• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, March 20, 2026
23 °c
Guwahati
22 ° Sat
20 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পত্নী-পুত্ৰসহিতে সমদল উলিয়াই খানাপাৰা পৰা জিলা উপায়ুক্ত কাৰ্যালয়লৈ মনোনয়ন পত্ৰ দাখিল যাত্ৰা মুখ্যমন্ত্ৰীৰ

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল:কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আনুষ্ঠানিভাৱে গেৰুৱা বসন পৰিধান কৰিলে প্ৰদ্যুৎ বৰদলৈয়ে, শিৰত ধাৰণ কৰিলে বিজেপিৰ গেৰুৱা টুপী

    কংগ্ৰেছত গৃহকন্দল! জ্যেষ্ঠ কংগ্ৰেছ সাংসদে কৰিব নেকি দলত্যাগ? মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

বিটিআৰত বিজেপিৰ ছুনামি আহিছে : মুখ্যমন্ত্ৰীৰ আগ্ৰাসী প্ৰচাৰ অব্যাহত

Nation NE by Nation NE
August 8, 2025
in Top News, BIG BREAKING, অসম
0 0
বিটিআৰত বিজেপিৰ ছুনামি আহিছে : মুখ্যমন্ত্ৰীৰ আগ্ৰাসী প্ৰচাৰ অব্যাহত

ফটো উৎস : ফেচবুক

Share on FacebookShare on TwitterWhatsApp

দুৰ্গা পূজাৰ পূৰ্বে অনুষ্ঠিত হ’বলগীয়া বিটিআৰ নিৰ্বাচনত মিত্ৰতা অবিহনেই নিৰ্বাচনী ৰণত অৱতীৰ্ণ হ’ব বুলি কৰা ঘোষণাৰ পিছতেই বড়োভূমিত নিজৰ ভেটি সুদৃঢ় কৰিবলৈ তপৰ হৈ পৰিছে ভাৰতীয় জনতা পাৰ্টি।

ইতিমধ্যে বড়োভূমিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আগ্ৰাসী ৰূপত প্ৰচাৰ অভিযান আৰম্ভ কৰিছে। মাৰাথন প্ৰচাৰ অব্যাহত ৰখাৰ মাজতে আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ওদালগুৰি জিলাৰ তিনিটা স্থানত বিশাল নিৰ্বাচনী সভা সম্বোধন কৰে।

ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী শৰ্মাই কয়, ‘বিটিআৰত ভাৰতীয় জনতা পাৰ্টিৰ ছুনামি আহিছে। বিটিআৰত অস্ত্ৰৰ ঝনঝননিত ভোট নহয়, এতিয়া নমস্কাৰ লৈ ভোট খোজাৰ দৰে পৰিৱেশৰ সৃষ্টি হৈছে।’

বিটিআৰৰ ভিচিডিচি সমূহ বৰালি মাছৰ দৰে হোৱা বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ আঁচনি সমূহ বৰালি মাছৰ পেটলৈ যায় বুলি কটাক্ষ কৰে।

তেওঁ লগতে কয় যে ২০০৩ চনৰ আগৰ লোকে মাটিৰ অধিকাৰৰ লগতে সকলো মহিলাই অৰুণোদয় লাভ কৰিব।

জাতি-ধৰ্ম নিৰ্বিশেষে পুদুমৰ ছবিত ভোট দি বিটিআৰত ভাৰতীয় জনতা পাৰ্টিক পৰিষদীয় সমষ্টিত বিজয়ী কৰাবলৈ আহ্বান জনাই মুখ্যমন্ত্ৰী শৰ্মাই।

ৰাজ্যত টকা নিদিয়াকৈ, নোখোৱাকৈ যেনেকৈ চৰকাৰী চাকৰিত নিযুক্তি দিছো তেনেকৈয়ে কোকৰাঝাৰতো টকা নোখোৱাকৈ চাকৰি দিয়াৰ ব্যৱস্থা কৰিব বুলিও ভাষণ প্ৰসংগত উল্লেখ কৰে।

ওদালগুৰিত ২০ হাজাৰতকৈ অধিক অৰুণোদয় আঁচনি দিয়াৰ লগতে গৰুৱাঝাৰত মহাবিদ্যালয়, কুলশী নদীৰ ওপৰত দলং, বাদলাপাৰাৰ শুকলাই-কালা নদীৰ ওপৰত দলং, মইনাগুৰিত মিনি পানী যোগান আঁচনি, ওৰঙ্গাজুলি খেল পথাৰ খনক উন্নত খেলপথাৰলৈ, হাতীগড়ক মিনি খেল পথাৰলৈ, হাতিগড় উচ্চ মাধ্যমিক বিদ্যালয়ক উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নতি কৰাৰো প্ৰতিশ্ৰুতি প্ৰদান কৰে।

Tags: BJPBodolandBTRElectionHimanta Biswa Sarma

Related Posts

ইউনুছ চৰকাৰৰ শাসনৰ অন্ত পৰাৰ পিছত উন্নত হ’বলৈ আৰম্ভ ভাৰত-বাংলাদেশ সম্পৰ্ক!
Top News

March 20, 2026
পত্নী-পুত্ৰসহিতে সমদল উলিয়াই খানাপাৰা পৰা জিলা উপায়ুক্ত কাৰ্যালয়লৈ মনোনয়ন পত্ৰ দাখিল যাত্ৰা মুখ্যমন্ত্ৰীৰ
Top News

পত্নী-পুত্ৰসহিতে সমদল উলিয়াই খানাপাৰা পৰা জিলা উপায়ুক্ত কাৰ্যালয়লৈ মনোনয়ন পত্ৰ দাখিল যাত্ৰা মুখ্যমন্ত্ৰীৰ

March 20, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 20, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 20, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল:কি কয় ৰাশিচক্ৰই

March 20, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 19, 2026

শীৰ্ষ সংবাদ

ইউনুছ চৰকাৰৰ শাসনৰ অন্ত পৰাৰ পিছত উন্নত হ’বলৈ আৰম্ভ ভাৰত-বাংলাদেশ সম্পৰ্ক!

পত্নী-পুত্ৰসহিতে সমদল উলিয়াই খানাপাৰা পৰা জিলা উপায়ুক্ত কাৰ্যালয়লৈ মনোনয়ন পত্ৰ দাখিল যাত্ৰা মুখ্যমন্ত্ৰীৰ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল:কি কয় ৰাশিচক্ৰই

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025