• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, May 6, 2026
25 °c
Guwahati
25 ° Thu
26 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home BIG BREAKING

‘আৰ্থিক ছুনামি’ৰ সন্মুখীন হ’ব বিশ্ববাসী! সঁচা হ’ব নেকি বাবা ভাংগাৰ ভৱিষ্যদ্বাণী?

Nation NE by Nation NE
August 10, 2025
in BIG BREAKING, Top News, আন্তঃ ৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয়
0 0
‘আৰ্থিক ছুনামি’ৰ সন্মুখীন হ’ব বিশ্ববাসী! সঁচা হ’ব নেকি বাবা ভাংগাৰ ভৱিষ্যদ্বাণী?

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ শুল্ক যুদ্ধক লৈ অস্বস্তিত পৰিছে বিশ্বৰ কেইবাখনো আগশাৰীৰ দেশ। ট্ৰাম্পৰ এই শুল্ক যুদ্ধৰ বাবে এতিয়া বিশ্বৰ দেশসমূহ দুটা ভাগত বিভক্ত হোৱাৰ উপক্ৰম ঘটিছে। ট্ৰাম্পৰ এই হঠকাৰী সিদ্ধান্তৰ বাবে বিশ্বৰ অৰ্থব্যৱস্থা অতি শোচনীয় হৈ পৰাৰো আশংকা কৰা হৈছে।

৯/১১ ৱৰ্ল্ড ট্ৰেড চেণ্টাৰত আক্ৰমণ আৰু প্ৰিন্সেছ ডায়ানাৰ মৃত্যু সন্দৰ্ভত ভৱিষ্যদ্বাণী কৰা বিখ্যাত বুলগেৰিয়ান ৰহস্যময়ী বাবা ভাংগাই ২০২৫-২৬ত ভয়ংকৰ আৰ্থিক ছুনামী হ’ব বুলি পূৰ্বানুমান কৰাৰ কথা পোহৰলৈ আহিছে।

বাবাং ভাংগাৰ এই ভৱিষ্যদ্বাণী কিমান সত্য হয় সেই কথা সময়ে ক’ব যদিও সাম্প্ৰতিক সময়ত ট্ৰাম্পে বিভিন্ন দেশৰ ওপৰত হকে বিহকে আৰোপ কৰা অত্যধিক শুল্কৰ পৰা এটা কথা প্ৰায় স্পষ্ট হৈ পৰিছে যে অনাগত দিনত বিশ্বৰ অৰ্থনীতিয়ে ভয়ংকৰ খহনীয়াৰ সন্মুখীন হ’ব।

উল্লেখ্য যে, শেহতীয়াকৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ব্ৰাজিল আৰু ভাৰতৰ ওপৰত প্ৰতিশোধমূলক ব্যৱস্থা গ্ৰহণ কৰি দুয়োখন দেশৰ ওপৰত ৫০ শতাংশকৈ শুল্ক আৰোপ কৰিছে। এই অত্যধিক শুল্ক প্ৰযোজ্য কৰাৰ পিছতে বিশ্বৰ অৰ্থনীতিত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।

শ্বেয়াৰ মাৰ্কেটৰ পৰা আৰম্ভ কৰি ৰিটেইল মাৰ্কেটত তীব্ৰ খহনীয়া দেখা পোৱাৰ পিছতো নৰম হোৱা নাই মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প।

ভাৰতক নিজৰ বন্ধু ৰাষ্ট্ৰ বুলি বাৰম্বাৰ কৈ অহা ট্ৰাম্পে ৫০ শতাংশ শুল্ক আৰোপ কৰাৰ উপৰি ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰা কাৰ্য বন্ধ নকৰিলে অতিৰিক্তভাৱে পেনাল্টি লগোৱাৰ ঘোষণাইও তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

উল্লেখ্য যে, ট্ৰাম্পৰ শুল্কবাণত এতিয়া চিন্তিত হৈ পৰিছে ব্ৰিকছৰ দেশসমূহ। ব্ৰিকছৰ এই দেশসমূহে ট্ৰাম্পৰ সিদ্ধান্তক তীব্ৰ বিৰোধিতা কৰিছে। বিশেষজ্ঞসকলে ধাৰণা কৰা অনুসৰি, এইধৰণৰ সিদ্ধান্তত বিশ্বৰ বজাৰত ঋণাত্মক প্ৰভাৱ পৰিব আৰু বিশ্বৰ দেশসমূহ যথেষ্ট লোকচানৰ সন্মুখীন হ’ব।

বিশেষজ্ঞসকলে এইটোও উল্লেখ কৰে যে যদিহে এই ‘শুল্ক যুদ্ধ’ দীৰ্ঘদিন ধৰি অব্যাহত থাকে তেন্তে বিশ্বৰ অৰ্থনীতি ভাঙি পৰিব। ইয়াৰ ফলত সমগ্ৰ বিশ্বতে অৰ্থনৈতিক চাপ বৃদ্ধি পাব আৰু অৰ্থনৈতিক সংকট বিয়পি পৰিব। এইবোৰ কথাৰ পৰা বাবা ভাংগাৰ এই সতৰ্কবাণী সঁচা হোৱাটোৱে স্পষ্ট হৈ পৰিছে।

Tags: Baba VangaDonald trumpEconomic TsunamiIndian EconomyNarendra ModiTarriff

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

May 6, 2026
INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”
Top News

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

May 5, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 5, 2026
নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ
Top News

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

May 5, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 5, 2026
পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি
Top News

পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি

May 5, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025