• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, May 6, 2026
25 °c
Guwahati
25 ° Thu
26 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

জকাইচুকৰ পৰা কানাডালৈ যাত্ৰা; টৰেন্টোত কৰ্কট ৰোগৰ গৱেষণা কৰিব অসমৰ ছাত্ৰই

Nation NE by Nation NE
July 27, 2024
in Top News, অসম
0 0
জকাইচুকৰ পৰা কানাডালৈ যাত্ৰা; টৰেন্টোত কৰ্কট ৰোগৰ গৱেষণা কৰিব অসমৰ ছাত্ৰই
Share on FacebookShare on TwitterWhatsApp

প্ৰৱল ইচ্ছাশক্তি আৰু সাহস থাকিলে মানুহে সকলো কাম অনাসায়ে কৰিব পাৰে। এই কথাকে যেন প্ৰতিপন্ন কৰিলে অসমৰ এজন ছাত্ৰই। সাধাৰণ ঘৰৰ পৰাই যেন আকাশ চুৱাৰ পথ প্ৰশস্ত হৈছে ছাত্ৰজনৰ।

কামৰূপ জিলাৰ কমলপুৰৰ এখন ভিতৰুৱা গাঁৱৰ পৰা টৰেন্টোলৈ যোৱাৰ বাট মুকলি হৈছে ছাত্ৰজনৰ। ছাত্ৰজনৰ নাম হৈছে অৰ্ণৱ কাকতি। কমলপুৰৰ বৰুৱাজানি গাঁৱৰ অনিল কাকতি আৰু নমিতা কাকতিৰ পুত্ৰ হৈছে অৰ্ণৱ কাকতি।

শেহতীয়াকৈ কানাডাৰ টৰেন্টো বিশ্ববিদ্যালয়ত গৱেষণা কৰাৰ সুযোগ লাভ কৰিছে ছাত্ৰজনে। আগশাৰীৰ বিশ্ববিদ্যালয়খনত কৰ্কট ৰোগৰ গৱেষণা কৰাৰ বাবে জলপানী লাভ কৰিছে অৰ্ণৱে।

সৰুৰে পৰা কৰ্কট ৰোগৰ ওপৰত অধ্যায়ণ কৰাৰ প্ৰবল ইচ্ছা আছিল অৰ্ণৱ কাকতিৰ । সেই ইচ্ছা শক্তিৰ বাবেই এতিয়া অৰ্ণৱ কাকতিয়ে টৰেন্টো বিশ্ববিদ্যালয়ত এই সুৱৰ্ণ সুযোগ লাভ কৰিলে।

ইফালে, অৰ্ণৱ কাকতি এই সফলতাত গৌৰৱ অনুভৱ কৰিছে পিতৃ-মাতৃ তথা কমলপুৰ অঞ্চলৰ ৰাইজে। গাঁৱৰ ৰাইজে একত্ৰিত হৈ অৰ্ণৱৰ সফলতাৰ বাবে নামঘৰত নাম-প্ৰসংগ কৰিছে।

Tags: #AssamCanadaKamalpurTorontouniversity

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

May 6, 2026
INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”
Top News

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

May 5, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 5, 2026
নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ
Top News

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

May 5, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 5, 2026
পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি
Top News

পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি

May 5, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025