• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, May 6, 2026
25 °c
Guwahati
25 ° Thu
26 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

গাজাত নিহত আল-জাজিৰাৰ ৫জনকৈ সাংবাদিক, হামাছৰ সন্ত্ৰাসবাদী বুলি আখ্যা ইজৰাইলৰ

Nation NE by Nation NE
August 11, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
গাজাত নিহত আল-জাজিৰাৰ ৫জনকৈ সাংবাদিক, হামাছৰ সন্ত্ৰাসবাদী বুলি আখ্যা ইজৰাইলৰ
Share on FacebookShare on TwitterWhatsApp

ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যায়াহুৱে গাজা সম্পূৰ্ণৰূপে দখল কৰাৰ পৰিকল্পনাৰ মাজতে ইজৰাইলৰ নিৰাপত্তা বাহিনীয়ে গাজাত দ্ৰুত আক্ৰমণ চলাইছে। এই আক্ৰমণত আল জাজিৰাৰ কমেও পাঁচজন সাংবাদিক নিহত হৈছে।

আল জাজিৰাৰ প্ৰতিবেদন অনুসৰি, গাজা চহৰৰ আল-শ্বিফা হাস্পতালৰ মূল গেটৰ বাহিৰত সংবাদ মাধ্যমৰ বাবে তম্বু এটাক লক্ষ্য কৰি ইজৰাইলী আক্ৰমণত নিহত হোৱা সাতজন লোকৰ ভিতৰত পাঁচজন সাংবাদিকও আছিল। প্ৰতিবেদনত কোৱা হৈছে যে, আল জাজিৰাৰ সংবাদদাতা আনাছ আল শ্বৰীফ আৰু মহম্মদ কাৰিকাহৰ লগতে কেমেৰামেন ইব্ৰাহিম জাহিৰ, মোৱামেন আলিৱা আৰু মহম্মদ নৌফাল নিহত হৈছে।

আক্ৰমণৰ কিছু সময়ৰ পিছতে ইজৰাইলৰ সেনাই এক বিবৃতিত আল জাজিৰাৰ সংবাদদাতা আনাছ আল শ্বৰীফক লক্ষ্য কৰি লোৱা বুলি স্বীকাৰ কৰি তেওঁক সন্ত্ৰাসবাদী বুলি অভিহিত কৰি কয় যে, তেওঁ হামাছৰ এটা সন্ত্ৰাসবাদী কোষৰ মুৰব্বী হিচাপে কাম কৰিছিল।

মৃত্যুৰ কিছু মুহূৰ্ত পূৰ্বে ২৮ বছৰীয়া আল শ্বৰীফে গাজা চহৰত ইজৰাইলৰ তীব্ৰ বোমা বিস্ফোৰণৰ খবৰ দিয়া দেখা গৈছিল। ছ’চিয়েল মিডিয়া এক্সত শ্বৰীফে এই আক্ৰমণৰ বাতৰি প্ৰকাশ কৰিছিল। আল জাজিৰাৰ বাতৰি অনুসৰি এই পোষ্টটো তেওঁৰ এজন বন্ধুৱে পোষ্ট কৰা যেন লাগে, যিটো তেওঁৰ একাউণ্টৰ পৰা তেওঁৰ মৃত্যুৰ তথ্য পোৱাৰ পিছত প্ৰকাশ কৰা হৈছে।

Tags: GAZAIsraelWar

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

May 6, 2026
INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”
Top News

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

May 5, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 5, 2026
নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ
Top News

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

May 5, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 5, 2026
পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি
Top News

পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি

May 5, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025