• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, February 2, 2026
20 °c
Guwahati
21 ° Tue
21 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ধেমালিতে স্বামীয়ে পত্নীক ক’লে ‘বান্দৰী’ বুলি; খঙত পত্নীয়ে কৰিলে ভয়ংকৰ কাণ্ড, জানক সৱিশেষ

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    দিল্লী কাণ্ডক সমৰ্থন কৰা প্ৰতিজন লোক যাব লাগিব জে’ললৈ

    ‘সকলো সমস্যাৰ সমাধান হৈ যাব’, মিঞাৰ প্ৰসংগত পুনৰ সৰৱ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

DHFCক ৬-১ ব্যৱধানত পৰাস্ত কৰি ক্ৰমাগত দ্বিতীয়বাৰৰ বাবে ডুৰাণ্ড কাপৰ খিতাপ দখল NEUFCৰ

Nation NE by Nation NE
August 23, 2025
in Top News, উত্তৰ পূৱ, ক্ৰীড়া
0 0
DHFCক ৬-১ ব্যৱধানত পৰাস্ত কৰি ক্ৰমাগত দ্বিতীয়বাৰৰ বাবে ডুৰাণ্ড কাপৰ খিতাপ দখল NEUFCৰ
Share on FacebookShare on TwitterWhatsApp

নৰ্থ-ইষ্ট ইউনাইটেড এফ চি আৰু ডায়মণ্ড হাৰ্বাৰ এফ চিৰ মাজত অনুষ্ঠিত হোৱা ফাইনেল মেচৰ সহায়ত অন্ত পৰিল এছিয়াৰ আটাইতকৈ পুৰণি ফুটবল টুৰ্ণামেণ্ট তথা ভাৰতৰ অন্যতম সন্মানীয় প্ৰতিযোগিতা ডুৰাণ্ড কাপ।

আজি কলকাতাত অনুষ্ঠিত হোৱা ১৩৪ সংখ্যক ছিজনৰ ফাইনেল মেচখনত প্ৰত্যাশিতভাৱে দমনীয় প্ৰদৰ্শন আগবঢ়াই ক্ৰমাগত দ্বিতীয়বাৰৰ বাবে খিতাপ দখল কৰিলে নৰ্থ-ইষ্ট ইউনাইটেডে। নৰ্থ-ইষ্ট ইউনাইটেডে প্ৰথমবাৰৰ বাবে প্ৰতিযোগিতাখনত অংশ লোৱা ডায়মণ্ড হাৰ্বাৰ এফ চিক ৬-১ৰ বিশাল ব্যৱধানত পৰাস্ত কৰে।

আৰম্ভণিৰে পৰা আক্ৰমণাত্মক শৈলীৰে খেলা নৰ্থ-ইষ্ট ইউনাইটেডে মেচৰ প্ৰথমাৰ্ধতে ২-০ৰ অগ্ৰগতি লাভ কৰে। প্ৰথমাৰ্ধত দলৰ হৈ প্ৰথমটো গ’ল ৩০ মিনিটত আশীৰ আখতাৰ আৰু ৪৫+১’ মিনিটত পাৰ্থিৱ গগৈয়ে দ্বিতীয়টো গ’ল স্কৰ কৰে।

আনহাতে দ্বিতীয়াৰ্ধৰ ৫০ মিনিটত থয় সিঙে দলৰ হৈ তৃতীয়টো গ’ল প্ৰদান কৰে। ইয়াৰ পিছত ৮১ মিনিটত জাইৰো ছেমপেৰিঅ’, ৮৬ মিনিটত এণ্ডি ৰড্ৰিগেজ আৰু ইঞ্জুৰি টাইম ৯৩ মিনিটত আজাৰাইয়ে দলৰ হৈ গ’ল প্ৰদান কৰে।

আনহাতে ডায়মণ্ড হাৰবাৰ এফ চিৰ হৈ একমাত্ৰ গ’লটো প্ৰদান কৰে লুকাই। এই দৰে সন্মানীয় প্ৰতিযোগিতাখনত ক্ৰমাগতভাৱে দ্বিতীয়বাৰৰ বাবে ৬-১ গ’লৰ বৃহত ব্যৱধানত নৰ্থ-ইষ্ট ইউনাইটেড দলে খিতাপ দখল কৰিবলৈ সক্ষম হয়।

Tags: DHFCDurand CupNEUFC

Related Posts

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

February 2, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

February 2, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

February 1, 2026
মহাশিৱৰাত্ৰি উপলক্ষে ৩০০ গৰাকী বিশেষভাৱে সক্ষম কন্যাৰ বিবাহ, ক’ত আছে এই বিশেষ ধাম?

January 31, 2026
“মিডনাইট হামাৰ”ৰ দৰে ভয়ংকৰ অভিযানৰ বাবে সাজু! ইৰাণত সুৰক্ষা প্ৰদানৰ অৰ্থে ১০০০খন ড্ৰ’ন নিয়োগ

ইণ্ডোনেছিয়াৰ এক দম্পতীক ৰাজহুৱাভাৱে ভয়ানক শাস্তি, কি দোষৰ বাবে এই শাস্তিৰ সন্মুখীন এওঁলোক?

শীৰ্ষ সংবাদ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

মহাশিৱৰাত্ৰি উপলক্ষে ৩০০ গৰাকী বিশেষভাৱে সক্ষম কন্যাৰ বিবাহ, ক’ত আছে এই বিশেষ ধাম?

“মিডনাইট হামাৰ”ৰ দৰে ভয়ংকৰ অভিযানৰ বাবে সাজু! ইৰাণত সুৰক্ষা প্ৰদানৰ অৰ্থে ১০০০খন ড্ৰ’ন নিয়োগ

ইণ্ডোনেছিয়াৰ এক দম্পতীক ৰাজহুৱাভাৱে ভয়ানক শাস্তি, কি দোষৰ বাবে এই শাস্তিৰ সন্মুখীন এওঁলোক?

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025