• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, December 6, 2025
19 °c
Guwahati
19 ° Sun
19 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    অমানৱীয়! কিশোৰীৰ সৈতে কু-কাণ্ড কৰি গ্ৰেপ্তাৰ কমলাকান্ত ৰায়

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

হাতত হে*ণ্ড*কা*ফ পিন্ধি নীলা ৰঙৰ বাহনত উঠি ক’ৰ্টলৈ ৫ অভিযুক্ত, জুবিন গাৰ্গৰ ন্যায় কেতিয়া?

Nation NE by Nation NE
October 15, 2025
in Top News, অসম
0 0
লকআপৰ ভিতৰত শ্যামকানু-সিদ্ধাৰ্থ, চাওক Exclusive ফ’টো….
Share on FacebookShare on TwitterWhatsApp

অন্ত পৰিল বেপাৰী শ্যামকানু মহন্ত, জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, জুবিন গাৰ্গৰ ভাতৃসম সন্দীপন গাৰ্গ, দুই দেহৰক্ষী পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাৰ আৰক্ষীৰ জিম্মাৰ ম্যাদ। আদালত চৌহদত গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা।

আজি পুলিচৰ আবেষ্টনীৰ মাজেৰে নীলা ৰঙৰ বাহনত উঠাই CID কাৰ্যালয়ৰ পৰা CJM আদালতলৈ লৈ যোৱা হ’ল শ্যামকানু-সিদ্ধাৰ্থ, সন্দীপন, পৰেশ আৰু নন্দেশ্বৰক।

এতিয়া জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ ৫ অভিযুক্তৰ পৰৱৰ্তী ঠিকনা কি হ’ব ইয়াকে সকলোৰে মনত প্ৰশ্নৰ উদয় হৈছে। উল্লেখ্য যে, আয় বহিৰ্ভূত সম্পত্তিৰ পাহাৰ গঢ়িছে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাই। ইয়াৰ বাবে পুনৰ গ্ৰেপ্তাৰ হ’ব পাৰে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা।

আনহাতে শুকুৰবাৰে SITৰ জিম্মাৰ ম্যাদ  উকলিব শেখৰজ্যোতি গোস্বামীৰ আৰু অমৃতপ্ৰভা মহন্তৰ। ইয়াৰ পিছত শেখৰ-অমৃতপ্ৰভাকো আদালতত হাজিৰ কৰা হ’ব।

Tags: #JusticeForZubeenGarg

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

December 6, 2025
মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ
Top News

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

December 5, 2025
ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান

ডিচেম্বৰত ভাৰত ভ্ৰমণলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন
Top News

ৰাজঘাটলৈ যাব ৰাষ্ট্ৰপতি পুটিন, জানক ৰাছিয়াৰ পুটিনৰ আজিৰ সম্পূৰ্ণ কাৰ্যসূচী…

December 5, 2025

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান

ৰাজঘাটলৈ যাব ৰাষ্ট্ৰপতি পুটিন, জানক ৰাছিয়াৰ পুটিনৰ আজিৰ সম্পূৰ্ণ কাৰ্যসূচী…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025