• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, October 22, 2025
25 °c
Guwahati
25 ° Fri
25 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

    বাক্সাত উপস্থিত হৈ পদত্যাগ সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে?

    ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?

    জুবিন গাৰ্গৰ মৃ*ত্যু*ৰ তদন্তৰ বাবে ছিংগাপুৰলৈ যাব অসম আৰক্ষীৰ SIT দল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    জুবিন গাৰ্গৰ বিয়োগত শোকস্তব্ধ বলীউড; কেইবাগৰাকীও তাৰকাৰ শোকপ্ৰকাশ

    নলবাৰীত নিৰ্মাণ হ’ব ‘মায়াবিনী’ নামৰ জুবিন উদ্যান

    মায়া আৰু নাই। জুবিন দাৰ দেশলৈ গুচি গ’ল মায়া…..

    ‘ঈশ্বৰপুত্ৰ’বিহীন এমাহ, সোণাপুৰত আদ্যশ্ৰাদ্ধ, আজিও ৩ কোটি মানুহৰ বাবে এক ডাঙৰ সাঁথৰ

    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

মোৰ কলিজা সৰু নহয়, মই ভয় নাখাও, উচ্ছেদ হ’বই : মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

'উচ্ছেদক লৈ মই ৰাজনীতি কৰিব বিচৰা নাই'

Nation NE by Nation NE
August 9, 2025
in Top News, অসম
0 0
মোৰ কলিজা সৰু নহয়, মই ভয় নাখাও, উচ্ছেদ হ’বই : মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
Share on FacebookShare on TwitterWhatsApp

দুৰ্গা পূজাৰ পূৰ্বে অনুষ্ঠিত হ’বলগীয়া বিটিআৰ নিৰ্বাচনৰ বাবে তৎপৰ হৈ পৰা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি তামুলপুৰ জিলা বিজেপিৰ উদ্যোগত বাক্সাৰ বাগানপাৰাত অনুষ্ঠিত বাগানপাৰা পৰিষদীয় সমষ্টিৰ বিজয় সংকল্প সভাত অংশ লয়।

বাগানপাৰাত অনুষ্ঠিত বিজয় সংকল্প সভাত উপস্থিত থাকি সাংবাদিকৰ আগত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

সাংবাদিকৰ আগত মুখ্যমন্ত্ৰী শৰ্মাই কয়, ‘বিপিএফ, ইউপিপিএল আৰু অঞ্জলি দৈমাৰীৰ এপিবি একত্ৰিত হ’লে খুব ভাল হয়, মই ভাল পাও।’

কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে মিঞা প্ৰসংগ উত্থাপন কৰি মিঞাসকলক ন-অসমীয়া আখ্যা দিয়া প্ৰসংগত মন্তব্য কৰি কয় মুখ্যমন্ত্ৰী শৰ্মাই কয়, ‘অসমীয়াৰ কাৰণে আমাৰ ঠাই নাই, ন-অসমীয়ক ক’ত জাগা দিম। গৌৰৱ গগৈয়ে ন-অসমীয়াক ৰাহুল গান্ধীৰ ঘৰত থব।’

ইফালে ভিচিডিচি ব্যৱস্থাটোৰ পৰিবৰ্তন হ’ব লাগিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয়, ‘ব্যৱস্থাটো ঠিক নহয়। আমাৰ মানুহো তাত আছে। কিন্তু ব্যৱস্থাটোৰ পৰিবৰ্তন কৰিব বিচাৰিছো।’

কালিৰ দিনটোত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কা’ আইনৰ অধীনত অসম চৰকাৰে ২০১৪ চনৰ ৩১ ডিচেম্বৰৰ পূৰ্বে অহা বিদেশী গোচৰ প্ৰত্যাহাৰ কৰিবলৈ দিয়া নিৰ্দেশনাৰ বিৰুদ্ধে কৰা প্ৰতিবাদ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে AJYCP য়ে মোক সুধিলে মই ফোনত কৈ দিলোহেঁতেন। কিন্তু তেওঁলোকে নিজাকৈ আন্দোলন কৰিছে আমাৰ ক’বলগীয়া নাই।

আনহাতে ৰাজ্যজুৰি চলি থকা উচ্ছেদ প্ৰসংগত তেওঁ কয়, ‘বিটিআৰৰ উচ্ছেদ সন্দৰ্ভত মই এতিয়াই একো নকওঁ। এতিয়া নিৰ্বাচন আহিছে। উচ্ছেদক লৈ মই ৰাজনীতি কৰিব বিচৰা নাই।’

