতিৰ বাবে সন্মতি প্ৰকাশ ইজৰাইলৰ!
Share on FacebookShare on TwitterWhatsApp

যুদ্ধবিৰতি সন্দৰ্ভত বৰ্তমান ইজৰাইল-হামাছৰ আলোচনা চলি আছে। শেহতীয়াকৈ যেতিয়া ফ্ৰান্স আৰু কানাডাৰ দৰে দেশসমূহে পেলেষ্টাইনক স্বাধীন ৰাষ্ট্ৰ হিচাপে স্বীকৃতি দিয়াৰ কথা কৈছিল, তেতিয়া এনে লাগিছিল যে হয়তো ইয়াৰ ফলত ইজৰাইলৰ ওপৰত কিছু হেঁচা পৰিব।

এই পৰিস্থিতিয়ে দুবছৰ ধৰি চলি থকা ইজৰাইল-হামাছ যুদ্ধত এক সুনিৰ্দিষ্ট সমাধান বিচাৰি উলিওৱা হ’ব বুলি আশাৰ সৃষ্টি কৰিছিল। কিন্তু এতিয়া ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ এক নিৰ্দেশে এই সকলো আশাক স্তব্ধ কৰি তুলিছে।

দৰাচলতে নেতান্যায়াহুৱে ইজিপ্তৰ সীমান্তলৈকে গাজা ষ্ট্ৰিপ সম্পূৰ্ণৰূপে সামৰিক দখলত অনুমোদন জনাইছে। খবৰ অনুসৰি, যোৱা এবছৰত ইজৰাইলে আৰু দুখন দেশৰ কেইবা কিলোমিটাৰ এলেকা দখল কৰিছে। ইজৰাইলৰ এই কাৰ্যক লৈ আন্তঃৰাষ্ট্ৰীয় মঞ্চত উদ্বেগ প্ৰকাশ কৰা হৈছে।

এক প্ৰতিবেদন অনুসৰি, ২০২৪ চনৰ ডিচেম্বৰৰ পৰা ইজৰাইলে ছিৰিয়াৰ দক্ষিণ অংশত প্ৰায় ৪০০ কিলোমিটাৰ বাফাৰ জ’ন ঘোষণা কৰিছে। এই অঞ্চলটো ইজৰাইলৰ লগত সংলগ্ন। ছিৰিয়া চৰকাৰে পুনৰ এই অঞ্চলটো নিয়ন্ত্ৰণ কৰিবলৈ ব্যৰ্থ হৈছে। ইয়াত ইজৰাইলৰ সেনাই সম্পূৰ্ণৰূপে নিয়োজিত হৈ টহল দি আছে। ইজৰাইলে এই পদক্ষেপক নিজৰ নিৰাপত্তা নীতিৰ অংশ বুলি অভিহিত কৰিছে যদিও সমালোচকসকলে কয় যে ই ভূখণ্ডৰ সাৰ্বভৌমত্বৰ প্ৰত্যক্ষ উলংঘা।

ইয়াৰ উপৰি হিজবুল্লাহৰ বিৰুদ্ধে অভিযানৰ অংশ হিচাপে ইজৰাইলে লেবাননৰ সীমান্তৰ ভিতৰৰ ৫ কিলোমিটাৰ পৰ্যন্ত এলেকা নিয়ন্ত্ৰণ কৰিছে। ইয়াত ইজৰাইলৰ সৈন্য উপস্থিত থকাৰ লগতে অঞ্চলটোত সাধাৰণ নাগৰিকৰ চলাচলতো প্ৰভাৱ পৰিছে।

ইজৰাইলে ইয়াক সুৰক্ষামূলক ব্যৱস্থা বুলি অভিহিত কৰিছে যদিও লেবাননে ইয়াক আন্তঃৰাষ্ট্ৰীয় নিয়ম উলংঘা বুলি অভিহিত কৰিছে। দুয়োখন দেশৰ মাজত সংঘাতৰ সম্ভাৱনা আৰু অধিক বৃদ্ধি পাইছে। শেহতীয়াকৈ ইজৰাইলে দক্ষিণ লেবাননতো কেইবাটাও আক্ৰমণ সংঘটিত কৰিছে।

আকৌ ইজৰাইলে পেলেষ্টাইনৰো ১২ কিলোমিটাৰ ভূমি দখল কৰিছে। ইয়াৰ ভিতৰত পশ্চিম পাৰৰ বহু গাঁও আৰু অঞ্চল অন্তৰ্ভুক্ত। এই সমগ্ৰ সম্প্ৰসাৰণৰ সময়ছোৱাত ইজৰাইলে পেলেষ্টাইনী জনসংখ্যাক পিছুৱাই নিয়াৰ বিপৰীতে নতুন ইহুদী বসতি নিৰ্মাণৰ গতিও বৃদ্ধি পাইছে। এতিয়া ইজৰাইলৰ চকু গাজাৰ ওপৰত। প্ৰায় ৪১ কিলোমিটাৰ দৈৰ্ঘ্যৰ গাজা ষ্ট্ৰিপত এতিয়ালৈকে সৰ্বাধিক সামৰিক চাপ অব্যাহত আছে।

Tags: GAZAIsraelWar

Related Posts

ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…
Top News

October 25, 2025
শুল্ক যুদ্ধৰ মাজতে ড’নাল্ড ট্ৰাম্পৰ বৃহৎ ঘোষণা, টিকটক সন্দৰ্ভত আমেৰিকা আৰু চীনৰ মাজত চুক্তি
Top News

শুল্ক বিবাদৰ মাজতে ট্ৰাম্প-ছি জিনপিঙৰ বৈঠক, আয়োজক দক্ষিণ কোৰিয়া

October 25, 2025
আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

October 25, 2025
ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?
Top News

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

October 24, 2025
মহিলা বিশ্বকাপৰ ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন টীম-ইণ্ডিয়াৰ, জানক আগন্তুক সূচী…
Top News

মহিলা বিশ্বকাপৰ ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন টীম-ইণ্ডিয়াৰ, জানক আগন্তুক সূচী…

October 24, 2025
জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?
Top News

জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?

October 24, 2025

শীৰ্ষ সংবাদ

ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…

শুল্ক বিবাদৰ মাজতে ট্ৰাম্প-ছি জিনপিঙৰ বৈঠক, আয়োজক দক্ষিণ কোৰিয়া

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

মহিলা বিশ্বকাপৰ ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন টীম-ইণ্ডিয়াৰ, জানক আগন্তুক সূচী…

জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025