• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, October 29, 2025
25 °c
Guwahati
24 ° Thu
25 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    ঈশ্বৰ পুত্ৰৰ ইচ্ছা পুৰণ! জুবিন বিহীন এই সময় হ’ব সকলোৰে বাবে বেদনাদায়ক…

    দেশৰ স্বাধীনতাৰ বাবে যুঁজ দিয়া বাংলাদেশৰ সমালোকৰ এপৰত বিধ্বংসী ৰূপ ধাৰণ ইউনুছ চৰকাৰৰ

    মহম্মদ ইউনুছৰ উচটনিত বাংলাদেশত পুনৰ গৃহযুদ্ধ! জামাত-ই-ইছলামীৰ প্ৰতিবাদ

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই?

    জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে SIT গঠনৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

    জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজপথত নামিব মুখ্যমন্ত্ৰী, অংশগ্ৰহণ কৰিব #JusticeForZubeenGarg আন্দোলনত

    ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

মুছলমানৰ বিৰুদ্ধে ষড়যন্ত্ৰ! পেৰিছৰ মছজিত উদ্ধাৰ গাহৰিৰ মূ*

Nation NE by Nation NE
September 11, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
মুছলমানৰ বিৰুদ্ধে ষড়যন্ত্ৰ! পেৰিছৰ মছজিত উদ্ধাৰ গাহৰিৰ মূ*
Share on FacebookShare on TwitterWhatsApp

ফ্ৰান্সত চলি থকা ৰাজনৈতিক অচলাৱস্থাৰ মাজতে মঙলবাৰে ৰাজধানী পেৰিছ আৰু ইয়াৰ আশে-পাশে থকা ৯টা মছজিদৰ বাহিৰত গাহৰিৰ ছিন্ন মু*ণ্ড উদ্ধাৰ হোৱাৰ পিছতে আলোড়নৰ সৃষ্টি হৈছে। ইয়াৰে ৫টাত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ নাম লিখা আছিল। এই ঘটনাৰ আঁৰত কোন আছে সেয়া এতিয়াও স্পষ্ট হোৱা নাই যদিও ফ্ৰান্সৰ কৰ্তৃপক্ষই দেশখনৰ মুছলমান সম্প্ৰদায়ক সম্পূৰ্ণ নিৰাপত্তাৰ আশ্বাস দিছে।

ইউৰোপৰ ভিতৰতে সৰ্বাধিক মুছলমান জনসংখ্যা ফ্ৰান্সত আছে, ইয়াৰ সংখ্যা ৬০ লাখতকৈও অধিক। ইছলামত গাহৰিৰ মাংস খোৱা নিষিদ্ধ। শেহতীয়াকৈ ফ্ৰান্সত মুছলমান বিৰোধী আৱেগ দ্ৰুতগতিত বিয়পি পৰিছে।

আনহাতে, পেৰিছৰ আৰক্ষী অধীক্ষক লৰেণ্ট নুনেজে কয় যে, এই কাণ্ড ফ্ৰান্সক অস্থিৰ কৰাৰ বাবে বিৰোধীৰ ষড়যন্ত্ৰ হ’ব পাৰে আৰু বৰ্তমান দেশখনে আৰ্থিক আৰু ৰাজনৈতিক সংকটৰ সৈতে যুঁজি থকাৰ বাবে বিদেশী হস্তক্ষেপৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। যদিও তেওঁ কোনো দেশৰ নাম পোনপটীয়াকৈ উল্লেখ কৰা নাছিল, তথাপিও তেওঁৰ ইংগিত আছিল ৰাছিয়াৰ প্ৰতি, যিয়ে বিগত সময়তো ফ্ৰান্সত অস্থিৰতা বিয়পাবলৈ চেষ্টা কৰি আহিছে।

মে’ মাহত ইহুদীসকলৰ প্ৰাৰ্থনা স্থান আৰু হ’ল’কাষ্টৰ স্মৃতিসৌধত সেউজীয়া ৰং কৰাৰ পিছত তিনিজন ছাৰ্বিয়ান নাগৰিকক “বিদেশী শক্তি”ৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল। পেৰিছৰ অভিযুক্ত কাৰ্যালয়ে জনোৱা মতে, পেৰিছৰ মছজিদৰ বাহিৰত ৪টা গাহৰিৰ মূৰ আৰু ৰাজধানীৰ বাহিৰৰ মছজিদত ৫টা গাহৰিৰ মূৰ উদ্ধাৰ কৰা হৈছে। ইয়াত আৰু কোৱা হৈছে যে এটা ঠাইত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ উপাধি নীলা ৰং কৰা হৈছিল।

Tags: MosqueParisProtest

Related Posts

কানাডাত লৰেন্স বিষ্ণোই গেঙৰ গুলীচালনা, পাঞ্জাবী গায়িকা চান্নী নাট্টনৰ গৃহত আক্ৰমণ
Top News

October 29, 2025
গাজাত ইজৰাইলৰ ভয়ংকৰ বিমান আক্ৰমণ, ৩০ জনতকৈ অধিক লোকৰ প্ৰাণহানি
Top News

গাজাত ইজৰাইলৰ ভয়ংকৰ বিমান আক্ৰমণ, ৩০ জনতকৈ অধিক লোকৰ প্ৰাণহানি

October 29, 2025
ঈশ্বৰ পুত্ৰৰ ইচ্ছা পুৰণ! জুবিন বিহীন এই সময় হ’ব সকলোৰে বাবে বেদনাদায়ক…
Top News

ঈশ্বৰ পুত্ৰৰ ইচ্ছা পুৰণ! জুবিন বিহীন এই সময় হ’ব সকলোৰে বাবে বেদনাদায়ক…

October 29, 2025
দেশৰ স্বাধীনতাৰ বাবে যুঁজ দিয়া বাংলাদেশৰ সমালোকৰ এপৰত বিধ্বংসী ৰূপ ধাৰণ ইউনুছ চৰকাৰৰ
Top News

মহম্মদ ইউনুছৰ উচটনিত বাংলাদেশত পুনৰ গৃহযুদ্ধ! জামাত-ই-ইছলামীৰ প্ৰতিবাদ

October 29, 2025
আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

October 29, 2025
আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

October 28, 2025

শীৰ্ষ সংবাদ

কানাডাত লৰেন্স বিষ্ণোই গেঙৰ গুলীচালনা, পাঞ্জাবী গায়িকা চান্নী নাট্টনৰ গৃহত আক্ৰমণ

গাজাত ইজৰাইলৰ ভয়ংকৰ বিমান আক্ৰমণ, ৩০ জনতকৈ অধিক লোকৰ প্ৰাণহানি

ঈশ্বৰ পুত্ৰৰ ইচ্ছা পুৰণ! জুবিন বিহীন এই সময় হ’ব সকলোৰে বাবে বেদনাদায়ক…

মহম্মদ ইউনুছৰ উচটনিত বাংলাদেশত পুনৰ গৃহযুদ্ধ! জামাত-ই-ইছলামীৰ প্ৰতিবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025