বিজেপিয়ে শান্তি-সম্প্ৰীতি ৰক্ষা নকৰা বুলি ইউপিপিএলে কৰা মন্তব্য সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে মই কাৰো বিৰোধিতা কৰা নাই। আজি পৰ্যন্ত মই বিপিএফ বা ইউপিপিএলৰ বিৰুদ্ধে এটা কথাও কোৱা নাই। আনকি আজিলৈ মই প্ৰাক্তন মুখ্যমন্ত্ৰীকো সমালোচনা কৰা নাই।

নগাৰ মাটি উচ্ছেদ প্ৰসংগত যুক্তি দি গৈ মুখ্যমন্ত্ৰীয়ে কয় ‘মোৰ কলিজা সৰু নহয়। মই ভয় নাখাও। মোক ভয় খুৱাব বিচাৰি আছে নেকি? উচ্ছেদ হ’বই। মইয়ো মাৰ গাখীৰ খাই ডাঙৰ হোৱা।’

বাগানপাৰাত অনুষ্ঠিত এই বিজয় সংকল্প সভাত মুখ্যমন্ত্ৰীৰ সৈতে উপস্থিত থাকে ৰাজ্যিক বিজেপিৰ সভাপতি তথা সাংসদ দিলীপ শইকীয়া, জিলাখনৰ তত্বাৱধায়ক মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ লগতে আন কেইভাজনো শীৰ্ষ নেতা-কৰ্মী।

Tags: BaksaBJPBTRHimanta Biswa Sarma

Related Posts

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ নিৰাপত্তাত বৃহৎ খামখেয়ালি! অৱতৰণৰ সময়ত হেলিপেডত আৱদ্ধ হৈ পৰে হেলিকপ্টাৰৰ চকা
Top News

October 22, 2025
দেশৰ স্বাধীনতাৰ বাবে যুঁজ দিয়া বাংলাদেশৰ সমালোকৰ এপৰত বিধ্বংসী ৰূপ ধাৰণ ইউনুছ চৰকাৰৰ
Top News

IMF য়ে বৃদ্ধি কৰিছে বাংলাদেশৰ সমস্যা, নতুন চৰকাৰ গঠন নোহোৱালৈকে ব্যৱস্থা নাই কোনো পুঁজিৰ

October 22, 2025
ইজৰাইলে সৃষ্টি কৰিছে বিশ্বৰ আটাইতকৈ বিপজ্জনক অস্ত্ৰ! ‘এতিয়া সকলো আমেৰিকাৰ হাতত’-নেতান্যাহু
Top News

গাজাত ব্যাপক ধ্বংসলীলা, ১৫৩ টন বোমা নিক্ষেপ ইজৰাইলৰ

October 22, 2025
নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত বিজেপি মিত্ৰজোঁটৰ মুখ্যমন্ত্ৰী, উপ-মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক
Top News

প্ৰধানমন্ত্ৰী মোদীৰ সৈতে ট্ৰাম্পৰ বাৰ্তালাপ, ৰাছিয়াৰ পৰা তেল ক্ৰয়ৰ সন্দৰ্ভত এক ডাঙৰ দাবী

October 22, 2025
আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

October 22, 2025
বাক্সাত উপস্থিত হৈ পদত্যাগ সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে?
Top News

বাক্সাত উপস্থিত হৈ পদত্যাগ সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে?

October 21, 2025

শীৰ্ষ সংবাদ

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ নিৰাপত্তাত বৃহৎ খামখেয়ালি! অৱতৰণৰ সময়ত হেলিপেডত আৱদ্ধ হৈ পৰে হেলিকপ্টাৰৰ চকা

IMF য়ে বৃদ্ধি কৰিছে বাংলাদেশৰ সমস্যা, নতুন চৰকাৰ গঠন নোহোৱালৈকে ব্যৱস্থা নাই কোনো পুঁজিৰ

গাজাত ব্যাপক ধ্বংসলীলা, ১৫৩ টন বোমা নিক্ষেপ ইজৰাইলৰ

প্ৰধানমন্ত্ৰী মোদীৰ সৈতে ট্ৰাম্পৰ বাৰ্তালাপ, ৰাছিয়াৰ পৰা তেল ক্ৰয়ৰ সন্দৰ্ভত এক ডাঙৰ দাবী

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

বাক্সাত উপস্থিত হৈ পদত্যাগ সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে?

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025