• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, December 6, 2025
19 °c
Guwahati
19 ° Sun
19 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    অমানৱীয়! কিশোৰীৰ সৈতে কু-কাণ্ড কৰি গ্ৰেপ্তাৰ কমলাকান্ত ৰায়

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

১০ দিনৰ ভিতৰত জুবিন গাৰ্গক ন্যায় দিব পাৰিব নে? SIT ৰ বৈঠকত কোনে কোনে নকৰে অংশগ্ৰহণ?

Nation NE by Nation NE
October 14, 2025
in Top News, অসম
0 0
‘১০ দিনৰ ভিতৰত জুবিন গাৰ্গক ন্যায় দিয়ক’, সামাজিক মাধ্যমত ব্যাপক দাবী…
Share on FacebookShare on TwitterWhatsApp

জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত আৰম্ভ হৈছে এক ডিজিটেল আন্দোলন। আৰক্ষী-প্ৰশাসনক ১০ দিনৰ সময় বান্ধি দিছে পত্নী গৰিমা শইকীয়া গাৰ্গ তথা জুবিনৰ ভগ্নী পামী বৰঠাকুৰে।

#we_Need_ZubeenGargJustice_within_10days, #JusticeForZubeenGarg  আদি লিখি সামাজিক মাধ্যমত জুবিনৰ ন্যায়ৰ দাবী জনাইছে সকলো জুবিন অনুৰাগীয়ে।

জুবিন গাৰ্গৰ মৃত্যু গোচৰত চিআইডিৰ তদন্ত অব্যাহত আছে। আজি সাংবাদিক, সাহিত্যিক, সংগঠনৰ সৈতে CIDৰ বিশেষ তদন্তকাৰী গোটে এখন বৈঠকৰ আয়োজন কৰে।

বৈঠকৰ বাবে SIT-এ আমন্ত্ৰণ জনাইছে ৰাজ্যৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তিক। অৱশ্যে আমন্ত্ৰিত ব্যক্তিসকলৰ অধিকাংশই অংশগ্ৰহণ নকৰে এই বৈঠকত। কিয়নো এই বৈঠক কি কাৰণে অনুষ্ঠিত কৰিব খুজিছে সেয়া এই মুহূৰ্তলৈকে জানিব পৰা হোৱা নাই।

বৈঠকৰ আমন্ত্ৰণ প্ৰত্যাখ্যান কৰিছে বিশিষ্ট সাংবাদিক মনোজ কুমাৰ গোস্বামী, জ্যেষ্ঠ সাংবাদিক ৰাজদ্বীপ বাইলুং বৰুৱা, ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী, আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল ভট্টাচাৰ্য, আছুৰ সভাপতি উৎপল শর্মা, বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰী, জুবিন গাৰ্গৰ পুত্ৰসম ৰাহুল গৌতম, জুবিন গাৰ্গৰ আত্মীয় শ্যামন্তক গৌতম,সমীৰণ ফুকনে।

আনহাতে এই বৈঠকত অংশগ্ৰহণ কৰিব- বিশিষ্ট চিকিৎসক হিতেশ বৰুৱা, শুভ্ৰ কিংকৰ গোস্বামী, জ্যেষ্ঠ সাংবাদিক ছৈয়দ জাৰিৰ হুছেইন,  সাংবাদিক ৰামানুজ দত্ত চৌধুৰী, সাংবাদিক অতনু ভূঞা, জ্যেষ্ঠ সাংবাদিক সঞ্জীৱ ফুকন, সাংস্কৃতিক কৰ্মী শিৱাণু বৰা, বিশিষ্ট অভিনেতা প্ৰাঞ্জল শইকীয়াই।

Tags: #JusticeForZubeenGarg

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

December 6, 2025
মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ
Top News

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

December 5, 2025
ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান

ডিচেম্বৰত ভাৰত ভ্ৰমণলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন
Top News

ৰাজঘাটলৈ যাব ৰাষ্ট্ৰপতি পুটিন, জানক ৰাছিয়াৰ পুটিনৰ আজিৰ সম্পূৰ্ণ কাৰ্যসূচী…

December 5, 2025

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান

ৰাজঘাটলৈ যাব ৰাষ্ট্ৰপতি পুটিন, জানক ৰাছিয়াৰ পুটিনৰ আজিৰ সম্পূৰ্ণ কাৰ্যসূচী…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025