• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, May 6, 2026
25 °c
Guwahati
25 ° Thu
26 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

চীনৰ ওপৰত ট্ৰাম্পৰ শুল্ক বোমা! তথ্য প্ৰকাশ আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভ্যান্সৰ

Nation NE by Nation NE
August 12, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
চীনৰ ওপৰত ট্ৰাম্পৰ শুল্ক বোমা! তথ্য প্ৰকাশ আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভ্যান্সৰ
Share on FacebookShare on TwitterWhatsApp

ৰাছিয়াৰ পৰা খাৰুৱা তেল আৰু গেছ আমদানিৰ বাবে ভাৰতৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপ কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। এনে পৰিস্থিতিত ভাৰতৰ ওপৰত শুল্ক আৰোপ কৰাৰ পিছত বাৰে বাৰে এই প্ৰশ্ন উত্থাপন হৈছে যে ৰাষ্ট্ৰপতি ট্ৰাম্পে এতিয়া চীনৰ ওপৰতো অতিৰিক্ত শুল্ক আৰোপ কৰিব নেকি?

কিন্তু ৰাছিয়াৰ পৰা তেল আৰু গেছ ক্ৰয় কৰাৰ বাবে চীনৰ ওপৰত অতিৰিক্ত শুল্ক সন্দৰ্ভত ট্ৰাম্পে এতিয়াও কোনো সিদ্ধান্ত লোৱা নাই। একে সময়তে উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্সে কয় যে বেইজিং আৰু ৱাশ্বিংটনৰ সম্পৰ্কৰ বহু দিশ চীন-ৰাছিয়াৰ সম্পৰ্কৰ পৰা পৃথক।

ভাৰতৰ ওপৰত ট্ৰাম্পে আৰোপ কৰা ৫০ শতাংশ শুল্ক বিশ্বৰ যিকোনো অংশীদাৰ দেশৰ ওপৰত আৰোপ কৰা সৰ্বোচ্চ শুল্ক। একে সময়তে ট্ৰাম্পে ভাৰতৰ ওপৰত আৰোপ কৰা অতিৰিক্ত ২৫ শতাংশ শুল্ক ২০২৫ চনৰ ২৭ আগষ্টৰ পৰা দুসপ্তাহৰ পিছত কাৰ্যকৰী হ’ব।

অৱশ্যে এক সাক্ষাৎকাৰত আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্সে চীনৰ ওপৰত অতিৰিক্ত শুল্ক আৰোপ কৰাৰ সন্দৰ্ভত এক বিবৃতি দিছে। সাক্ষাৎকাৰৰ সময়ত উপ-ৰাষ্ট্ৰপতি ভেন্সক সোধা হৈছিল যে, ৰাছিয়াৰ তেল আমদানিৰ ক্ষেত্ৰত ভাৰতৰ দৰে চীনৰ ওপৰত অতিৰিক্ত শুল্ক আৰোপ কৰিব নেকি ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। ইয়াৰ উত্তৰত উপ-ৰাষ্ট্ৰপতি ভ্যান্সে জোৰ দি কয় যে, আমেৰিকা আৰু চীনৰ মাজৰ সম্পৰ্ক অতি জটিল। গতিকে অতি শীঘ্ৰে ট্ৰাম্পৰ শুল্ক বোমা চীনৰ ওপৰত পৰিব।

Tags: AmericaChinaTariff

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

May 6, 2026
INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”
Top News

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

May 5, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 5, 2026
নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ
Top News

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

May 5, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 5, 2026
পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি
Top News

পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি

May 5, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025