• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, May 7, 2026
26 °c
Guwahati
26 ° Fri
26 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

১ অক্টোবৰৰ পৰা ভাৰতৰ পৰা ডিজেল ক্ৰয় নকৰে ইউক্ৰেইনে…

Nation NE by Nation NE
September 15, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয়
0 0
১ অক্টোবৰৰ পৰা ভাৰতৰ পৰা ডিজেল ক্ৰয় নকৰে ইউক্ৰেইনে…
Share on FacebookShare on TwitterWhatsApp

আমেৰিকাসহ নাটো দেশসমূহে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাক লৈ ভাৰতৰ ওপৰত বিভিন্ন নিষেধাজ্ঞা আৰোপ কৰাৰ চিন্তা-চৰ্চা কৰি থকাৰ মাজতে এইবাৰ যুদ্ধবিধ্বস্ত ইউক্ৰেইনে ভাৰতক লৈ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিবলৈ আগবাঢ়িছে।

ইউক্ৰেইনৰ শক্তি পৰামৰ্শদাতা এনকোৰে সোমবাৰে ঘোষণা কৰে যে ইউক্ৰেইনে অহা ১ অক্টোবৰৰ পৰা ভাৰতৰ পৰা ডিজেল ক্ৰয়ত নিষেধাজ্ঞা আৰোপ কৰিব।

সংবাদ সংস্থা ৰয়টাৰৰ এক প্ৰতিবেদন অনুসৰি এনকোৰে কৈছে যে ভাৰতে ৰাছিয়াৰ পৰা বহু পৰিমাণে খাৰুৱা তেল ক্ৰয় কৰে, সেয়ে ইউক্ৰেইনে এই পদক্ষেপ গ্ৰহণ কৰিবলৈ আগবাঢ়িছে।

এনকোৰে কয় যে ৰাছিয়াই ইউক্ৰেইনৰ তেল শোধনাগাৰক ড্ৰ’ন আৰু মিছাইলেৰে লক্ষ্য কৰি লৈছে। কোম্পানীটোৰ মতে, ইউক্ৰেইনৰ নিৰাপত্তা সংস্থাই তেওঁলোকক ভাৰতৰ পৰা অহা সকলো ডিজেলৰ চালান পৰীক্ষা কৰিবলৈ নিৰ্দেশ দিছে যাতে ৰাছিয়াৰ উপাদান ধৰা পেলাব পৰা যায়।

উল্লেখ্য যে, মধ্যপ্ৰাচ্যতকৈ সস্তা হোৱাৰ বাবেই ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰি আহিছে। দুয়োটা অঞ্চলৰ মাজত দামৰ বৃহৎ পাৰ্থক্য দেখা যায়। শেহতীয়াকৈ ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰা কাৰ্য় অব্যাহত ৰখাৰ বাবেই ভাৰতৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপ কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে।

Tags: DieselIndiaUkraine

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

May 7, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

May 6, 2026
INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”
Top News

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

May 5, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 5, 2026
নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ
Top News

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

May 5, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 5, 2026

শীৰ্ষ সংবাদ

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025